Browsing Category
নাগৰিক সাংবাদিকতা
‘গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ পুৰণি পাঠ্যপুথি’ৰ সন্ধান
সম্পাদক মহোদয়,
স্কুলীয়া পাঠ্যপুথিৰ জৰিয়তেই কিতাপৰ বৃহৎ জগতখনৰ সৈতে আমাৰ সম্পৰ্কৰ আৰম্ভণি হয়। সময়ৰ লগে লগে বিভিন্ন শিক্ষা বিষয়ক নীতিসমূহৰ প্ৰৱৰ্তন/ বলবৎ অনুযায়ী সলনি হৈ আহিছে পাঠ্যপুথিসমূহ। আপাত দৃষ্টিত অপ্ৰয়োজনীয় বা অলাগতিয়াল যেন…
অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান
মাননীয় সম্পাদক মহোদয়,
অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান জনাব বিছাৰিছো । অধিৱেশনস্থলীৰ সমূহ কাৰ্য্যসূচী Youtube, Facebook আদি বিভিন্ন মাধ্যমৰৰ যোগেদি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে…
নৱবৰ্ষ আৰু সংকল্প
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
"শতাব্দ" বাতৰি কাকতৰ সমূহ কৰ্ম-কৰ্তা আৰু পঢ়ুৱৈলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ লগতে আজি(০১।০১।২০২৩) "শতাব্দ" ই এবছৰীয়া হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। আশাকৰো, অসম আৰু অসমীয়াৰ…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগী হিচাপে পোৱা এটা নিশাৰ ত্যক্ত অভিজ্ঞতা
প্ৰিয়মজ্যোতি ফুকন
নমস্কাৰ গ্ৰহণ কৰিব। কথাখিনি নকলে নহয় বাবে নিজৰ মাজতে সীমাবদ্ধ নাৰাখি সাংবাদিকতাৰ ধৰ্ম মানি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মাজনিশা এগৰাকী ৰোগী হিচাপে পোৱা তিক্ত অভিজ্ঞতাখিনি আপোনালোকৰ আগত ব্যক্ত…
বীৰ লাচিত বৰফুকনৰ আদৰ্শ
মাননীয় সম্পাদক মহোদয়,
বীৰ লাচিত বৰফুকনৰ আদৰ্শ গ্ৰহণ কৰি প্ৰতিজন অসমীয়াই যদি নিজৰ দায়িত্ব সঠিক ভাবে পালন কৰে তেতিয়াহে তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰা হ’ব ৷
ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন:…
ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভা আৰম্ভ
ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ল ইয়াৰ কোনো গেটকিপাৰ আৰু সীমা নাই যদিও ইয়াৰ সীমাহীন প্ৰসাৰ আছে ৷ কিন্তু কেৱল ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তিয়ে সাংবাদিকতাৰ নিয়ম আৰু নীতি-নিয়মৰ মাজত বান্ধ খাই নিজকে সাংবাদিক বুলি দাবী…
শোক বাৰ্তা
ঢকুৱাখনা, ২১ আগষ্টঃ আজি দিনৰ ১.১৫ বজাত ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক, বিশিষ্ট সমাজকৰ্মী ,প্ৰবীণ ৰাজনীতিবিদ,অসম বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলেৰ গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ অন্তিম সৎকাৰ…
২০২২ চনৰ বাবে সাংবাদিক পেঞ্চনাৰৰ নাম ঘোষণা
দিছপুৰ, ১৩ আগষ্ট: অসম পেঞ্চন আঁচনিৰ অধীনত ২০২২ চনৰ বাবে নিৰ্বাচিত সাংবাদিকসকলৰ নাম অসম চৰকাৰে ঘোষণা কৰিছে। তথ্য আৰু জনসংযোগ সঞ্চালকালৰ জৰিয়তে প্ৰদান কৰিবলগীয়া পেঞ্চন ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। পেঞ্চন লাভ কৰা সাংবাদিকসকল হৈছে…
ত্ৰিৰংগ পতাকা ক’ত ওলোমাম
বিনয় কৃষ্ণ তামুলী ফুকন
চৰকাৰ মহোদয়ে কৈছে - "ঘৰ ঘৰ মে ত্ৰিৰংগা"
তাকো তিনিদিনৰ আগৰ পৰাই আঁৰিব লাগিব। ঘৰ মানে কি? মহানগৰী ফ্লাই অভাৰ তলত থকা সকলে ক'ত উত্তোলন কৰিব পতাকা? তেঁওলোকে ভাৰতীয় নাগৰিক নহয় নেকি?
কথাবোৰ কিবা খেলি মেলি।
কোনোৱাই ক'লে…