Browsing Category
প্ৰবন্ধ
প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব পাৰি ?
ড° বুলজিৎ বুঢ়াগোহাঁই
কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা, ভাৰতীয় বন সেৱা পৰীক্ষা, অভিযান্ত্রিক সেৱা পৰীক্ষা, সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা, সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা, সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ভাৰতীয়…
সাধুকথাত মূল্যবোধৰ প্ৰাসংগিকতা
সঞ্জীৱ কুমাৰ শৰ্মা
ভট্টাৰিকা শৰ্মাসাধু কথা কোৱাটো এটি পুৰণি প্ৰথা। এই প্ৰথা প্ৰতিখন দেশৰ প্ৰতিখন সমাজত প্ৰচলিত আছিল। এই সম্বন্ধে কেইবাবিধো লোক কথাও পোৱা যায়। সাধুকথাক আটাইতকৈ জনপ্ৰিয় ৰূপে গণ্য কৰা হয় শিশু সমাজৰ মাজত । সাধু কথাই আমাৰ…
‘কত যে কথা জনা নজনা’
ড° বুলজিৎ বুঢ়াগোহাঁই
ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, এগৰাকী নীৰৱ চিন্তাশিল্পী তথা সংগীতশিল্পী ড° বনজিত ভট্টৰ বিভিন্ন কাকত-আলোচনীত প্রকাশিত ৰচনাৰাজি সমাজ চেতনাৰ স্পৃহাৰে সংপৃক্ত। তেওঁৰ কথকতাত নৱ-প্ৰজন্মক প্রত্যুৎসাহিত কৰাৰ আকুলতা…
জান
ডাঃ সুৰজিত গিৰি"ছাৰ ভেণ্টিলেটৰ মেচিনটো নিজে নিজে বন্ধ হৈ গল।আকৌ চলাব চেষ্টা কৰিছোঁ,কিন্তু হোৱা নাই।সম্পূৰ্ণৰূপে চাট ডাউন হৈ গ'ল।''সৰ্বনাশ কি হ'ব এতিয়া?পাপৰিৰ নিঠৰ দেহ আৰু মনিটৰলৈ চালো।তাই আমাৰ কথোপকথন শুনি আছিল।হৃদপিণ্ডৰ হাৰ ১১০ৰ…
মাতৃ বন্দনা
ডঃ লক্ষীপ্রসাদ হাজৰিকাআহিন মাহ, শাৰদীয় দুর্গোৎসৱৰ বতৰত ৰাইজে দুৰ্গা মাৰ বন্দনাত ব্যস্ত হৈ আজৰি হৈছে। মানুহৰ খদমদম, অংশগ্রহণ আদিবোৰ দেখি আশ্বস্ত হ'ব পাৰি যে মাৰ প্ৰতি মানুহৰ শ্ৰদ্ধা-ভক্তি এই যান্ত্ৰিকতাৰ যুগতো যতি পৰা নাই।…
অন্তিম শয়নত সোৱণশিৰি
শৈলেন বৰুৱা
সোৱণশিৰি প্ৰকল্প নিৰ্মাতা এন এইচ পি চিৰ কাৰচাজি ধৰা টান। বিভিন্ন সময়ত এই নিৰ্মাণকাৰী গোষ্ঠীটোৱে বিভিন্ন কৌশল আৰু বক্ৰপথ অৱলম্বন কৰি প্ৰকৃতিৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ কৰি আহিছে। আজি ২৭ অক্টোবৰ ২০২৩ চনৰ দিনাও এক অনাকাংশিত…
কেৰিয়াৰ হিচাপে ভ্ৰমণ আৰু পৰ্যটন
ড° বুলজিৎ বুঢ়াগোহাঁই
ভ্ৰমণ আৰু পৰ্যটন (Travel and Tourism) বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্যোগ। এই উদ্যোগটোৰ বৃদ্ধিৰ বাবে ভাৰতত বিশেষ সুযোগ আছে। ভাৰতৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰ বৈচিত্ৰ্যই বিভিন্ন পৰ্যটন সামগ্ৰী আৰু…
২৮ জুন
ডাঃ সুৰজিত গিৰিসৰ্প দংশন,ইয়াৰ সজাগতা আৰু গ্ৰাম্য চিকিৎসালয়ত ইয়াৰ চিকিৎসাৰ এক উল্লেখযোগ্য দিন ১৯ ছেপ্টেম্বৰ,আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস উপলক্ষে প্ৰকাশিত।
"ছাৰ আমাৰ ৰোগীৰ চিকিৎসাত এতিয়ালৈকে একলাখ টকা খৰচ হৈ গল? আমাৰ ৰোগী…
জীৱনৰ ৰামধেনুবোৰ…
বিমল বৰগোহাঁই
আমি যেতিয়া আকাশত ৰামধেনু বা ইন্দ্ৰধেনু প্ৰত্যক্ষ কৰোঁ, তেতিয়া আমাৰ মনটো এক নুবুজা আনন্দত অভিভূত হৈ পৰে। সৰু হৈ থাকোতে আমি ৰামধেনু চাবলৈ আনন্দত আলোড়িত হৈ পৰিছিলোঁ। ৰামধেনু সৃষ্টি হোৱাটো এটা বৈজ্ঞানিক প্ৰক্ৰিয়া।…
