Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰত গাহৰি বিক্ৰী-সৰবৰাহৰ ক্ষেত্ৰত ১৪৪ ধাৰা বলবৎ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত গাহৰি পালকসকলৰ লগতে পশু পালন আৰু চিকিৎসা সেৱা বিভাগতো হাহাকাৰ লাগিছে৷ ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে চলিত সপ্তাহত…
তিনিচুকীয়াত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : উৎকট গৰমৰ মাজত সঘন বিদ্যুৎ কৰ্তনে ৰাইজক অতিষ্ঠ কৰি তোলাৰ সময়তে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া চহৰৰ…
তেজপুৰৰ সুব্ৰত দাসগুপ্তৰ হত্যাকাণ্ডঃ অভিযুক্ত হত্যাকাৰীৰ পত্নীৰ ভাষ্যত আন এক মোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭ছেপ্টেম্বৰঃ তেজপুৰৰ কছাৰীগাঁৱৰ নিজা বাসগৃহতে ৩০আগষ্টৰ নিশা সুব্ৰত দাসগুপ্ত ওৰফে টুকু নামৰ লোকজনক হত্যা কৰা মনোজ গুৰুং প্ৰকৃততে পূৰ্বৰে পৰাই অপৰাধমূলক কাৰ্যকলাপৰে জড়িত৷তদুপৰি যোৱা তিনি ছেপ্টেম্বৰত আৰক্ষীয়ে…
লখিমপুৰত ভয়ংকৰ কাণ্ডঃ ড্ৰাগছ সৰবৰাহকাৰীৰ আক্ৰমণত অভিযানকাৰী আৰক্ষী আহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং আহমেদপুৰৰ দলনিৰ পাৰত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী দলক ড্ৰাগছ সৰবৰাহকাৰী আৰু তেঁওলোকৰ পৰিয়ালে আক্ৰমণ…
১৮৩৬ চনতে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰা তেজপুৰ চহৰৰ অনাদৃত জোনাকী পুখুৰী (থানা পুখুৰী)…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৭ ছেপ্তেম্বৰ: তেজপুৰ চহৰৰ মাজ ভাগতে থকা বৃটিছৰ দিনৰ আন এটা পৰিত্যক্ত পুখুৰীয়ে কালি সন্ধিয়াৰ ন - ৰূপত পুনৰ জীৱন লাভ কৰিলে মূলতঃ শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ তৎপৰতাত। ১৮৩৫…
তিনিচুকীয়াৰ সীমান্তৱৰ্তী বজাৰত চি আৰ পি এফৰ কনিষ্টবলক ছুৰী মাৰি হত্যা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমছাত সীমামূৰীয়া চেকগেটৰ সমীপতে আজি সন্ধিয়া অচিনাক্ত আততায়ীয়ে চি আৰ পি এফৰ এজন কনিষ্টবলক ছুৰীকাঘাত কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ…
শিক্ষক দিৱসত প্ৰবীণ শিক্ষাবিদ মীৰা শৰ্মালৈ সম্ভাষণ
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ৬ ছেপ্টেম্বৰ: “আবেলি কিৰণে/জীৱন জগালে /সোণসেৰীয়া গানে,/জ্ঞানে ধ্যানে সংগে/অনুপম ৰংগে/নব বাৰতা আনে -----/’’শীৰ্ষক প্ৰতীকী গীতৰ সমূহীয়া পৰিবেশনৰ এক জীপাল পৰিৱেশত বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ শিক্ষক…
তিনিচুকীয়াত গুলীৰ আঘাতত নিহত ১ : পিষ্টল আছিল বন্ধুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া চহৰৰ মাজ মজিয়াত মঙ্গলবাৰে নিশা এজন ব্যক্তিৰ ৰহস্যজনক পৰিস্থিতিত গুলীৰ আঘাতত মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা প্ৰায়…
তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৬ ছেপ্তেম্বৰ : তেজপুৰৰ ৮৫ বছৰীয়া বিশিষ্ট ভাওনা শিল্পী ললিত শৰ্মাই আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰাকৃতিক মণ্ডপৰ মাজত যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ, আয়তী আৰু বিশিষ্ট…
তিনিচুকীয়াত প্ৰবঞ্চকৰ ভয়ংকৰ জাল : মহিলাৰ পৰা সৰকালে ১ কোটি ২০ লাখ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ ছেপ্তেম্বৰ : এটা প্ৰবঞ্চক চক্ৰৰ জালত ভৰি দি তিনিচুকীয়াৰ এগৰাকী মহিলাই কোটিৰো অধিক টকা হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে ৷ তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে এই ভয়ংকৰ ঠগবাজীৰ লগত জড়িত থকাৰ…
