Browsing Category
প্ৰকৃতি
ডেৰ দশকৰ পিছত চাৰিকড়ীয়াৰ বুকুত ভুটংকৈ ওলাল শিহু
শতাব্দ ঢকুৱাখনা, ১৪ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নদ-নদীৰ বুকুৰ পৰা থলুৱা মাছ-কাছ, শিহু আদি ক্ৰমশঃ হ্ৰাস পোৱাৰ সময়তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ আহিছে ঢকুৱাখনাৰ পৰা। ঢকুৱাখনাৰ হৃৎপিণ্ড স্বৰূপ চাৰিকড়ীয়া নদীৰ বুকুত…
বিহপুৰীয়াত সোৱণশিৰি-ৰঙানদীৰ ভয়ংকৰ খহনীয়াত জাহ গ’ল পকনীয়া মথাউৰি
শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ৫ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পকনীয়া, পমুৱা খাবলিত এতিয়া ৰঙানদী আৰু সোৱণশিৰিয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে সোৱণশিৰিৰ উভটি পানীয়ে ৰঙানদীত মিলিত হৈ পকনীয়া মথাউৰিটো খহনীয়াত নিঃশেষ কৰি পেলালে৷…
শিৱসাগৰ দিচাংমুখৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৃশ্য ( ফটো সংবাদ)
শিৱসাগৰ দিচাংমুখৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৃশ্য
লখিমপুৰৰ পথালিপামত ৰঙা খয়েৰৰ ২০ টা চোৰাং কুণ্ডা উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পথালি পাম খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে আজি পথালিপামৰ ধৰ্মপুৰত অভিযান চলাই ২০ টা চোৰাং খয়েৰ গছৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ…
আহত বনৰীয়া হাতীৰ মৃত্যু শোণিতপুৰতঃপাৰস্পৰিক যুঁজত এমাহতে দুটাকৈ হাতীৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ফুলবাৰী চাহবাগিচাৰ ২৩নম্বৰ লাইনত যোৱা ১৯ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ যোৱা নিশা মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ…
এন এইচ পি চিত পুনৰ ভূমিস্খলনঃ পূৰ্বে পাহৰ খহি বন্ধ হৈ থকা ডাইভাৰ্চন টাৰ্নেলৰ সন্মুখ মুকলি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এই পৰ্যন্ত প্ৰকল্পস্থলীত ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখ পাহাৰৰ ভূমিস্খলনৰ ফলত পূৰ্বে বন্ধ হৈ পৰা ১নং ডাইভাৰ্চন টাৰ্নেলৰ…
নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ ‘অসমীয়া প্ৰকৃতি সাহিত্য চৰ্চাৰ বাটকটীয়া হ’ল নৰ্থ লখিমপুৰ কলেজ৷ এই কলেজেই বিগত প্ৰায় ছয়-সাত বছৰ ধৰি সাহিত্যৰ এই নতুন ধাৰাটোক চৰ্চাৰ মাজেৰে এক সবল পৰ্যায়লৈ আগুৱাই আনিলে৷’ – এই মন্তব্য বিশিষ্ট প্ৰকৃতিবিদ…
বালিপৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মৃত্যুঃ আন এটা আহত হাতীৰ আৰ্তনাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ বিগত ২৪দিনে আহত অৱস্হাত শোণিতপুৰৰ চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰিংখাংপুৰত পৰি থকা বনৰীয়া হাতীটোৰ আজি মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,হাতীটো অঞ্চলটোৰ এটা খাৱৈত ইমানদিনে যন্ত্ৰণাত চটফটাই পৰি…
বাৰেকুৰিবাসীৰ মৰমৰ হলৌ বান্দৰ ”কলীয়া”ৰ চিৰবিদায়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ বাৰেকুৰিবাসীৰ মৰমৰ কলীয়া আৰু নাই ৷ প্ৰায় চাৰিটা দশক বাৰেকুৰিৰ কোলাত উমলি পাৰ কৰা কলীয়াই সোমবাৰে নিশা সকলোকে কন্দুৱাই প্ৰাণ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত কলীয়াৰ বয়স হৈছিল প্ৰায়…
ব্যাপক বন ধ্বংস হোৱা শোণিতপুৰত অমৃতবৃক্ষ আন্দোলনৰ কুচকাৱাজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টম্বৰঃ অহা ১৭ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ ওলোৱা অমৃত বৃক্ষ আন্দোলনৰ বাবে ইতিমধ্যেই সাজু হৈছে শোণিতপুৰ প্ৰশাসনো৷এই অভিলাষী প্ৰকল্পৰ বাবে শোণিতপুৰৰ বন বিভাগৰ লগতে গাঁওপঞ্চায়তকে ধৰি মহিলা…
