Browsing Category
প্ৰবন্ধ
গুণ্ডৰুক, চিংকি আৰু কিনেমা…
ধ্ৰুৱজ্যোতি শইকীয়া,অসম
"অভাৱেই আৱিস্কাৰৰ মূল", নহ'লে হয়তো কিছুমান বস্তুৰে সৈতে কোনোৱে কোনোকালেই গৱেষণা নকৰিলেহেঁতেন । নহয়নো কি? লাই পাত,সৰিয়হ শাক, মূলা পাত, মূলা আনহে নালাগে ছ'য়া মাহলৈনো কোনে ভাবিলে হয় সংৰক্ষণৰ কথা ? কোনেনো ভাবিব পাৰিছিল…
অসমৰ ইতিহাস -সংস্কৃতি আৰু জাতিগঠন প্ৰক্ৰিয়াৰ এক চমু অৱলোকন
পঙ্কজ বৰুৱা
উত্তৰ-পূব ভাৰতৰ চাৰিওফালে পৰ্বত পাহাৰে আগুৰি থকা ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক লৈ গঠিত ভূখণ্ডই হ’ল অসম । অসমত অতি প্ৰাচীন কালৰে পৰা মানুহৰ বসতি আছিল । এসময়ত এই ভূমিতে গঢ়লৈ উঠিছিল প্ৰাগজ্যোতিষপুৰ বা কামৰূপ ৰাজ্য । বৰ্তমান অসম…
নিজক কেনেকৈ সলনি কৰিব পাৰি
মুকুন্দ মুৰাৰী চেতিয়াআপোনাৰ নিজৰ জীৱনক আনৰ জীৱনৰ সৈতে তুলনা নকৰিব। মানুহক তেওঁলোকৰ নিজৰ জীৱনৰ ওপৰত অসন্তুষ্ট অনুভৱ কৰা এটা অংশ হ'ল তেওঁলোকে তেওঁলোকৰ চাৰিওফালৰ লোকসকলৰ জীৱনৰ সৈতে কৰা তুলনা।
জীৱনটোত নিজক আমি কেনেকৈ পৰিবৰ্তন কৰিব পাৰিম ?…
সুখৰ সংজ্ঞা আৰু সুখ লাভৰ উপায়
বিজয় বৰি
সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।
প্ৰতি গৰাকী মানুহেই জীৱনকালত সুখৰ সন্ধানত হাবাথুৰি খোৱা দেখা যায়। কিন্তু মানুহে বিচৰা এই সুখ সকলোৱে পাবলৈ সক্ষম হয়নে? কোৱা হয় সুখী হ’ব নজনাৰ…
ভাষা প্ৰেম, জাতি প্ৰেম: অসম আৰু ছিক্কিম
ধ্ৰুৱজ্যোতি শইকীয়া, অসম
কিছুদিন জীৱনে বিশ্ৰাম ললে । আচলতে বিশ্ৰাম জীৱনৰ এক প্ৰয়োজনো, যিমানে ব্যস্ততা নথাকক কিয়, জীৱনক সেউজীয়া কৰি ধৰি ৰাখিবলৈয়ে সাৰ পানী ৰূপত বিশ্ৰামৰ আৱশ্যক হৈ পৰে । মোৰ বেলা বিশ্ৰাম যেনিবা প্ৰেস্ক্ৰাইবড্ ৰূপত আহিল ।…
ৰমজানৰ ৰোজাঃ চিন্তন-মনন আৰু বিজ্ঞান
মুক্তাৰ আলীসমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান উপলক্ষে ৰোজা পালন কৰি আছে। ৰোজা হল একপ্ৰকাৰ কঠোৰ ব্ৰত। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তৰলৈ খাদ্য,পানী আদি একোৱেই গ্ৰহণ নকৰাকৈ থকাৰ নামেই ৰোজা। ৰোজা ভোকৰ তাড়ণা নুবুজা…
বিশ্ব গ্ৰন্থ দিৱস ( ২৩ এপ্ৰিল)
মুক্তাৰ আলী
আজি বিশ্ব গ্ৰন্থ দিৱস। বিশ্ব গ্ৰন্থ দিৱসৰ ধাৰণাটো পোনতে স্পেইন লেখক ভিচেন্ত ক্লাভেল আন্দ্ৰেছ'ৰ মনলৈ আহিছিল। ১৬১৬ চনৰ ২৩ এপ্ৰিলত মৃত্যু হৈছিল স্পেইনৰ এজন বিখ্যাত লেখক মিগেল দে থের্ভান্তেচ। আন্দ্রেছ আছিল তেওঁৰ অন্ধ ভক্ত। নিজৰ…
মহাকাশৰ ‘মালিক’ !
দাদুল দেৱকৃষ্ণ বৰুৱাস্থল, জল আৰু আকাশত হোৱা নানা ধৰণৰ যুদ্ধ সম্পর্কে জানিলেও মহাকাশযুদ্ধ এতিয়াও ছায়েন্স ফিক্সন চলচ্চিত্র আৰু কিতাপৰ পাততহে দেখা যায়। ৰামায়ণ বৰ্ণিত মেঘনাদৰ যুদ্ধ কৌশলকো আকাশী যুদ্ধৰ শাৰীতহে ৰাখিব পাৰি। অৰ্থাৎ…
ফেঁটী সাপৰ সৰ্বোচ্চ বিহ
ডাঃ সুৰজিত গিৰি"ছাৰ, নোৱাৰে যদি কওক।এজন ভাল বেজ আছে, তেওঁক মাতো।" পুতেক সুৰজৰ স্পষ্ট আৰু ৰুক্ষ কথা!শ্ৰী মতী পূৰ্ণিমা তাঁতী, ৪২ বছৰ, ৰাজমাই,শিৱসাগৰৰাতিপুৱা ১১ মান বজাত গোবৰখিনি পেলাই ঘূৰিব লওঁতেই পূৰ্ণিমাৰ থৰকাচুতি হেৰায়। কাৰণ…
পবা বৰ্ষাৰণ্যই অভয়াৰণ্যৰ স্বীকৃতি পোৱাৰ আশা আছেনে ?
শ্ৰদ্ধাভাজনেষু,
নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে আপোনালৈ আমাৰ আন্তৰিক অভিনন্দন আৰু ওলগ জনাইছোঁ। আপোনালোকৰ সবল নেতৃত্বত অসমৰ বন আৰু পৰিৱেশ সংৰক্ষণৰ বাবে দুখনকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ লগতে বহু কেইখন অভয়াৰণ্য ঘোষণাৰ ক্ষেত্ৰত যি ইতিবাচক…
