Browsing Category
ট্ৰেণ্ডিং
সোৱণশিৰি বান্ধ কেন্দ্ৰীয় সংসদীয় সমিতিৰ অধ্যক্ষৰ পৰিদৰ্শন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬জুনঃ প্ৰাকৃতিক দুৰ্যোগে বাৰম্বাৰ জোকাৰি যোৱাৰ পিছতো গেৰুকামুখৰ ২০০০মেগাৱট শক্তি সম্পন্ন এন এইচ পিচিক উজ্জীৱিত কৰাৰ পন লৈছে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে। বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি বৃহৎ…
স্বাস্থ্যসেৱা উৎসৱঃ ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়নৰ গ্ৰেড প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়ন কৰা হৈছিল। এই মূল্যায়নত A গ্ৰেড প্ৰাপ্ত ৫ খন জিলা আৰু ২ খন উদগনিমূলক বঁটাপ্ৰাপ্ত জিলাৰ লগতে…
তেজপুৰত পঞ্চায়ত আঁচনিৰ বিপৰীতে কমিছনৰাজকলৈ ক্ষুব্ধ বিজেপি কৰ্মী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ তেজপুৰৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ অধীনস্হ অঞ্চলত সংঘটিত অনিয়মক কেন্দ্ৰ কৰি বিজেপি দলৰে একাংশ সক্ৰিয় কৰ্মী অতিশয় ক্ষুন্ন হৈ পৰাৰ লগতে বিষয়টো দলৰ মজিয়াতো উত্থাপন কৰিছে৷ একেদৰে গাভৰু উন্নয়ন খণ্ডৰ পঞ্চায়ততো…
কাকৈ নদীত কেবা লাখ টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিত ব্যাপক অনিয়ম
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জলসম্পদ সংমণ্ডল বিভাগত এতিয়া বান খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত এতিয়া এনে অনিয়ম সংঘটিত হৈছে৷ চলিত…
ৰাজস্থানত মডেলিঙৰ খিতাপ অৰ্জন তেজপুৰৰ যুৱক মানসৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজস্থানত অনুষ্ঠিত হৈ যোৱা মিষ্টাৰ, মিছ, মাষ্টাৰ ছুপাৰ মডেল অৱ ৰাজস্থান খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ যুৱক মানস কেওঁটে৷ দেশৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিজয়ী হৈ যোৱা…
তেজপুৰৰ বিভিন্ন প্ৰান্তত নিশা চোৰৰ উপদ্ৰপে নিদ্ৰা হৰিছে ৰাইজৰ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ জুলাইঃ তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত নিশা আৰক্ষী প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি নিতৌ চুৰি কাণ্ডৰ লগতে অসামাজিক আৰু অনৈতিক কাৰ্য্যকলাপৰ পয়োভৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিশা চোৰৰ উপৰ্যুপৰি চুৰি কাণ্ডৰ ঘটনাই…
একাধিক কুঁৱাত দুৰ্বৃত্তই মিহলালে বিষ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বাহঁবাৰীৰ মৌজাৰ বৰঘোপ ৰাইতলীত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে পানীত বিষ ধলা কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,দুৰ্বৃত্তই একাধিক…
লখিমপুৰত পঞ্চায়ত সচিব- সমন্বয়কক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ জুলাইঃ গ্ৰামোন্নয়নৰ বাবে আৱণ্টিত ধন আত্মসাৎ কৰি এইবাৰ লখিমপুৰৰ পাভত গ্ৰেপ্তাৰ হৈছে পঞ্চায়ত সচিব-সমন্বয়ক৷ ধৃত পঞ্চায়ত সচিব আৰু সমন্বয়কজন হৈছে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত তথা কৰুণাবাৰী উন্নয়নখণ্ডৰ…
তেজপুৰত বনৰীয়া ম’হৰ আক্ৰমণত নিহত এজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩জুলাইঃ বাঢ়নি পানীৰ বাবেই নিৰাপদ স্হানৰ সন্ধানত বনাঞ্চলৰ পৰা ওখ ঠাই বিচাৰি ওলাই অহা বুলি ধাৰণা কৰা বনৰীয়া ম’হৰ আক্ৰমণত আজি পুৱা তেজপুৰৰ ভোজখোৱা চাপৰিত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছ।…
তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, জুলাই : বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্হানৰ লগতে তেজপুৰ…
