Browsing Category

ট্ৰেণ্ডিং

জলসিঞ্চন বিভাগৰ ঠিকাঃ কমিছন সংগ্ৰহৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মে’ঃ জলসিঞ্চন বিভাগৰ অধীনত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ বাবে অনুমোদিত মুঠ ৬০লাখ টকাৰ ঠিকাৰ অধিকাংশই শোণিতপুৰৰ বাহিৰৰ ঠিকাদাৰক আবন্টন দিয়াৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ এই জলসিঞ্চন প্ৰকল্পটোৰ…

নকল সোণঃ ৩০ আত্মসমৰ্পণ+২২ গ্ৰেপ্তাৰ =৫২ আৰক্ষীৰ জালত

লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ বিজেপি নেতা-পঞ্চায়ত সভানেত্ৰীৰ স্বামীসহ অৰ্ধ শতাধিকৰ আত্মসমৰ্পণ-গ্ৰেপ্তাৰ এছ পি আনন্দ মিশ্ৰৰ এটা ধমকৰ পিছতে লখিমপুৰত নকল সোণ, জাল নোট, ড্ৰাগছ ব্যৱসায়ী আত্মসমৰ্পণৰ জোৱাৰ এনকাউণ্টাৰৰ ভয়ত…

লখিমপুৰৰ ৫ কীৰ্তিমানক লখিমপুৰ জিলা প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৩ মে’ ঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি এখন অভিনন্দন সভা অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে আঁত ধৰা অভিনন্দন অনুষ্ঠানত সোমবাৰে ঘোষিত মেট্ৰিকৰ ফলাফলত জিলাখনৰ পৰা স্থান লাভ কৰা ৫…

শিৱসাগৰৰ মেটেকাত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

শতাব্দ শিৱসাগৰৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে': শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক মেটেকা মাজগাঁৱৰ এজন ব্যক্তিৰ ঘৰত যোৱা নিশা উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য বনৰৌ৷ জানিব পৰা নিশা প্ৰায় দহ বজাত বনৰৌটো ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰি পৰিয়ালটোৱে…

মিশ্ৰৰ চমকঃ লখিমপুৰত ১২ ঘণ্টাত তিনি নকল সোণ বেপাৰী ধৃত

 ১৫ দিনৰ ভিতৰত অপৰাধীক নিজে আহি ধৰা দিয়াৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ দেওবাৰে নিশা প্ৰায় ৮ বজাত লখিমপুৰ জিলাত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰ্তব্যত যোগদান কৰাৰ ১২ ঘণ্টাৰ ভিতৰতে আজি…

জোনমণি আৰু বাবুললৈ তেজপুৰত শ্ৰদ্ধাঞ্জলিঃ ন্যায়ৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ এক ৰহস্যজনক দুৰ্ঘটনাত নিহত হোৱা আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভা আৰু বহিৰাজ্যত হত্যাৰ বলি হোৱা বাবুল বৰুৱাৰ প্ৰতি আজি তেজপুৰৰ মিছন চাৰিআলিত শ্ৰদ্ধাঞ্জলি জনাই তেজপুৰৰ বহুসংখ্যক লোকে৷ বিভিন্ন ক্ষেত্ৰৰে জড়িত…

তেজপুৰত বাচফৰ নৃত্য বিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ মে' : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল ৷ গুৰুজনাৰ সেই আদৰ্শকেই সৰোগত কৰি তেজপুৰত হৰিজনসকলে আৰম্ভ কৰিছে শংকৰী কলা-কৃষ্টিৰ সাধনা৷ হৰিজনসকলৰ…

তেজপুৰত পদবজ্ৰে তিব্বত মুক্তি আন্দোলনকাৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ঃ সম্প্ৰতি প্ৰতিবেশী ৰাষ্ট্ৰ আগ্ৰাসী চীনৰ গ্ৰাসত পৰিছে তিব্বত৷ চীনে সমগ্ৰ তিব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তিব্বতৰ সকলো অধিকাৰ খৰ্ব কৰিছে৷পৰিণতিত তিব্বতীয় সকলৰ মুক্তিৰ বাবে চিকিমৰ পৰা এক পদযাত্ৰা আৰম্ভ…

লখিমপুৰৰ জহিঙত এলিফেণ্ট কৰিড’ৰত ফল-মূলৰ বৃক্ষ ৰোপন শিক্ষাৰ্থীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মে’ ঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ জহিঙত থকা লখিমপুৰৰ একমাত্ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে জহিঙৰ সমীপৱৰ্তী কৈলামাৰী চাহ বাগিছাৰ কাষত বৃক্ষ ৰোপনৰ…

দৰং মহাবিদ্যালয়ত স্মৃতিকাতৰ হ’ল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল

উত্তৰ ভাৰতৰ সেনা বিষয়া গৰাকীয়ে ক'লে অসমীয়া মানুহৰ দৰে সৰল মানুহ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাই শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মে'ঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল (Major General,…