Browsing Category
ট্ৰেণ্ডিং
পথ দুৰ্ঘটনাঃ নিহত কিশোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ছেপ্টেম্বৰঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত মানশিৰি চেন্টাৰত আজি দুপৰীয়া সংঘটিত এক দূৰ্ঘটনাত এজন কিশোৰ নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰ ভাবে আহাত হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি এএছ১২এবি…
তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ শিক্ষক দিৱসত ৩৩ গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰীক জিলা কৃতী…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৫ ছেপ্তেম্বৰ : মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ উচ্চতৰ মাধ্যমিকৰ পৰা প্ৰাথমিক পৰ্য্যায়লৈ ৩৩ গৰাকীকৈ শিক্ষক - শিক্ষয়িত্ৰীক কৃতি…
ৰঙাপৰা ৰে’ল ষ্টেচনলৈ নিশা যাতায়াত কৰিবলৈ আশংকা যানবাহন চালকৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ ৰঙাপৰাৰ পৰা একাধিক ৰে’ল সেৱা আৰম্ভ হোৱাৰ পাছত নিশা ৰঙাপৰা ৰে’ল আস্হানলৈ তেজপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু লোককে ব্যৱসায়িক বাহনৰ প্ৰয়োজন হয়৷ ভ্ৰমণৰ পৰা উভতি অহা লোকৰ উপৰি আনঠাইলৈ যাত্ৰা কৰিবলগীয়া…
লোভৰ বাবেই বিপদত দিল্লীৰ দুই ব্যৱসায়ীঃ আচল টকাৰ বিনিময়ত নকল টকাৰ বেহা শোণিতপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কচু বিলৰ পৰা ১০ লাখ প্ৰকৃত টকাৰ বিপৰীতে নকল ২০ লাখ টকা নিবলৈ আহি এতিয়া হাবাথুৰি খাবলগীয়া হৈছে দিল্লীৰ দীপক জৈন আৰু পুনিত জৈন নামৰ দুজন লোক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা…
পাম গছৰ লগোৱা পুলি ইতিমধ্যে গৰুৱে খাই তহিলং
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামদেৱে কৰিবলৈ লোৱা পাম অইল খেতিৰ সম্বন্ধে আজি এক বিবৃতিত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিপিআই (এমএল) দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে ।…
তেজপুৰত ব্যৱসায়ী হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ কছাৰী গাঁৱত যোৱা ৩১ আগষ্টৰ সন্ধিয়া সুব্ৰত দাসগুপ্ত নামৰ ৪৩বছৰীয়া এজন লোকৰ ক্ষতবিক্ষত মৃতদেহ নিজৰ শোৱনি কোঠাৰ বিছনাত উদ্ধাৰ কৰাৰ পিছত এই হত্যাকাণ্ডৰে জড়িতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ…
তিনিচুকীয়াৰ কাকপথাৰ উন্নয়ন খণ্ডত আজৱ কাণ্ড
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডত চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগে (২০২০-২১ বৰ্ষ) কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টঙনা গাঁও…
আফ্ৰিকান চুৱাইন ফিভাৰঃ লখিমপুৰত একেদিনাই একেখন ফাৰ্মত ৯ শ গাহৰি নিধন পশুপালন বিভাগৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত নিতৌ গাহৰিৰ মৃত্যু হ’ব ধৰিছে৷ গাহৰিৰ এই অকাল মৃত্যুৱে গাহৰি পালক সকলৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অহাৰ সময়তে আজি লখিমপুৰৰ জিলা পশুপালন বিভাগে কদমত কেৱল এখন…
চাৰিদুৱাৰত অসহায় গজৰাজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ বিগত ছদিনে শোণিতপুৰৰ চাৰিদুৱাৰৰ অন্তৰ্গত চাৰিনম্বৰ বগীজুলীৰ ৰিংখাংপুৰত অসহায় অৱস্হাত পৰি থকা বনৰীয়া হাতীটোৰ অৱস্থা অধিক অৱনতি ঘটিছে৷ স্হানীয় ৰাইজে যান্ত্ৰনাত চটফটাই থকা হাতীটোক খাদ্যৰ যোগান ধৰিছে…
উৎপীড়কৰ পক্ষ লৈ আৰক্ষীৰ হাতত পৰা তিনিচুকীয়াৰ কংগ্ৰেছ নেতাক দলৰ পৰা নিলম্বন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ছেপ্টেম্বৰ : নিজৰ এগৰাকী ঘনিষ্ঠ আত্মীয় নাবালিকাৰ উপৰি আন এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱা তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ নাজিৰ বিভাগৰ কৰ্মচাৰী ৱাজিদ হুছেইনৰ পক্ষ লৈ…
