Browsing Category

ট্ৰেণ্ডিং

সোৱণশিৰি প্ৰকল্পস্থলীত জলপ্ৰলয়

গেৰুকামুখত ধাৰষাৰ বৃষ্টিপাতঃ নামনিত আতংক শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ চলিত বৰ্ষৰ বাৰিষাৰ আৰম্ভণিতে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অথন্তৰে দেখা দিছে৷ অৰুণাচলৰ প্ৰদেশত হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ২০০০ মেগাৱাট…

বলিশালত মৃত্যুৰ ক্ষণ গণিছে লখিমপুৰৰ ১৫৩০ জোপা গছে

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ চৰকাৰে উন্নয়নৰ নামত যধে মধে বন ধবংস কৰিবলৈ বিচৰা কাৰ্যত একাংশ প্ৰকৃতিপ্ৰেমী লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ ভাৰত মালাৰ অধীনত পথ নিৰ্মাণৰ নামত এনেদৰে লখিমপুৰ জিলাত সহস্ৰাধিক পৈনত আৰু অপৈনত গছ…

বহিঃৰাজ্যত নিহত তেজপুৰৰ যুৱক

শতাব্দ ষ্টাফ ৰিপ“ৰ্টাৰ,তেজপুৰ,১২জুনঃ বহিঃৰাজ্যলৈ যোৱা তেজপুৰৰ এজন যুৱকৰ ক্ষতবিক্ষত মৃতদেহ বিহাৰত উদ্ধাৰ হৈছে৷আনহাতে যুৱকজনৰ মৃত্যুৰ বাতৰি আজি লাভ কৰাৰ পাছত অকলশৰীয়া মাতৃয়ে পুত্ৰৰ মৃতদেহ কেনেদৰে ঘৰলৈ আনিব তাকে লৈ অস্হিৰ হৈ পৰিছে৷ উল্লেখযোগ্য…

ধেমাজিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা

ধেমাজি, ১২ জুনঃ ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ পটভূমিত আজি ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় ।…

আদিবাসী যুৱক যুৱতীৰ বাবে ১৫শতাংশ চৰকাৰী চাকৰি সংৰক্ষণৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ ৰাজ্যৰ আদিবাসী যুৱক যুৱতী সকলৰ বাবে ৰাজ্যচৰকাৰৰ নিযুক্তিত ১৫শতাংশ সংৰক্ষণ দাবী কৰিছে অসম জাতীয় পৰিষদে৷তেজপুৰস্হ দলীয় কাৰ্যালয়ত আজি বিয়লি তিনিবজাত অনুষ্ঠিত এক সংবাদমেলত এই দাবী উত্থাপন কৰে দলটোৰ উপসভাপতি…

তিনিচুকীয়াত পুনৰ অনাঅসমীয়াৰ আক্ৰমণত ধৰাশায়ী খাটি খোৱা খিলঞ্জীয়া যুৱক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুন : তিনিচুকীয়া চহৰত অনাঅসমীয়াৰ দপদপনি এতিয়া আৰু কোনো নতুন কথা হৈ থকা নাই ৷ বিজয়া দশমীৰ দিনা সামান্য অজুহাতত অনাঅসমীয়া গুণ্ডা প্ৰকৃতিৰ লোকে চহৰখনৰ মাজমজিয়াত সহস্ৰাধিক লোকৰ সন্মুখত কৰ্তব্যৰত আৰক্ষী…

দুই পূৰ্ণৰ চাকৰি অপূৰ্ণ হৈ পৰিল

লখিমপুৰত ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এইবাৰ নিজৰ আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷ অভিযোগ লাভ…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলনলৈ অসম কলেজ শিক্ষক সংস্থাৰ সৰ্বাত্মক সঁহাৰি 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুনঃ লক্ষীমপুৰ জিলাৰ অন্যতম অগ্ৰণী আৰু পুৰণি উচ্চ শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে অধ্যক্ষ ড° অমূল্য কুমাৰ হাজৰিকাই দীৰ্ঘদিন ধৰি চলাই অহা গুৰুতৰ বিত্তীয় কেলেংকাৰী, মহিলা সহকৰ্মীৰ প্ৰতি প্ৰদৰ্শন কৰি…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত সোণালী জয়ন্তী বক্তৃতা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ ১০ জুনঃ লখিমপুৰ মহাবিদ্যালয়ৰ চলি থকা সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ তৃতীয় বক্তৃতা ৯ জুনত অনুষ্ঠিত হৈ যায়৷ মুম্বাইৰ ডাঃ শচীন পৰাবে নিচাজাতীয় দ্ৰব্য ত্যাগ আৰু মদ্যপানৰ অভ্যাসৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷ ভাৰত চৰকাৰে…

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ ৰাজ্যৰ শিক্ষাখণ্ডত অ- প্ৰাদেশিকীকৰণৰ সমস্যাটো বৰ্তমান সময়ত এটা জ্বলন্ত সমস্যা হিচাবে চিহ্নিত হৈছে৷ ৰাজ্যৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী হাইস্কুলত অধ্যয়ন কৰি আছে তাৰে প্ৰায় ৩০ শতাংশ ছাত্ৰ-ছাত্ৰী এই অ-প্ৰাদেশিকৃত…