Browsing Category
ট্ৰেণ্ডিং
তেজপুৰৰ নাৰ্ছিং হ’মত প্ৰসুতিৰ মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ প্ৰসুতিৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুৱা এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় তেজপুৰৰ এখন নাৰ্ছিংহোমত৷ উল্লেখযোগ্য যে, চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে চৰকাৰী চিকিৎসালয়ৰ পৰিবৰ্তে ব্যক্তিগত নাৰ্চিং হোমত দুবাৰকৈ…
লখিমপুৰত পি এম এ ৱাই গৃহ নিৰ্মাণৰ নামত সংঘটিত কেলেংকাৰিৰ ন ন তথ্য উন্মোচন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত কৰুণাবাৰী উন্নয়ন খণ্ডৰ ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰিৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে৷ ইতিপূৰ্বে পঞ্চায়তখনৰ…
তেজপুৰ পৌৰসভাৰ কেবালাখ টকীয়া আঁচনিঃবাঁহৰ বেৰা দি বন্ধ কৰিব আৱৰ্জনা পেলোৱা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯ছেপ্টেম্বৰঃ তেজপুৰৰ বিভিন্ন স্হানত একাংশ লোকে আৱৰ্জনা পেলাই যি পৰিস্হিতিৰ উদ্ভৱ কৰি আহিছে তাৰ পৰিত্ৰাণ বিচাৰি হাঁহাকাৰ কৰিবলগীয়া হৈছে তেজপুৰ পৌৰসভাই৷উল্লেখযোগ্য যে,তেজপুৰ পৌৰসভাৰ অধীনত কৰ্মৰত বহুসংখ্যক হৰিজন…
লখিমপুৰত ১ লাখ টকাৰ উৎকোচ বিছাৰি মণ্ডল গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে উৎকোচ গ্ৰহণকাৰী বিষয়া কৰ্মচাৰী সঘনাই আৰক্ষীৰ জালত পৰাৰ সময়তে লখিমপুৰত ১ লাখ টকাৰ ধনদাবীৰ অভিযোগত আজি এজন মণ্ডলক আৰক্ষীয়ে আটক কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত…
বাৰেকুৰিবাসীৰ মৰমৰ হলৌ বান্দৰ ”কলীয়া”ৰ চিৰবিদায়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ বাৰেকুৰিবাসীৰ মৰমৰ কলীয়া আৰু নাই ৷ প্ৰায় চাৰিটা দশক বাৰেকুৰিৰ কোলাত উমলি পাৰ কৰা কলীয়াই সোমবাৰে নিশা সকলোকে কন্দুৱাই প্ৰাণ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত কলীয়াৰ বয়স হৈছিল প্ৰায়…
বাঁহবাৰীত চতুৰ্দশ বাৰ্ষিক কৰম উৎসৱ
শতাব্দ ষ্টাফ ৰিপ'টাৰ ১৭ছেপ্টেম্বৰ: ভাদ মাহৰ একাদশীত উদযাপন কৰা হয় অসম চাহ জনগোষ্ঠীসকলৰ কৰম উৎসৱ।এই উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰে । আজিৰ দিনটোতেই চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে ।…
নৱ-প্ৰভাত আৰু এন পি আই এফ টিৰ উদ্যোগত ৰাজ্যিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ ৰাজ্যত অনুসূচিত জাতিৰ সৰ্ব্বোচ্চ সন্মান হিচাপে বিগত আঠ টা বছৰে জাতিটোৰ একো একোগৰাকী মহান ব্যক্তি তথা মহিয়সী নাৰীক প্ৰদান কৰি অহা হৈছে। অসম অনুসূচিত জাতি প্ৰাণ বঁটা তথা প্ৰশাসনিক, সাংস্কৃতিক,…
তেজপুৰ চেলেঞ্জ কাপ ফুটবল
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ছেপ্টেম্বৰঃ ফুটবল খেলত ৰাজ্যৰ খেলুৱৈৰ প্ৰবল পৰাক্ৰম দেখুৱাই আজি ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কাৰ্বি আংলঙৰ মৰ্ণি ষ্টাৰ এফ চিয়ে কলকাতাৰ দুৰ্গাপুৰ এফ চিক…
তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ছেপ্তেম্বৰঃ ১৯৭৪ চনৰ ২ নবেম্বৰত পদ্মশ্ৰী শীলা বৰঠাকুৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মহিলাৰ সৰ্ববৃহৎ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সোণালী জয়ন্তী“ উদযাপন, কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আগন্তুক ২০২৪ বৰ্ষৰ…
নৰ্থ লখিমপুৰ কলেজত ‘ভাষাবিজ্ঞানঃ তত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ চেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি ‘ভাষাবিজ্ঞানঃতত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক এক বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়৷ বিভাগৰ মুৰব্বী ড০ অৰবিন্দ ৰাজখুৱাই সঞ্চালনা কৰা অনুষ্ঠানটিৰ উদ্দেশ্য সম্পৰ্কে…