Browsing Category

পলকতে

যোৰহাটত সত্ৰীয়া একাডেমীৰ সমাৱৰ্তন সম্পন্ন

 শতাব্দ প্ৰতিনিধি, যোৰহাট , ২২ মে : নিজস্ব ক্ষেত্ৰ বা বাকধৰাত যেতিয়া মানুহৰ পাৰদৰ্শিতা বৃদ্ধি পাব লাগিব, সমান্তৰালভাৱে মানুহৰ চিন্তাৰ যিটো উত্তৰণ ,সেই উত্তৰণ নিৰলস আৰু নিৰৱিচ্ছিন্ন ভাৱে আগবাঢ়ি যাব লাগিব।" সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ…

প্ৰতিশোধ

-বিনয় কৃষ্ণ তামুলী ফুকন তুমি মোৰ বাগিছাৰ গোলাপ এপাহ চুৰি কৰিলা মই তোমাৰ বলধ গৰুটো মনে মনে লৈ আহিলোঁ তুমি মোৰ চোলাটোৰ বুকুৰ বুটাম এটা আঁজুৰি চিঙিলা ধুতিখন খুলি তোমাক নাঙঠ কৰিলোঁ। খঙত একো নাই হৈ তুমি মোক বুকুত বহুৱাই দিলা…

মহাকাশত ৫০০ বাৰ কৃষ্ণগহ্বৰ জন্মৰ সাক্ষী ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ৰেডিঅ’ টেলিস্কোপৰ বিশ্বব্যাপী নেটৱৰ্ক ইভেণ্ট হৰাইজন টেলিস্কোপ (EHT)-এ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰৰ প্ৰথমখন ছবি ধৰি ৰখাৰ পিছত ক'ব পাৰি যে, মহাকাশ বিজ্ঞানত ভাৰতীয় বিজ্ঞানীসকল বহু পিছ পৰি…

গুগল ডুডলত গামা পেহালৱান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : আজি ২২ মে'। আপুনি Google ভ্ৰমণ কৰিছেনে আজি? যদি নাই কৰা, তেন্তে এবাৰ গৈ গুগলত পাক এটা মাৰি আহক। হয়, আজি গুগল ডুডলে প্ৰাক-স্বাধীন ভাৰতৰ অন্যতম প্ৰখ্যাত মল্লযুঁজাৰু গামা পেহালৱানৰ জন্ম দিৱস উদযাপন কৰিছে।…

মানৱ সম্পদ গঢ় দিয়াত এগৰাকী শিক্ষকৰ কিছু ব্যতিক্ৰমী চিন্তাধাৰা

বিমল বৰগোহাঁই আমাৰ সমাজখন এখন বিচিত্ৰ জগত। এই বিচিত্ৰ জগতখনত ভিন্ন চৰিত্ৰৰ মানুহেৰে ভৰপূৰ। সেয়েহে, এই সমাজত বসবাস কৰা তথা লগ পোৱা সকলো মানুহকে আপুনি-মই একেটা চিনাকিতে ভাল বা বেয়া বুলি কোৱাটো সমীচীন নহব। তথাপি আমি সকলোৱে নিশ্চয় কম বেছি…

৩১ মে’ত দেশজুৰি ৰে’ল ধৰ্মঘটৰ আহ্বানঃ ষ্টেচন মাষ্টাৰৰ সমস্যা কোনে সমাধান কৰিব ?

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' : অহা ৩১ মে'ত সমগ্ৰ ভাৰতবৰ্ষতে ৰে'ল চলাচলত ব্যাঘাত জন্মিব পাৰে। সেইদিনা বিভিন্ন দাবীৰ সমৰ্থনত সৰ্বভাৰতীয় ষ্টেছন মাষ্টাৰ এছোচিয়েশ্যনে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। দেশৰ প্ৰায় ৩৫,০০০ ষ্টেছন মাষ্টাৰে সেইদিনা…

২০২৩ চনত সমাধান হ’ব অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যা

ৰামকৃষ্ণ মিছন আশ্ৰমৰ স্বৰ্ণ জয়ন্তীত অংশগ্ৰহণ : মোডী চৰকাৰৰ ৮ বছৰত উত্তৰ-পূবৰ ৯০০০ যুৱকৰ অস্ত্ৰ ত্যাগ : উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে গৃহ মন্ত্ৰালয়ৰ তিনিদফীয়া এজেণ্ডা শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : ২০২৩ চনৰ ভিতৰতে অসম আৰু…

এক পঞ্চমাংশ সৰীসৃপ বিলুপ্তিৰ আশংকাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : বিশ্বজুৰি প্ৰতি পাঁচটা সৰীসৃপ প্ৰজাতিৰ ভিতৰত এটাতকৈ অধিক সৰীসৃপ বিলুপ্তিৰ আশংকাত ভুগিছে। অধ্যয়ন কৰা ১০,১৯৬টা সৰীসৃপ প্ৰজাতিৰ ভিতৰত ২১% বিপন্ন, গুৰুতৰভাৱে বিপন্ন বা বিলুপ্তিৰ দুৰ্বল হিচাপে শ্ৰেণীভুক্ত কৰা…

হেলমেট পিন্ধিলেও কিয় ভৰিবলগীয়া হ’ব পাৰে জৰিমনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : সকলো বাইক আৰোহীৰেই একেই কথা, পুলিচ কর্মীসকলে যদি চালান কটাৰ ইচ্ছা কৰে, তেতিয়া হ'লে অৱশ্যেই তেওঁলোকে চালান কাটিবই। গাড়ীৰ সকলো কাগজপত্র থাকিলেও, হেলমেট বা মাস্ক পিন্ধা থাকিলেও কিবা নহয় কিবা এটা কাৰণ বিচাৰি…

অর্ধেকৰো কম দামত পেট্র’ল-ডিজেল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পেট্র'ল-ডিজেলৰ ক্রমবর্ধমান মূল্যস্ফীতিৰ মাজতে সাধাৰণ মানুহৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্রেই পেট্র'ল আৰু ডিজেলৰ দাম কমোৱাৰ ঘোষণা দিব পাৰে চৰকাৰে। সূত্রৰ মতে, পহিলা এপ্রিল, ২০২৩ৰ পৰা ২০ শতাংশ ইথানল মিশ্রিত…