Browsing Category

ট্ৰেণ্ডিং

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্‌যাপন

উত্তৰ লক্ষীমপুৰ, ২০ জুনঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্‌যাপন কৰা হয়। অনুষ্ঠানটিত কলাগুৰু জনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই । মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু…

তেজপুৰত অভিনন্দন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২০জুনঃ ইন্দ্ৰধনুছ চ’চিয়েল ৱেলফেয়াৰ চ’ছাইটিৰ সৌজন্যত তেজপুৰত আজি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্হান প্ৰাপ্ত আৰু ডিষ্টিংচন প্ৰাপ্ত মেধাবী ছাত্ৰছাত্ৰী সকলক অভিনন্দন জনোৱা হয়৷…

লক্ষীমপুৰত বিভিন্ন স্থানত ৰাভা দিৱস উদ্‌যাপন

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২০ জুনঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে লক্ষীমপুৰ জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাভা দিৱসটি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰে৷ জিলাখনৰ অ পি ডি মহাবিদ্যালয়ৰ লিটাৰেৰী আৰু গ্ৰামা ক্লাবৰ উদ্যোগত অসমীয়া বিভাগ আৰু…

লখিমপুৰৰ বিস্তৃত গো উন্নয়ন প্ৰকল্পত নাইট্ৰজেন গেছৰ  ভঁৰাল গোট উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুনঃ দুগ্ধ উৎপাদনত আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কৃত্ৰিম প্ৰজননৰ জৰিয়তে গাইগৰুৰ সংখ্যা বৃদ্ধিত পশুপালন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। আজি লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত "বিস্তৃত গো উন্নয়ন প্ৰকল্প (ICDP)…

চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসীৰ বাবে আসন সংৰক্ষণকলৈ সৰৱ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০জুনঃ “ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসী ভাৰতীয়ৰ নামত আসন সংৰক্ষণৰ যি পোষকতা কৰিছে, সেয়া বাতিল কৰিব লাগিব৷ অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক চূড়ান্ত অন্যায়৷” তেজপুৰত আজি এইদৰে মন্তব্য কৰে আছুৰ মুখ্য…

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ লক্ষীমপুৰত চি বি আইৰ অভিযান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ ৰাজ্য জোকাৰি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অসমলৈ অহা চি বি আই দলটো আজি আহি লক্ষীমপুৰত উপস্থিত হয়৷ ৰাজ্য চৰকাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে চি বি আইলৈ গোচৰটো হস্তান্তৰ কৰাৰ…

ডিপোতা নৈত সন্ধানহীন পুত্ৰঃ বৰ জীয়াৰীৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্নঃ তেজপুৰৰ এটা পৰিয়ালত হাঁহাকাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৯জুনঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে ৰাইজৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি কৰিছে।বাঢ়নী পানীত নিজৰ পুত্ৰ উটি যোৱা চাৰিটা দিনৰ পাছতো কোনো সন্ধান নোলোৱাৰ পাছত বৰ জীয়াৰী সন্ধানত ভাগি পৰিছে পৰিয়ায়টো।উল্লেখ্য যে,…

এন এইচ পি চিৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাত আশ্ৰয় নললে এতিয়া বিজেপিৰ নেতাৰ দেহা শাত নপৰে- ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১৯ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি কিছু উন্নতি ঘটিছে যদিও বানৰ জটিলতা এতিয়াও কমা নাই৷ ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত শিঙৰা নদীৰ বানে বিচ্ছিন্ন কৰা মথাউৰিৰ অংশৰে সোমোৱা পানীৰে অঞ্চলটোৰ ১৬ খন গাঁৱৰ…

লখিমপুৰ জিলাৰ একাধিক কাৰ্যসূচীত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লক্ষীমপুৰ, ১৯ জুনঃ ৰাজ্য চৰকাৰৰ  কৃষি মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি লক্ষীমপুৰত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি তেখেতে জিলা আবৰ্ত ভৱনত পুৱা ৯ বজাত অসম…

তেজপুৰ নগৰত বনৰীয়া হাতীৰ চফৰঃ আশ্ৰয় গ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ ৰাজ্যৰ বিভিন্ন জিলা বানৰ কৱলত পৰাৰ সময়ত হেজাৰ হেজাৰ মানুহ হাঁহাকাৰ অৱস্থাৰ সন্মুখীন হোৱাৰ সমান্তৰাল ভাবে বন্য জীৱজন্তু সমূহো বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বুঢ়াচাপৰি…