Browsing Category

প্ৰবন্ধ

অসমৰ বৰ্তমানৰ সাংবাদিকতা !

- বিনয় কৃষ্ণ তামুলী ফুকন বিষয়টোত হাত দিবলৈ আমাৰ দৰে নদাই-ভদায়ে মৰসাহ কৰা উচিত নহয় যদিও অসহনীয় হৈ কিছু কথা লিখিবলৈ মন গ'ল। পৰিণতি কি হ'ব নাজানো। বিষয়টো হ'ল বৰ্তমান অসমৰ সংবাদ জগত। ছপা মাধ্যমটোক তেহেলৈ থৈ ছেটেলাইট চেনেল, নিউজ পৰ্টেলবোৰৰ…

আমাৰ সমাজৰ মৰমৰ থলুৱা সমন্ধবোৰ হেৰাই যাব নেকি !

বিমল বৰগোহাঁই  ১৯৭৭-৭৮ চন মানৰ কথা। তেতিয়া বোধকৰোঁ আমি মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলো। সেই সময়ত অসমীয়া নে সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিত মোৰ সঠিককৈ মনত পৰা নাই, আমাৰ অসমীয়া সমাজৰ সম্বোধনবোৰৰ বিষয়ে আমাৰ পাঠ্যপুথিত পঢ়িবলৈ পাইছিলো। তেতিয়াৰ পৰাই…

কৃতজ্ঞতা জনোৱাটো এক সৌজন্য

বিমল বৰগোহাঁই আমাৰ জীৱনটো অকল নিজৰ বাবেই নহয় বুলি ব্যক্তিগত ভাবে বিবেচনা কৰোঁ। আমি প্রত্যেকেই জীৱন কালত এনে কিছু ব্যক্তি লগ পাইছো বা দেখিছো, যি সকলৰ বিভিন্ন ইতিবাচক কৰ্মৰাজি বা চিন্তাধাৰাৰ বাবে আমাৰ সমাজৰ বহু অসহায় বা অভাৱী লোক উপকৃত হৈছে।…

আকিৰা মিয়াৱকি, পবিত্ৰ কুঞ্জ আৰু আৰ্নল্ড ( দ্বিতীয় খণ্ড)

দ্বীপেন কুমাৰ শৰ্মা ( দ্বিতীয় খণ্ড) ‘Japaneese Centre for International Studies in Ecology’ নামৰ সংস্থাটোৰ সঞ্চালক তথা য়াকাহামা বিশ্ববিদ্যালয়ৰ অধ্যাপক আকিৰা মিয়াৱাকি নামৰ এজন উদ্ভিদবিদে লক্ষ্য কৰিছিল যে জাপানৰ মাত্ৰ ০.০৬ শতাংশ অৰণ্যহে…

আকিৰা মিয়াৱকি, পবিত্ৰ কুঞ্জ আৰু আৰ্নল্ড

দ্বীপেন কুমাৰ শৰ্মা (প্ৰথম খণ্ড) মাওফ্লাঙৰ বিষয়ে বন্ধু ভবেশ শৰ্মাৰ পৰা শুনাৰ পিছৰে পৰা মনটোৱে কেতিয়া যাওঁ, কেতিয়া যাওঁ কৰি উচপিচাই আছিল। মই তেতিয়া গুৱাহাটী শোধনাগাৰত কৰ্মৰত। শ্ৰীমতী চাকৰি সুত্ৰে ডিগবৈত। গৰমৰ বন্ধত কেইদিনমানৰ কাৰণে মোক লগ…

জনসচেতনতা আৰু পৰিৱেশ শিক্ষাৰ জৰিয়তে জীৱ বৈচিত্রৰ সুৰক্ষা

মানস প্রতিম দত্ত প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্য পিয়াসীসকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃত তথ্য আৰু জ্ঞান…

বন্ধুত্ব-এক পৱিত্র বান্ধোন

বিমল বৰগোঁহাইবন্ধুত্বৰ সন্দৰ্ভত ইংৰাজীত বহু উদ্ধৃতি পোৱা যায়। তাৰে এটা বৰ সুন্দৰ আৰু মোৰ ভাল লগা, জ'ন ইভেলিন্ ৰ উদ্ধৃতি হল-"FRIENDSHIP IS THE GOLDEN THREAD THAT TIES THE HEART OF ALL THE WORLD"। এই উদ্ধৃতিটোৱেই বন্ধুত্বৰ ওপৰত থকা…

প্রকৃতি, মানুহ আৰু বৰ্তমান সময়ঃ এক চিন্তা

জিজ্ঞাস বৰুৱাইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা মানুহ আৰু পৰিৱেশৰ মাজত যে এক এৰাব নোৱাৰা সম্পর্ক আছে। সেই কথা আজিৰ মানুহে পাহৰিলেও প্ৰকৃতিয়ে কিন্তু পাহৰা নাই। জুইৰ আৱিষ্কাৰৰ আগলৈকে প্ৰকৃতি আৰু জীৱশ্ৰেষ্ঠৰ মাজৰ সম্পৰ্কটো আজিৰ তুলনাত কম…

অসমীয়া জাতি পুনৰ গঠনৰ প্ৰয়োজন আছে

বিমল বৰগোহাঁইস্বৰ্গদেউ চাওল্যুং চুকাফাই বিভিন্ন জাতি-জনজাতি, উপজাতি সমূহক লৈ যি বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্রক্রিয়াত আগভাগ লৈছিল, সেই কথা বুৰঞ্জীৰ পাত লুটিয়ালেই সকলোৱে অনুধাৱন কৰিব পাৰিব। সেয়েহে, তেখেতক অসমীয়া জাতিৰ নিৰ্মাতা বুলিও কোৱা…

উদ্বেগ, মানসিক অৱসাদে আনিব পাৰে বিপদ

মুক্তামণি ভূমিফুকনকম বেছি পৰিমাণে মানসিক অৱসাদ প্ৰায় সকলো মানুহৰ জীৱনতে থাকে। উদ্বেগ আৰু মানসিক অৱসাদে মানুহক প্ৰভাৱান্বিত কৰিলেও সেই অৱসাদ বা উদ্বেগক পাৰ্যমানে এৰাই চলিব পাৰিব লাগে। এই কথাটোৰ অৱশ্যে এটা গভীৰ অৰ্থ নথকা নহয়। নিজৰ…