Browsing Category
ট্ৰেণ্ডিং
তেজপুৰৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত গাণনিক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ ছেপ্টেম্বৰঃ ভাৰতীয় খাদ্য নিগমৰ তেজপুৰস্হিত কাৰ্যালয়ত কৰ্মৰত গাণনিক আব্দুল লতিফক যোৱা নিশা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্হা চিবিআইৰ দুৰ্নীতি নিবাৰক কোষে গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে গাণনিক লতিফৰ বিৰুদ্ধে উৎকোচ…
১৩ ছেপ্টেম্বৰৰ পৰা তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৮ চেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অহা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা৷ আজি এই বিষয়ে প্ৰকাশ কৰিছে জিলা ক্ৰীড়া…
তিনিচুকীয়াত শিক্ষা বিভাগ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰচেষ্টা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৮ ছেপ্তেম্বৰঃ মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে সমাজ জীৱনলৈ চৰম ভাবুকি কঢ়য়িাই অনাৰ পৰিপ্ৰেক্ষিতত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু…
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নেত্ৰদান সপ্তাহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃ অন্য বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো অন্ধতাত ভুগি থকা অলেখ মানুহ আছে৷ তাৰ ভিতৰত বহুতো লোকে এক বিশেষ শ্ৰেণীৰ অন্ধতাত ভুগি আছে, যাক কোৱা হয় কৰ্ণিয়াজাত অন্ধতা৷ আমাৰ চকুৰ বগা অংশটোৰ মাজত এটা স্বচ্ছ…
বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ওপজা দিন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃবিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিনটোত আজি পুৱাই মুখৰিত হৈ পৰিল ড০ ভূপেন হাজৰিকাৰ সৰ্বাধিক প্ৰিয় ঠাই ঊষা নগৰী তেজপুৰ৷বিগত বছৰৰ দৰে এইবাৰো তেজপুৰৰ ঘৰপৰা চুবুৰীৰ…
লখিমপুৰত গাহৰি বিক্ৰী-সৰবৰাহৰ ক্ষেত্ৰত ১৪৪ ধাৰা বলবৎ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত গাহৰি পালকসকলৰ লগতে পশু পালন আৰু চিকিৎসা সেৱা বিভাগতো হাহাকাৰ লাগিছে৷ ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে চলিত সপ্তাহত…
তিনিচুকীয়াত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : উৎকট গৰমৰ মাজত সঘন বিদ্যুৎ কৰ্তনে ৰাইজক অতিষ্ঠ কৰি তোলাৰ সময়তে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া চহৰৰ…
তেজপুৰৰ সুব্ৰত দাসগুপ্তৰ হত্যাকাণ্ডঃ অভিযুক্ত হত্যাকাৰীৰ পত্নীৰ ভাষ্যত আন এক মোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭ছেপ্টেম্বৰঃ তেজপুৰৰ কছাৰীগাঁৱৰ নিজা বাসগৃহতে ৩০আগষ্টৰ নিশা সুব্ৰত দাসগুপ্ত ওৰফে টুকু নামৰ লোকজনক হত্যা কৰা মনোজ গুৰুং প্ৰকৃততে পূৰ্বৰে পৰাই অপৰাধমূলক কাৰ্যকলাপৰে জড়িত৷তদুপৰি যোৱা তিনি ছেপ্টেম্বৰত আৰক্ষীয়ে…
লখিমপুৰত ভয়ংকৰ কাণ্ডঃ ড্ৰাগছ সৰবৰাহকাৰীৰ আক্ৰমণত অভিযানকাৰী আৰক্ষী আহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং আহমেদপুৰৰ দলনিৰ পাৰত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী দলক ড্ৰাগছ সৰবৰাহকাৰী আৰু তেঁওলোকৰ পৰিয়ালে আক্ৰমণ…
১৮৩৬ চনতে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰা তেজপুৰ চহৰৰ অনাদৃত জোনাকী পুখুৰী (থানা পুখুৰী)…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৭ ছেপ্তেম্বৰ: তেজপুৰ চহৰৰ মাজ ভাগতে থকা বৃটিছৰ দিনৰ আন এটা পৰিত্যক্ত পুখুৰীয়ে কালি সন্ধিয়াৰ ন - ৰূপত পুনৰ জীৱন লাভ কৰিলে মূলতঃ শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ তৎপৰতাত। ১৮৩৫…