Browsing Category

প্ৰবন্ধ

এজন ছাত্রৰ মানৱ সম্পদ গঢ়াৰ সপোন

বিমল বৰগোহাঁই বহু জল্পনা-কল্পনাৰ অন্তত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল যোৱা সাত জুন, ২০২২ তাৰিখে ঘোষণা কৰিলে। এইবাৰৰ ফলাফল আগৰ বছৰৰ তুলনাত বৰ সন্তোষজনক নহয়। ক'ৰনা অতিমাৰীৰ বাবে যোৱা বছৰ পৰীক্ষা অনুষ্ঠিত নহল। মাত্ৰ বিদ্যালয় সমূহে…

চন্দ্ৰলৈ আপোনাৰ নাম পঠোৱাৰ শেষ সুযোগ

আপুনি যদি নাছাৰ আর্টেমিছ-১ (Artemis-1) মিছনত যোগ দি জোনলৈ আপোনাৰ নাম পঠাব বিচাৰে, তেন্তে আপোনাৰ হাতত আৰু মাত্র কেইটামান দিনহে বাকী আছে। NASAই সকলোকে ফ্লেছ ড্রাইভত নিজৰ নিজৰ নাম ৰখাৰ বাবে আমন্ত্রণ জনাইছে। এই মিছনত আপোনাৰ নামো নির্বাচন কৰা…

এজন ব্যতিক্ৰমী বেংক বিষয়া ‘প্ৰাঞ্জল গগৈ’

মুক্তাৰ আলী অসমৰ থলুৱা উদ্যোগ, কুটিৰ শিল্প, কৃষিখণ্ডৰ উন্নয়নৰ বাবে শিক্ষিত যুৱ সমাজক অনুপ্ৰেৰণা যোগাই এখন সমৃদ্ধিশালী অসম গঢ়াৰ মানসিকতাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি প্ৰাঞ্জল গগৈ।পেছাত বেংক বিষয়া । বৰ্তমান নাৰায়ণপুৰ অসম…

শৈশৱৰ স্মৃতিৰ লেচেৰী বুটলি

 বিমল বৰগোঁহাই শৈশৱৰ স্মৃতিৰ লেচেৰী বুটলি শৈশৱৰ সোণোৱালী দিনবোৰৰ কথা ৰোমন্থন কৰিলে, নিশ্চয় আমাৰ সকলোৰে মনত সেই দিনবোৰৰ স্মৃতিবোৰে মনত বৰকৈ খুন্দা মাৰে। আমাৰ শৈশৱৰ সেই দিনবোৰ কিমান যে মধুৰ, আনন্দৰ আৰু হেঁপাহৰ আছিল, সেই কথা ভাবিলেই পুনৰ সেই…

দুকুৰিত ভৰি থলে নেচাৰ্চ বেকনে

শৈলেন বৰুৱা অসমৰ অগ্ৰণী আৰু পুৰণি প্ৰকৃতি সংগঠন বুলিলে এটা নাম মনলৈ আহে- নেচাৰ্চ বেকন। সংগঠিত ভাবে কিছু লোকে "সংঘ"ৰ দৰে সামাজিক কাম কাজ কৰাৰ পিছত ১৯৮২ চনৰ ৪ জুনত গঠন কৰে "নেচাৰ্চ বেকন" । আৰম্ভণিতে ধুবুৰী জিলাত প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰে…

কোন দিশে আফগানিস্তানৰ নাৰী সমাজ ? 

ৰুণজুন শ‌ইকীয়া  যিসময়ত বিশ্বৰ নাৰী সমাজ শিক্ষা-দীক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়ি গৈছে সেই সময়ত আফগানিস্থানৰ নাৰী সমাজে সততে বাতৰিৰ শিৰোনাম দখল কৰিছে বিভিন্ন কাৰণত । আশীৰ দশকলৈকে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি থকা আফগান নাৰী…

এন এছ চি এনৰ ‘নগা জাতীয় সিদ্ধান্ত’ গ্ৰহণ

    দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত এন এছ চি এন (আই এম)ৰ আঁকোৰগোজ দৃষ্টিভঙ্গীয়ে এতিয়া বিষয়টো জটিলৰ পৰা জটিলতৰ পৰ্যায়লৈ গতি কৰিছে। হেব্ৰ'ন কেম্পৰ নাগা আৰ্মীৰ জেনেৰেল হেডকোৱাৰ্টাৰত কালি অনুষ্ঠিত হোৱা বিদ্ৰোহী সংগঠনটোৰ জৰুৰী…

বিহুৰ নামত অপসংস্কৃতি

বিমল বৰগোহাঁই বিহুৰ নামত অপসংস্কৃতি। ক'ৰনা অতিমাৰীৰ বাবে যোৱা দুবছৰে আমি অসমবাসীয়ে বাপতি সাহোন ব'হাগ বিহুটিক ভালদৰে পাতিব পৰাটো দূৰৰে কথা, আদৰিবলৈ যেন কোনো উপায় নাছিল। চৰকাৰী কঠোৰ নিয়ম তথা এই ক'ৰনা বেমাৰৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰি আমি…

সময়ৰ মূল্য

বিমল বৰগোহাঁই সময় গতিশীল। ই চিৰসত্য কথা। পাৰ হৈ যোৱা সময় আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। প্ৰকৃতিয়ে সৃষ্টি কৰা এই সুন্দৰ জগতৰ খনৰকামবোৰ যিদৰে চলি থাকে ঠিক সেইদৰে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া অনুসৰি সময়বোৰ পাৰ হৈ যায়। ৰৈ যায় মাথোঁ সুখ দুখৰ স্মৃতিৰ…

জীৱন উদ্‌যাপনৰ মাজতে সুখ লুকাই থাকে

বিজয় বৰি নিজৰ জীৱনটোক লৈ আপোনাৰ অনুভৱ কেনেকুৱা? আপোনাৰ জীৱনটোত উৎসাহ-উদ্দীপনা আছেনে? আপুনি বৰ্তমান যি কাম কৰি আছে সেই কাম কৰি সুখীনে? আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰ ফলপ্ৰসূ হোৱাৰ বাবে আপুনি কিবা কাম কৰি আছে নেকি? আপুনি বাৰু নিজৰ জীৱনটো…