Browsing Category

ট্ৰেণ্ডিং

নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ এটা পৰিয়ালক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই এটা পৰিয়ালক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে৷ বিগত তিনিমাহ ধৰি অকলশৰে থকা পৰিয়ালটো এতিয়া চূড়ান্ত হতাশাত…

তেজপুৰৰ ডিপোতা নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা সম্পূৰ্ণ এসপ্তাহৰ পাছত যুৱকনৰ মৃতদেহ আজি উদ্ধাৰ হয়৷…

 সদৰ থানাৰ কম্পিউটাৰৰ হাৰ্ড ডিক্স কপি কৰি লৈ লখিমপুৰ এৰিলে চি বি আই দলে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ আৱৰ্ত ভৱনৰ পৰা অৱশেষত চি বি আই দলটোৱে আজি নগাঁও অভিমুখে ৰাওনা হয়৷ বিগত চাৰিদিন ধৰি লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলোৱাৰ লগতে লখিমপুৰৰ বহু নকল সোণ আৰু জাল নোট চক্ৰৰে…

লখিমপুৰৰ সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তি

উত্তৰ লখিমপুৰ ,২২ জুন : লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্হানীয় ডাঃ দাস…

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক চি পি আই (এম)ৰ বিৰোধিতা

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জুনঃ অসমৰ প্ৰায় সকলোবোৰ বিৰোধী দল আৰু জাতীয় সংগঠনৰ প্ৰবল বিৰোধিতা সত্ত্বেও ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা প্ৰকাশ কৰাত…

বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অধ্যক্ষৰ আসন দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷…

তিনিচুকীয়া মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানত প্ৰভাংগীক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জুন : আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী…

“সমষ্টি নিৰ্ধাৰণত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ জড়িত”–মাণিক সৰকাৰ

মণিপুৰ চৰকাৰক ভংগ কৰিব লাগেঃ বিৰোধী ঐক্যকলৈ আশাবাদীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২১জুনঃ “ৰাজ্যত এনে কি পৰিস্থিতিৰ উদ্ভৱ হ’ল যে,বৰ্তমান ঠিক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ কৰিব লগীয়া হ’ল? অসমততো কাশ্মীৰৰ দৰে…

ডিব্ৰুগড়-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণ ৰাষ্ট্ৰীয় চিকিৎসা…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জুন : ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ…