Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত পদবজ্ৰে তিব্বত মুক্তি আন্দোলনকাৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ঃ সম্প্ৰতি প্ৰতিবেশী ৰাষ্ট্ৰ আগ্ৰাসী চীনৰ গ্ৰাসত পৰিছে তিব্বত৷ চীনে সমগ্ৰ তিব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তিব্বতৰ সকলো অধিকাৰ খৰ্ব কৰিছে৷পৰিণতিত তিব্বতীয় সকলৰ মুক্তিৰ বাবে চিকিমৰ পৰা এক পদযাত্ৰা আৰম্ভ…

লখিমপুৰৰ জহিঙত এলিফেণ্ট কৰিড’ৰত ফল-মূলৰ বৃক্ষ ৰোপন শিক্ষাৰ্থীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মে’ ঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ জহিঙত থকা লখিমপুৰৰ একমাত্ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে জহিঙৰ সমীপৱৰ্তী কৈলামাৰী চাহ বাগিছাৰ কাষত বৃক্ষ ৰোপনৰ…

দৰং মহাবিদ্যালয়ত স্মৃতিকাতৰ হ’ল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল

উত্তৰ ভাৰতৰ সেনা বিষয়া গৰাকীয়ে ক'লে অসমীয়া মানুহৰ দৰে সৰল মানুহ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাই শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মে'ঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল (Major General,…

শোণিতপুৰত নকল সোণ চক্ৰৰে জড়িত ১১জনক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা আৰু তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত তিনিটা অঞ্চলত যোৱা নিশা স্হানীয় আৰক্ষীয়ে চলোৱা পৃথক অভিযানত নকল সোণৰ বেহাৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰে ভিতৰত চাৰিদুৱাৰ…

দুৰ্যোগ ব্যৱস্থাপনাত তিনিচুকীয়া প্ৰথম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ মে’ : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা দুৰ্যোগ ব্যৱস্থাপনা স্ক'ৰকাৰ্ডত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই ৷ এই স্বীকৃতিস্বৰূপে তিনিচুকীয়া বাইপাছত নৱনিৰ্মিত…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অনিৰ্দিষ্ট কাললৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ কেতবোৰ আভ্যন্তৰীণ সমস্যাক লৈ যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।…

সোৱণশিৰিৰ ভীমপৰা কোৱেৰিত অবাধে বালি খননঃ থেকেৰাগুৰি গাঁৱলৈ ভাবুকি

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৮ মে'ঃ লখিমপুৰ জিলা বন বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগত সোৱণশিৰি নৈৰ বুকুৰ পৰা বনজ সম্পদ সংগ্ৰহ কৰাৰ নামত ভীমপৰা শিল-বালি মহলৰ মহলদাৰ গোষ্ঠীয়ে দৌৰাত্ম্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহলটোৰ দাঁতিকাষৰীয়া থেকেৰাগুৰি…

বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক বাতিলঃ পুনৰ আন্দোলন ঘোষণা শিক্ষক গোটৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে একাধিক দাবী উত্থাপন কৰি যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছিল। ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে আজি ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত…

জোনমণি ৰাভাৰ মৃত্যু ঘটনাঃ নাওবৈচাত চি আই ডিৰ অভিযান

লখিমপুৰত বিজেপিৰ বহু নেতাৰ লগত আবু চুহিদৰ আছিল ঘনিষ্ঠতা শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মে’ঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সম্প্ৰতি তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ সময়তে আৰক্ষী…

২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে সম্পূৰ্ণ হ’ব তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য

ছেপ্তেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট মুখ্যমন্ত্ৰীক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা' প্ৰদান শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : আগন্তুক ছেপ্তেম্বৰ মাহত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ আজি…