Browsing Category

প্ৰকৃতি

তেজপুৰত ভদীয়া বানৰ সংহাৰী ৰূপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬আগষ্টঃ ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও…

চিঁয়া নাহৰ আৰু অৰণ্য কেৰুৰ সন্ধানত

মানস প্রতিম দত্ত অসম প্রাকৃতিক আৰু বৌদ্ধিকভাৱে সমৃদ্ধিশালী ৰাজ্য। ৰাজ্যখনৰ প্রতিখন জিলাই প্রকৃতিৰ অপূর্ব ভাণ্ডাৰস্বৰূপ। প্রাকৃতিক সম্পদত চহকী তেনে এখন জিলাই হৈছে লখিমপুৰ জিলা। বিভিন্ন ধৰণৰ চৰাই চিৰিকতি, তৰু-তৃণ আৰু অন্যান্য জীৱ-জন্তুৰ…

শোণিতপুৰৰ সোণাইৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীক আৱণ্টনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ আগষ্ট: শোণিতপুৰৰ সোণাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ বেদখলকাৰীক বন আইন ভংগ কৰি চৰকাৰী ভাবে আৱণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে আৰটিআই কৰ্মী দিলীপ নাথে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব৷…

প্ৰধান মন্ত্ৰীয়ে অনা কুৰিটা চিতাবাঘৰ নৱমটোৰ আজি মৃত্যু ঘটিল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ আনি মধ্যপ্ৰদেশৰ কুন' ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়া কুৰিটা চিতাবাঘৰ ভিতৰৰে আজি পুৱা নৱমটো চিতা বাঘৰ আকস্মিক মৃত্যু ঘটিল।উল্লেখ্য যে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

তেজপুৰৰ ঐতিহ্যমণ্ডিত ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰৰ চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ২৮ জুলাইঃ তেজপুৰৰ ১৪ টা জাতীয়, সামাজিক, সাংস্কৃতিক সংগঠনৰ উদ্যোগত যোৱা ২১ জুলাইত অনুষ্ঠিত হোৱা ‘নাগৰিক সভা’ৰ সিদ্ধান্ত মৰ্মে আজি তেজপুৰৰ বিশিষ্ট নাগৰিক আৰু ২৩ টা দল-সংগঠনৰ প্ৰতিনিধিয়ে ঔগুৰি পাহাৰৰ মাটি…

ধলপুৰৰ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২২ জুনঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ধলপুৰ মৌজাৰ জামুগুৰিৰ বনপুৰৈত বহ্মপুত্ৰ নদীয়ে এতিয়া প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে। উক্ত খহনীয়া ৰোধৰ বাবে ২০২১-২২ বৰ্ষত অসম চৰকাৰে এক ব্যয়বহুল আঁচনি গ্ৰহণ…

বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনা, মহিলাসহ আহত পাঁচ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুলাই : নগাঁও বন সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি অভয়াৰণ্যত আজি দিনত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা৷ অলপতে উচ্ছেদিত অংশত পুনৰ একাংশ বেদখলকাৰীয়ে থিতাপি লোৱাৰ বিপৰীতে আজি বিভাগীয় ভাবে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত…

নাওবৈচাত যুদ্ধকালীন তৎপৰতাৰে শিঙৰা নদীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ লখিমপুৰ জিলাৰ এখন খৰস্ৰোতা নদী হৈছে শিঙৰা নদী৷ নাওবৈচাবাসীৰ চকুলো স্বৰূপ এই শিঙৰা নদীয়ে প্ৰতিবছৰে বাৰিষা বানৰ সৃষ্টি কৰি অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰি আহিছে৷ চলিত বাৰিষাতো ব্যতিক্ৰম নহ’ল শিঙৰা নদী৷…