Browsing Category
ট্ৰেণ্ডিং
লোভৰ বাবেই বিপদত দিল্লীৰ দুই ব্যৱসায়ীঃ আচল টকাৰ বিনিময়ত নকল টকাৰ বেহা শোণিতপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কচু বিলৰ পৰা ১০ লাখ প্ৰকৃত টকাৰ বিপৰীতে নকল ২০ লাখ টকা নিবলৈ আহি এতিয়া হাবাথুৰি খাবলগীয়া হৈছে দিল্লীৰ দীপক জৈন আৰু পুনিত জৈন নামৰ দুজন লোক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা…
পাম গছৰ লগোৱা পুলি ইতিমধ্যে গৰুৱে খাই তহিলং
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামদেৱে কৰিবলৈ লোৱা পাম অইল খেতিৰ সম্বন্ধে আজি এক বিবৃতিত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিপিআই (এমএল) দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে ।…
তেজপুৰত ব্যৱসায়ী হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ কছাৰী গাঁৱত যোৱা ৩১ আগষ্টৰ সন্ধিয়া সুব্ৰত দাসগুপ্ত নামৰ ৪৩বছৰীয়া এজন লোকৰ ক্ষতবিক্ষত মৃতদেহ নিজৰ শোৱনি কোঠাৰ বিছনাত উদ্ধাৰ কৰাৰ পিছত এই হত্যাকাণ্ডৰে জড়িতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ…
তিনিচুকীয়াৰ কাকপথাৰ উন্নয়ন খণ্ডত আজৱ কাণ্ড
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডত চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগে (২০২০-২১ বৰ্ষ) কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টঙনা গাঁও…
আফ্ৰিকান চুৱাইন ফিভাৰঃ লখিমপুৰত একেদিনাই একেখন ফাৰ্মত ৯ শ গাহৰি নিধন পশুপালন বিভাগৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত নিতৌ গাহৰিৰ মৃত্যু হ’ব ধৰিছে৷ গাহৰিৰ এই অকাল মৃত্যুৱে গাহৰি পালক সকলৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অহাৰ সময়তে আজি লখিমপুৰৰ জিলা পশুপালন বিভাগে কদমত কেৱল এখন…
চাৰিদুৱাৰত অসহায় গজৰাজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ বিগত ছদিনে শোণিতপুৰৰ চাৰিদুৱাৰৰ অন্তৰ্গত চাৰিনম্বৰ বগীজুলীৰ ৰিংখাংপুৰত অসহায় অৱস্হাত পৰি থকা বনৰীয়া হাতীটোৰ অৱস্থা অধিক অৱনতি ঘটিছে৷ স্হানীয় ৰাইজে যান্ত্ৰনাত চটফটাই থকা হাতীটোক খাদ্যৰ যোগান ধৰিছে…
উৎপীড়কৰ পক্ষ লৈ আৰক্ষীৰ হাতত পৰা তিনিচুকীয়াৰ কংগ্ৰেছ নেতাক দলৰ পৰা নিলম্বন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ছেপ্টেম্বৰ : নিজৰ এগৰাকী ঘনিষ্ঠ আত্মীয় নাবালিকাৰ উপৰি আন এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱা তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ নাজিৰ বিভাগৰ কৰ্মচাৰী ৱাজিদ হুছেইনৰ পক্ষ লৈ…
ভূৱা নথিৰে দেশৰ অৰ্দ্ধসামৰিক বাহিনীত যোগদান বহিৰাজ্যৰ যুৱকৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ তেজপুৰত দুই প্ৰৱঞ্চকে যোগানধৰা ভূৱা নথিৰ সহায়ত দেশৰ অৰ্দ্ধসামৰিক বাহিনীত নিযুক্তি লাভ কৰি বহিৰাজ্যৰ একাংশই সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷যোৱা নিশা তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত এই…
তেজপুৰত এজনক ডিঙি কাটি হত্যা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩১আগষ্টঃ তেজপুৰত আজি এজন লোকৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত নিজা বাসগৃহত উদ্ধাৰ হৈছে৷ উল্লেখযোগ্য যে দুৰ্বৃত্তই নিশাই এইদৰে হত্যা কৰা সুব্ৰত দাসগুপ্ত নামৰ লোকজনৰ মৃতদেহ আজি সন্ধিয়াহে উদ্ধাৰ হয়৷ স্হানীয় লোকৰ মাজত…
তেজপুৰত ডকাইতি কায়দাৰে মহিলাৰ সোণৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ তেজপুৰ চহৰৰ লগতে চহৰখনৰ নিকটৱৰ্তী এলেকাত চিলনী চোৰৰ লগতে ড্ৰাগছ,চুৰিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ অব্যাহত থকাৰ সময়তে কালি নিশা এগৰাকী ৬০উৰ্দ্ধৰ মহিলাৰ মুখত সোপাদি তেওঁৰ ডিঙিৰ সোণৰ চেইন চিঙি লৈ…
