Browsing Category
ট্ৰেণ্ডিং
তিনিচুকীয়াত পৰিদৰ্শনৰ কাৰ্যসূচীৰে এন এফ ৰেল’ৱেৰ জেনেৰেল মেনেজাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ ছেপ্তেম্বৰ :তিনিচুকীয়া ৰে’ল সংমণ্ডল পৰিদৰ্শনৰ উদ্দেশ্যেৰে আজি পুৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বিশেষ ৰে’লযোগে নিউ তিনিচুকীয়াত উপস্থিত হয় উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ (এন এফ ৰেল’ৱে) মহাপ্ৰবন্ধক…
শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসক প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা বঁটা প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্টেম্বৰ : তেজপুৰৰ বিশিষ্ট সাংবাদিক, অধিবক্তা, সমাজকৰ্মী, নেপালী সাপ্তাহিক 'দেশ বাৰ্তা'ৰ কাৰ্যবাহী সম্পাদক তথা শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাস চন্দ্ৰ বিশ্বাসক আজি তেজপুৰত চেম্বাৰ অৱ কমাৰ্চৰ সভাগৃহত…
তেজপুৰত ৰাষ্ট্ৰীয় লোক আদালত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আজি তেজপুৰৰ ন্যায়িক আদালতত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰনৰ সভাপতি ছত্ৰভূষন গগৈৰ পৰিচালনাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়।…
অৰুণাচল প্ৰদেশৰ বনকৰ্মীক অস্ত্ৰ সম্পৰ্কীয় মৌলিক প্ৰশিক্ষণ প্ৰদান
উত্তৰ লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশত অৱস্থিত কিমিনৰ আই টি বি পি বাহিনীৰ নিউ ৰিজাৰ্ভ ট্ৰেইনিং চেণ্টাৰত বন বিভাগৰ কৰ্মীসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। অৰুণাচল প্ৰদেশৰ বন বিভাগে বনকৰ্মীসকলক মৌলিক অস্ত্ৰ সম্পৰ্কীয়…
লখিমপুৰত আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনৰ আত্মসমৰ্পণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৱশেষত ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ওৰফে বোলায়ত হুছেইনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷ যোৱা নিশা বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম…
তেজপুৰৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত গাণনিক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ ছেপ্টেম্বৰঃ ভাৰতীয় খাদ্য নিগমৰ তেজপুৰস্হিত কাৰ্যালয়ত কৰ্মৰত গাণনিক আব্দুল লতিফক যোৱা নিশা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্হা চিবিআইৰ দুৰ্নীতি নিবাৰক কোষে গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে গাণনিক লতিফৰ বিৰুদ্ধে উৎকোচ…
১৩ ছেপ্টেম্বৰৰ পৰা তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৮ চেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অহা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা৷ আজি এই বিষয়ে প্ৰকাশ কৰিছে জিলা ক্ৰীড়া…
তিনিচুকীয়াত শিক্ষা বিভাগ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰচেষ্টা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৮ ছেপ্তেম্বৰঃ মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে সমাজ জীৱনলৈ চৰম ভাবুকি কঢ়য়িাই অনাৰ পৰিপ্ৰেক্ষিতত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু…
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নেত্ৰদান সপ্তাহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃ অন্য বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো অন্ধতাত ভুগি থকা অলেখ মানুহ আছে৷ তাৰ ভিতৰত বহুতো লোকে এক বিশেষ শ্ৰেণীৰ অন্ধতাত ভুগি আছে, যাক কোৱা হয় কৰ্ণিয়াজাত অন্ধতা৷ আমাৰ চকুৰ বগা অংশটোৰ মাজত এটা স্বচ্ছ…
বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ওপজা দিন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃবিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিনটোত আজি পুৱাই মুখৰিত হৈ পৰিল ড০ ভূপেন হাজৰিকাৰ সৰ্বাধিক প্ৰিয় ঠাই ঊষা নগৰী তেজপুৰ৷বিগত বছৰৰ দৰে এইবাৰো তেজপুৰৰ ঘৰপৰা চুবুৰীৰ…
