Browsing Category

প্ৰযুক্তি

মোবাইলৰ সকলো ডিভাইচৰ বাবে একেটাই চাৰ্জিং প’ৰ্ট!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : সমগ্ৰ দেশৰ সকলো ফোন আৰু ইলেক্ট্ৰনিক গেজেটত একেটা চাৰ্জিং চকেট ব্যৱহাৰ কৰিব পৰা যাবনে নাই তাক চাবলৈ কেন্দ্ৰীয় চৰকাৰে এখন কমিটী গঠন কৰিছে। ১৭ আগষ্ট বুধবাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা মন্ত্ৰী ৰোহিত কুমাৰ সিং…

ফেচবুকৰ পৰাও এতিয়া উপাৰ্জন সম্ভৱ

মুক্তামণি ভূমিফুকনআমি ইউটিউবৰ দৰে ফেচবুক পেজৰ জৰিয়তেও উপাৰ্জন কৰিব পাৰো। ফেচবুকে আনুষ্ঠানিকভাৱে মুকলি কৰিছে নতুন ভিডিঅ’ মুদ্ৰাকৰণ সেৱা। যাৰ জৰিয়তে এতিয়া ফেচবুক পেজৰ পৰা উপাৰ্জন একেবাৰেই সম্ভৱ হৈ পৰিছে।আপুনি ফেচবুক পেজ তৈয়াৰ…

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ পাইলট প্ৰশিক্ষণ স্কুল উদ্বোধন

গুৱাহাটী, ৯ আগষ্ট: বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান 'এমট্ৰন ড্ৰোণ স্কুল' আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ…

৭ আগষ্টত লঞ্চ কৰা হ’ব SSLV

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : ইছৰ’ নিৰন্তৰভাৱে আগবাঢ়িছে আৰু আকাশত এটাৰ পিছত এটাকৈ অভিলেখ গঢ়িছে। ইছৰ'ই আকাশত বহু পৰ্যবেক্ষণমূলক কাম কৰিছে আৰু এতিয়া আন এক ডাঙৰ কৃতিত্ব লভিবলৈ ওলাইছে। অহা ৭ আগষ্ট দেওবাৰে মুকলি হ’বলগীয়া ইছৰ’ৰ…

১ লিটাৰ ইন্ধনেৰে চলিব ৪৫০ কিলোমিটাৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সততে দেশবাসীক পেট্ৰ’ল-ডিজেলৰ বাহন এৰিবলৈ আহ্বান জনাই আহিছে নিত্য বৃদ্ধি পোৱা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত। তেওঁ বাৰে বাৰে প্ৰদূষণ হ্ৰাস আৰু…

সাগৰৰ তলত হ’ব ৫ হাজাৰ মানুহৰ বাসস্থান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : পৃথিৱীৰ প্ৰতিটো চুকত বসতি স্থাপন কৰা মানৱ জাতিৰ এতিয়া নতুন পৰিকল্পনা হৈছে সাগৰৰ তলত এখন চহৰ নিৰ্মাণ কৰা। এতিয়ালৈকে আমি কেৱল চিনেমা আৰু শিশুৰ কাৰ্টুনত পানীৰ তলৰ চহৰৰ আভাসহে দেখিছোঁ, কিন্তু অতি সোনকালে…

ইণ্টাৰনেট : কোন দেশত কিমান সস্তা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : সময়ৰ লগত খাপ খুৱাই আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাক মনত ৰাখি টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লেনত বেনিফিট কল কৰাতকৈ ডাটা বেনিফিটত অধিক মনোনিৱেশ কৰিছে। ইয়াৰ উপৰি কোম্পানীটোৰ ওপৰত নিৰ্ভৰ কৰি এই প্লেনবোৰৰ দামও…

গুগলত ইন্টাৰ্নশ্বিপ কৰিব বিচাৰে নেকি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : গুগলে বেংগালুৰু আৰু হায়দৰাবাদত কম্পিউটাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে। Google Internship 2023-এ জানুৱাৰী মাহত Winter Internship (Software Engineering Intern,…

আমেৰিকাৰ পৰা ভাৰত পালেহি MH-60R চপাৰ অধিক শক্তিশালী নৌসেনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২৮ জুলাইত ভাৰতত অৱতৰণ কৰে দুখন MH60R মাল্টি ৰোল হেলিকপ্টাৰে। ভাৰতীয় নৌসেনাত ২৪খন হেলিকপ্টাৰ সংযোজনৰ বাবে স্বাক্ষৰিত চুক্তিৰ ভিতৰত এই হেলিকপ্টাৰসমূহো অন্যতম। এই চপাৰসমূহ ইউ এছ ছি…

সেনাই পালে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ বাহনঃ নেপথ্যত টাটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : ভাৰতীয় সেনাই লাভ কৰিলে এখন নতুন বাহন। ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হৈছে এখন সম্পূৰ্ণ দেশীয়ভাৱে নিৰ্মিত Quick Reaction Fighting Vehicle। আৰু এই মহান পদক্ষেপ গ্ৰহণ কৰিছে টাটা এডভান্সড চিষ্টেমছ লিমিটেডে।…