Browsing Category
ট্ৰেণ্ডিং
চাকৰি দিয়াৰ নামত লাখ লাখ সংগ্ৰহ : তিনিচুকীয়াৰ ডি চি অফিচৰ কৰ্মচাৰীসহ ধৃত ৩
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জুন : চতুৰ্থ বৰ্গৰ পদত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা কাৰ্বি আংলঙৰ হামৰেণ থানাৰ আৰক্ষীয়ে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰীসহ ৩ জন লোকক আটক কৰে ৷ আটকাধীন তিনিচুকীয়াৰ…
আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লক্ষীমপুৰত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন
লক্ষীমপুৰ, ১৫জুন: লক্ষীমপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতি(আয়ুস)ৰ উদ্যোগত, আই ৱাই এন এছ (IYNS), উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আৰু আকাংক্ষা যোগ আৰু ৱেলনেছ চেণ্টাৰৰ, উত্তৰ লক্ষীমপুৰৰ সহযোগত নৱম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস…
বিশৃংখল তিনিচুকীয়া : পৌৰসভাৰ কাৰ্যবাহীলৈ নটিছ আৰক্ষীৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুন : ৰাজহুৱা স্বাৰ্থলৈ পিঠি দি কেৱল ক্ষমতাকেন্দ্ৰিক যুঁজবাগৰত নিমজ্জিত তিনিচুকীয়া পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে এতিয়া কেতবোৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে তিনিচুকীয়া আৰক্ষী ৷ উল্লেখ্য যে যাতায়াতৰ…
সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াৰ পৰিত্ৰাণ বিচাৰি অদৃষ্টজনলৈ প্ৰাৰ্থনা গঞাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াই এতিয়া আতংকৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাৰ ন-আলি তেলিয়া পথাৰত৷ যাৰবাবে আজি তেলাহী মৌজাৰ পাঁচখন গাঁৱৰ সহস্ৰাধিক লোকে সোৱণশিৰিৰ খহনীয়া ৰোধৰ পৰিত্ৰাণ বিচাৰি ন-আলি তেলিয়া পথাৰত জল…
লখিমপুৰত ভাতৃ হন্তাক যাৱজ্জীৱন কাৰাদণ্ডঃ ২২ বছৰৰ পিছত আদালতৰ ৰায়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সুদীৰ্ঘ ২২ বছৰৰ পিছত লখিমপুৰৰ আদালতত আজি এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷ ২০০১ চনৰ ১৪ আগষ্টত বঙালমৰাৰ নুৰ উদ্দিন ভূঞা নামৰ এজন লোকে বঙালমৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যে- আবুল কালাম…
লখিমপুৰৰ বানত চৰকাৰী সাহায্য নাইঃ সোৱণশিৰিত উটি গ’ল যুৱক
নাওবৈচাত ক্ষুব্ধ বন্যাৰ্তই পানীৰ মাজতে আৱদ্ধ কৰিলে ৰাজহ চক্ৰ বিষয়াক
নাওবৈচাত জটিল পৰিস্থিতিত বন্যাৰ্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ বছৰৰ প্ৰথমটো বানে লখিমপুৰ জিলাত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তত…
তেজপুৰ কৰ্কট কেন্দ্ৰই বিশ্বমানৰ ব্রেকিথেৰাপী চিকিৎসা আৰম্ভ কৰিছে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুনঃ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ অধীনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ এটা গোট, জ্যোতি ৰ কৰ্কট কেন্দ্ৰ ২০২২ৰ ২৮ এপ্ৰিলত দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ পাছত যোৱা এবছৰৰ ভিতৰত এই কেন্দ্ৰই ৪৬৭৫জনক…
চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত অজাযুছাপৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুন : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান…
গুৱাহাটীত বিশ্ব ৰক্তদাতা দিৱস পালন
মহকুমা চিকিৎসালয়তো স্থাপন কৰা হ'ব ব্লাডবেংক--স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
জিলা চিকিৎসালয়ৰ ব্লাডবেংককো উন্নীত কৰা হ'ব ৰক্ত উপাদান পৃথকীকৰণ গোটল
জিলাভিত্তিক শ্ৰেষ্ঠ ৰক্তদাতাক সম্বৰ্ধনা, সন্মানিত কৰিলে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ…
বিহপুৰীয়া মহাবিদ্যালয়ত দুই তৰপীয়া তদন্ত আৰম্ভঃ শিক্ষক গোটৰ স্বস্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ সমস্যাৰাজিৰ সমাধানৰ দাবীত শিক্ষক গোটে যোৱা ১১ মে’ৰ পৰা চলাই অহা ধৰ্মঘটৰ পিছত অৱশেষত গা লৰিল চৰকাৰ তথা শিক্ষা বিভাগৰ। শিক্ষক গোটৰ যুক্তিসংগত আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন…
