Browsing Category

পলকতে

হাতীপটিত প্ৰথমবাৰলৈ ফটো উঠিল ব্লেক হলৰঃ উৎফুল্লিত বিজ্ঞানীসকল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : হাতীপটিৰ বুকুত লাগি থকা ব্লেক হল ! দেহত শিহৰণ জগাব পৰা এনে ফটো প্রথমবাৰলৈ উঠি আহিল বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ সমুখলৈ। বহুতেই এই আৱিষ্কাৰৰ উত্তেজনাৰ মাজত কি দেখি পেলাইছে সেয়া বিশ্বাসেই কৰিব পৰা নাছিল !…

‘এয়াৰ ইণ্ডিয়া’ৰ নতুন মুৰব্বী কেম্পবেল উইলছন

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই টাটা গ্ৰুপে 'এয়াৰ ইণ্ডিয়া'ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে কেম্পবেল উইলছনক। ইয়াৰ পূৰ্বে কেম্পবেল ছিংগাপুৰ এয়াৰলাইন্সৰ এটা কম মূল্যৰ…

৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

 কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। বিটিচিৰ বাক্সা জিলাৰ ক'কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। ১২ জুনত অনুষ্ঠিত…

গড়মূৰ সৰু সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, মাজুলী, ১২ ম': ঐতিহাসিক মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত ভুগিছে যাৰ বাবে সত্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছে এই কথা আজি সংবাদমেলৰ যোগেদি প্ৰকাশ কৰিছে গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিয়ে।আজি ১২-৩০ বজাত গড়মূৰ সত্ৰৰ…

‘ডাইনোছৰ ৰাজকুমাৰী’ আলিয়া চুলতানা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : গুজৰাটৰ ৰায়'লি (Raiyoli) গাঁৱৰ আলিয়া চুলতানা বাবীয়ে ডাইনোছৰৰ জীৱাশ্ম সংৰক্ষণৰ বাবে কঠোৰ যুঁজ দিছিল যিবোৰ এতিয়া বালাচিন’ৰ জীৱাশ্ম পাৰ্কত (Balasinor Fossil Park) প্ৰদৰ্শন কৰা হৈছে। ১৯৮১ চনত অলিয়া চুলতানা…

১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ মে' :  চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এবছৰত এক লাখ নিযুক্তি দিয়াত ব্যৰ্থ হ'ল যদিও ১৪ মে'ত নিযুক্তি পত্ৰ প্ৰদানৰ এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনা ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী…

ড্ৰাইভিং লাইচেন্স উলিয়াব নেকি? জানি লওক নতুন নিয়ম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : দুচকীয়া বা চাৰিচকীয়া বাহন চালনাৰ বাবে অনুজ্ঞাপত্ৰ উলিয়াব বিচৰাসকলৰ বাবে এটা ভাল খবৰ আছে। আপুনি আৰু আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই বা ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ দীঘলীয়া শাৰীত অপেক্ষা কৰাৰ…

প্লে ষ্ট’ৰৰ পৰা বাতিল কল ৰেকর্ডিং এপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : সিদ্ধান্ত হৈছিল পূৰ্বেই। ১০ মে' মঙলবাৰে তাকেই আনুষ্ঠানিকভাৱে জনাই দিলে গুগল কর্তৃপক্ষই। ১১ মে'ৰ পৰা এণ্ড্ৰইড ফোনত কল ৰেকর্ডিং কৰাৰ সকলো বাহ্যিক এপ্লিকেচন (এপ) বাতিল হৈ যাব। এপ্রিল মাহত সংস্থাটোৱে জনাইছিল যে,…

ৰাষ্ট্রদ্রোহ আইন স্থগিত ঐতিহাসিক নির্দেশ ছুপ্রিম ক’ৰ্টৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : ছুপ্রিম ক'ৰ্টত পুনৰ মুখ থেকেচা খালে কেন্দ্র চৰকাৰে। আপাতত স্থগিত হৈ পৰিল ৰাষ্ট্রদ্রোহ আইনৰ প্রয়োগ। প্রধান বিচাৰপতিৰ ডিভিজন বেঞ্চে জনাই দিয়ে, কেন্দ্রীয় চৰকাৰে যেতিয়ালৈকে ব্রিটিছ আমোলত তৈয়াৰী আইনৰ…

আন্তৰিক সংযোগ

পাপৰি সৌকাধৰা বৰঠাকুৰ যুগৰ পৰিৱৰ্তনত যৌথ পৰিয়ালৰ অৱলুপ্তি ঘটিছে। সমাজত এতিয়া একক পৰিয়ালেই সংখ্যাগৰিষ্ঠ। একক পৰিয়ালৰ নানান সমস্যা। তাৰে এটা অন্যতম সমস্যা নুবুলি মানৱীয় দৃষ্টিৰে কব পাৰি ঘৰত অকলশৰে থকা বয়সস্থ মানুহৰ একাকিত্ব। তেখেতসকলক সংগ…