Browsing Category
প্ৰযুক্তি
ভাৰতত মুকলি হ’ব চেটেলাইট ইণ্টাৰনেট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : এলন মাস্কে ভাৰতত আৰম্ভ কৰিব পাৰিব ষ্টাৰলিংক সেৱা। এলন মাস্কৰ চেটেলাইট সেৱাক ভাৰত চৰকাৰে অনুমতি দিব পাৰে বুলি খবৰ আহিছে। এনে পৰিস্থিতিত হয়তো শীঘ্ৰেই ভাৰতত ষ্টাৰলিংক সেৱা আৰম্ভ হ’ব পাৰে। খবৰ অনুসৰি…
ভাৰতৰ মংগলযানৰ যাত্ৰা শেষ হোৱাৰ পথত!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ ভাৰতৰ মংগলযানৰ দীঘলীয়া যাত্ৰা নিৰৱে বন্ধ হ’বলৈ গৈ আছে। দেশখনৰ প্ৰথম মংগল অভিযান আৰম্ভ হৈছিল এদশক পূৰ্বে। কিন্তু হঠাতে আজি ৯ অক্টোবৰ দেওবাৰে সেই যাত্ৰাৰ ছন্দত যতি পৰিল। ইছৰোৱে কোনো ধৰণে বাহনখনৰ সৈতে…
৯ বছৰীয়া ভাৰতীয় কন্যাৰ প্ৰতিভাত আপ্লুত এপলৰ চিইঅ’ টিম কুক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : বৰ্তমান এপলক বিশ্বৰ অন্যতম বিখ্যাত টেক কোম্পানী হিচাপে গণ্য কৰা হয়। লগতে প্ৰাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি এই সংস্থাটোত চাকৰি এটা লাভ কৰে। অৱশ্যে এইবাৰ এপলৰ চিইঅ’ টিম কুক (টিম কুক) নিজেই এগৰাকী ভাৰতীয়…
৪০ হাজাৰ টকাত উপলব্ধ হ’ব ১ লাখ টকীয়া লেপটপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : অহা দুবছৰত ভাৰতত লেপটপ আৰু ম’বাইলৰ দাম কমি আহিব পাৰে। এতিয়া ১ লাখ টকাৰ মূল্যৰ লেপটপৰ মূল্য ৪০ হাজাৰলৈ নামি আহিব পাৰে। এই কথা দাবী কৰিছে বেদান্ত নিগমৰ অধ্যক্ষ অনিল আগৰৱালাই। ফক্সকনৰ সৈতে যৌথ উদ্যোগত…
টাটা গ্ৰুপে দেশত নিৰ্মাণ কৰিব আইফোন!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ ছেপ্টেম্বৰ: বিশ্বজুৰি আইফোন ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ইতিমধ্যে মুকলি কৰা হৈছে আইফোন ১৪ ছিৰিজ। আইফোন ১৪ আৰু আইফোন ১৪ প্লাছ মুকলি কৰিছে কোম্পানীটোৱে। গ্ৰাহকৰ মাজত আগ্ৰহ…
ড্ৰ’নে উৰুৱাই নিব জীৱনদায়ক অংগ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : অংগ প্ৰতিস্থাপন ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰৰ নতুন পদক্ষেপ। এইবাৰ ড্ৰ’ন প্ৰযুক্তিৰ সহায়ত বিমানবন্দৰৰ পৰা চিকিৎসালয়লৈ ক্ষিপ্ৰতাৰে অংগ-প্ৰত্যংগ প্ৰেৰণ কৰা হ’ব। ৩ ছেপ্টেম্বৰত এই মন্তব্য কৰে কেন্দ্ৰীয়…
থলুৱা প্ৰযুক্তিৰ দীৰ্ঘ দূৰত্বৰ ৰকেটৰ সফল পৰীক্ষা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : ভাৰতীয় সেনাৰ মুকুটত এটা নতুন মুকুতা। সম্পূর্ণ দেশীয়ভাৱে বিকশিত আৰু নির্মাণ কৰা 'পিনাকা' ৰকেটটো ভাৰতীয় সেনাই সফলতাৰে পৰীক্ষা-নিৰীক্ষা কৰিছে৷ ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি এই পিনাকা ৰকেটৰ ৰেঞ্জো বৃদ্ধি কৰা…
বিশ্বশ্ৰেষ্ঠ তথ্য প্ৰযুক্তিৰ চহৰৰ তালিকাত ভাৰতৰ ৬খন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : এটা ব্যক্তিগত সংস্থাই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দেশ আৰু বিদেশৰ ১১৫খন শ্ৰেষ্ঠ চহৰৰ তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাত ভাৰতৰ ৬খন চহৰে স্থান পাইছে। ভাৰতৰ চহৰসমূহৰ ভিতৰত বাংগালুৰু এক নম্বৰ স্থানত আছে। এই…
নিমিষতে ধ্বংস কৰিব শত্ৰুৰ বিমান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) থলুৱাভাৱে নিৰ্মিত চমু দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলকভাৱে সফলতাৰে পৰীক্ষা কৰিছে। এই পৰীক্ষণ কালত নৌসেনাৰ গৱেষকসকলো…
আমেৰিকাৰ পৰা ৩০০ কোটি ডলাৰৰ ড্ৰ’ন ক্ৰয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা মহম্মদ ওমৰৰ পৰা আৰম্ভ কৰি ছিৰিয়াৰ আল কায়দাৰ মুৰব্বী ছালিম আবু আহমেদলৈকে আমেৰিকাৰ প্ৰিডেটৰ ড্ৰ’নৰ দুটা দশকৰ ‘চিকাৰ’ৰ ভিতৰত অন্যতম। সেই ড্ৰ'ন এইবাৰ ভাৰতলৈ আহিব। লাডাখত প্ৰকৃত…