Browsing Category

ট্ৰেণ্ডিং

ধেমাজিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা

ধেমাজি, ১২ জুনঃ ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ পটভূমিত আজি ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় ।…

আদিবাসী যুৱক যুৱতীৰ বাবে ১৫শতাংশ চৰকাৰী চাকৰি সংৰক্ষণৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ ৰাজ্যৰ আদিবাসী যুৱক যুৱতী সকলৰ বাবে ৰাজ্যচৰকাৰৰ নিযুক্তিত ১৫শতাংশ সংৰক্ষণ দাবী কৰিছে অসম জাতীয় পৰিষদে৷তেজপুৰস্হ দলীয় কাৰ্যালয়ত আজি বিয়লি তিনিবজাত অনুষ্ঠিত এক সংবাদমেলত এই দাবী উত্থাপন কৰে দলটোৰ উপসভাপতি…

তিনিচুকীয়াত পুনৰ অনাঅসমীয়াৰ আক্ৰমণত ধৰাশায়ী খাটি খোৱা খিলঞ্জীয়া যুৱক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুন : তিনিচুকীয়া চহৰত অনাঅসমীয়াৰ দপদপনি এতিয়া আৰু কোনো নতুন কথা হৈ থকা নাই ৷ বিজয়া দশমীৰ দিনা সামান্য অজুহাতত অনাঅসমীয়া গুণ্ডা প্ৰকৃতিৰ লোকে চহৰখনৰ মাজমজিয়াত সহস্ৰাধিক লোকৰ সন্মুখত কৰ্তব্যৰত আৰক্ষী…

দুই পূৰ্ণৰ চাকৰি অপূৰ্ণ হৈ পৰিল

লখিমপুৰত ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এইবাৰ নিজৰ আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷ অভিযোগ লাভ…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলনলৈ অসম কলেজ শিক্ষক সংস্থাৰ সৰ্বাত্মক সঁহাৰি 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুনঃ লক্ষীমপুৰ জিলাৰ অন্যতম অগ্ৰণী আৰু পুৰণি উচ্চ শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে অধ্যক্ষ ড° অমূল্য কুমাৰ হাজৰিকাই দীৰ্ঘদিন ধৰি চলাই অহা গুৰুতৰ বিত্তীয় কেলেংকাৰী, মহিলা সহকৰ্মীৰ প্ৰতি প্ৰদৰ্শন কৰি…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত সোণালী জয়ন্তী বক্তৃতা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ ১০ জুনঃ লখিমপুৰ মহাবিদ্যালয়ৰ চলি থকা সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ তৃতীয় বক্তৃতা ৯ জুনত অনুষ্ঠিত হৈ যায়৷ মুম্বাইৰ ডাঃ শচীন পৰাবে নিচাজাতীয় দ্ৰব্য ত্যাগ আৰু মদ্যপানৰ অভ্যাসৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷ ভাৰত চৰকাৰে…

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ ৰাজ্যৰ শিক্ষাখণ্ডত অ- প্ৰাদেশিকীকৰণৰ সমস্যাটো বৰ্তমান সময়ত এটা জ্বলন্ত সমস্যা হিচাবে চিহ্নিত হৈছে৷ ৰাজ্যৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী হাইস্কুলত অধ্যয়ন কৰি আছে তাৰে প্ৰায় ৩০ শতাংশ ছাত্ৰ-ছাত্ৰী এই অ-প্ৰাদেশিকৃত…

তেজপুৰৰ পুতুল ৰাভাৰ বিয়োগ

 শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ এসময়ৰ সংগীত শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সমাধি “সমন্বয় ক্ষেত্ৰ“ পৰিচালনা সমিতিৰ সম্পাদক, ৰাজনীতিক তথা সমাজকৰ্মী পুতুল ৰাভাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুৱা ৫ - ৫৫ বজাত দেহাৱসান ঘটাত…

তেজপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিংহৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নবছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত বিগত নবছৰে চৰকাৰৰ কামৰ এক খতিয়ান আজি দাঙিধৰা হয় তেজপুৰত৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা দলটোৰ উত্তৰপূৰ্বাঞ্চলৰ সমন্বয়ক ঋতুৰাজ সিংহই সংবাদমেলত কয়…

ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে দৰংমহাবিদ্যালয়ত অসামৰিক সেৱাৰ পৰীক্ষাৰ অধ্যয়ন কেন্দ্ৰ মুকলি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ জুনঃ ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে আজি তেজপুৰৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত অসামৰিক সেৱাৰ এটা অধ্যায়ন কেন্দ্ৰ আনুষ্ঠানিক…