Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত ব্যৱসায় প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ ফলকত কলা ৰং সানিলে আছুৱে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ অক্টোবৰঃ তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷…

বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা

উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ "বিহংগবন্ধু"ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ'লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷…

তিনিচুকীয়াত আৰোহন আচঁনিৰ অন্তৰ্গত নিৰ্বাচিত মেণ্টীসকলৰ সৈতে প্ৰশাসনৰ অভিৰোচন অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আজি আৰোহন আচঁনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত ’মেণ্টী' সকলৰ সৈতে এক অভিৰোচন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ তিনিচুকীয়াৰ বাইপাছস্থিত…

তেজপুৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫অক্টোবৰঃ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷উন্নয়নৰ নামত ফুটা কলহ পূৰ নোহোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্টুন চৰিত্ৰৰ লগতে…

কৃত্ৰিম বানত জুৰুলা তিনিচুকীয়া : ক’ত গ’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : এজাক বৰষুণতে একাঁঠু পানীত ডুব যোৱা তিনিচুকীয়া চহৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ আঞ্চলিক…

লখিমপুৰত জল জীৱনৰ নিৰ্মীয়মান আঁচনিৰ পৰা পৰি মৰিগাঁৱৰ যুৱকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ টকৌগুৰিত যোৱানিশা এক কৰুণ ঘটনা সংঘটিত হয়৷ গাঁওখনত নিৰ্মীয়মান জলজীৱন আঁচনিৰ পানী টেংকীৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ বছৰগুৰিত৷ ঘটনাৰ বিৱৰণী…

অসমীয়া ভাষাটো পৰি মৰা ভাষা নহয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ছেপ্টেম্বৰঃ “সাংবাদিকতা এতিয়া সেৱা নহয়,ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত…

বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ছেপ্টেম্বৰঃ বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীৰে একাংশ জ্যেষ্ঠ বিহুৱা আৰু বিহুৱতীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ আজি এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হয় যে,অসম আৰু…

তিনিচুকীয়াত পৰ্যটন বিভাগ, প্ৰেছ ক্লাব, বেব্লাৰ্ছ ইনৰ উদ্যোগত পৰ্যটন দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলা পৰ্যটন বিভাগৰ উদ্যোগত তথা তিনিচুকীয়া প্ৰেছ ক্লাব আৰু বেব্লাৰ্ছ ইন (বটিক হোমষ্টে) নামৰ প্ৰতিষ্ঠানৰ সহযোগত আজি বিশেষ কাৰ্যসূচীৰে তিনিচুকীয়াত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়।…

তিনিচুকীয়া জিলাৰ ২২১ বিদ্যলয় বন্ধৰ সিদ্ধান্ত : আছুৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ২২১খন অসমীয়া মাধ্যমৰ বিদ্যলয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷…