Browsing Category
প্ৰকৃতি
ব্যাপক বন ধ্বংস হোৱা শোণিতপুৰত অমৃতবৃক্ষ আন্দোলনৰ কুচকাৱাজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টম্বৰঃ অহা ১৭ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ ওলোৱা অমৃত বৃক্ষ আন্দোলনৰ বাবে ইতিমধ্যেই সাজু হৈছে শোণিতপুৰ প্ৰশাসনো৷এই অভিলাষী প্ৰকল্পৰ বাবে শোণিতপুৰৰ বন বিভাগৰ লগতে গাঁওপঞ্চায়তকে ধৰি মহিলা…
অমৃত বৃক্ষ আন্দোলনলৈ সহযোগিতা : তিনিচুকীয়াত ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি বিতৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰাৰ লগতে সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে ’অমৃত বৃক্ষ আন্দোলন’ কাৰ্যসূচীৰ জৰিয়তে ১৭ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যত এক কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি…
তেজপুৰৰ দ পৰ্বতীয়াৰ ঐতিহ্যত ব্ৰহ্মপুত্ৰৰ ভয়ঙ্কৰ আঘাত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ তেজপুৰৰ দ-পৰ্বতীয়াৰ এক অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই বিপদ কঢ়িয়াই আনিছে কাষৰীয়া একাধিক অঞ্চলৰ বাবে৷ ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ ৰাইজে এই গৰাখহনীয়া শীঘ্ৰেই ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে…
পাম গছৰ লগোৱা পুলি ইতিমধ্যে গৰুৱে খাই তহিলং
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামদেৱে কৰিবলৈ লোৱা পাম অইল খেতিৰ সম্বন্ধে আজি এক বিবৃতিত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিপিআই (এমএল) দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে ।…
চাৰিদুৱাৰত অসহায় গজৰাজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ বিগত ছদিনে শোণিতপুৰৰ চাৰিদুৱাৰৰ অন্তৰ্গত চাৰিনম্বৰ বগীজুলীৰ ৰিংখাংপুৰত অসহায় অৱস্হাত পৰি থকা বনৰীয়া হাতীটোৰ অৱস্থা অধিক অৱনতি ঘটিছে৷ স্হানীয় ৰাইজে যান্ত্ৰনাত চটফটাই থকা হাতীটোক খাদ্যৰ যোগান ধৰিছে…
শোণিতপুৰত বানৰ প্ৰলয় অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮আগষ্টঃ শোণিতপুৰৰ বিভিন্ন অঞ্চলত ভদীয়া বানে বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে একোটা অঞ্চল নিশ্চিহ্ন কৰাৰ উপক্ৰম কৰিছে৷বছৰৰ অষ্টমটো বানে ভয়ংকৰ ৰূপলোৱা বালিপৰাৰ দিঘলী বালিজান গাওঁখনৰ অস্তিত্ব নিশ্চিহ্ন হোৱাৰ…
লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাত সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে৷ নদীখনে এতিয়া বধাকৰাত প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে নদীখনে…
নামেৰীৰ ৰিজ’ৰ্টত পহু মাংসঃ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮আগষ্টঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্গত অঞ্চলত বৰ্তমানেও চলি আছে সুগৰি পহুৰ চিকাৰ আৰু ইয়াৰ মাংস বিক্ৰীৰ ঘটনা৷ কালি পহু মাংসসহ দুজনক বনকৰ্মীয়ে কৰায়ত্ত কৰাৰ পাছতেই পোহৰলৈ অহা তথ্যৰ আধাৰত নামেৰীৰ ৰিহাজুলিত থকা…
“গছ থালিলেহে মানুহ থাকিব” মন্ত্ৰেৰে তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ গছপুলি…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, ২৭ আগষ্ট :গছ থাকিলেহে মানুহ থাকিব - এই মন্ত্ৰেৰে আজি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই তেজপুৰৰ ঐতিহাসিক গড়, দৌলৰ সন্মুখৰ লগতে পৰ্বতীয়াৰ পৰা তৰাজান কুমাৰ গাঁও সংযোগী পথৰ দুয়োকাষে শতাধিক গছপুলি ৰোপণেৰে এক…
মথাউৰি ছিগি তেজপুৰ বিহগুৰি আৰু বাঁহবাৰী মৌজাৰ কুৰিখনৰো অধিক গাঁও জলমগ্ন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, তেজপুৰ, ২৭ আগষ্ট : কাষৰীয়া অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নী পানীয়ে শোণিতপুৰৰ চাৰিদুৱাৰ আৰু বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ পিছত কালিৰে পৰা এই জৰাসৰ নদীৰ বাঢ়নী পানীয়ে…
