Browsing Category

প্ৰযুক্তি

দেশৰ ৫০ খন নগৰলৈ গুগলৰ ‘ষ্ট্ৰীট ভিউ মেপ’ সেৱা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : এইবাৰ গুগলে দেশৰ ৫০খন নগৰলৈ ষ্ট্ৰীট ভিউ মেপ সেৱা সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত অফিচৰ যাতায়াতৰ পৰা আৰম্ভ কৰি পথচাৰীসকলেও বহুখিনি লাভৱান হ'ব বুলি আশা কৰা হৈছে। গুগলৰ এই সেৱাই ‘ডিজিটেল…

5Gৰ আগমনে সলনি কৰিব নেকি সাধাৰণ লোকৰ জীৱন?

মঙলবাৰৰ পৰা আৰম্ভ হৈছে দেশত ৫জি স্পেকট্ৰমৰ নীলাম প্ৰক্ৰিয়া। এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ স্পেকট্ৰম নীলামৰ সৈতে ইয়াক নতুন যুগৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। এই নীলাম প্ৰক্ৰিয়াত তিনিটা প্ৰধান মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ…

ডি এন এ ৰ দ্বাৰা নিৰ্মিত ভয়ংকৰ জৈৱ অস্ত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুলাই: বিশ্বলৈ এবিধ নতুন অস্ত্ৰ আহিল। যিবিধ কেৱল আধুনিকেই নহয়, ইয়াৰ ধ্বংস ক্ষমতাও ভয়ানক। শেহতীয়াকৈ এই জৈৱিক অস্ত্ৰৰ প্ৰতি সঁহাৰি জনোৱা হৈছে। আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ চোৰাংচোৱা সমিতিৰ অন্যতম…

পেট্ৰ’ল-ডিজেলৰ সলনি খোৱা তেলেৰে চলে গাড়ী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ ইন্ধনৰ বৰ্ধিত ব্যয়ে সাধাৰণ মানুহৰ টোপনি হৰিছে। ইফালে বাংগালুৰুৰ এজন যুৱকে বিগত ৯ বছৰ ধৰি জৈৱ ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰি গাড়ী চলাই নজিৰ সৃষ্টি কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। পেট্ৰ’ল-ডিজেলত নহয়, ব্যৱহৃত…

মাইক্ৰ’প্লাষ্টিক শোষণকাৰী ৰবট মাছ উদ্ভাৱন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ চীনা বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে এনে এবিধ ৰবট মাছ, যি সমুদ্ৰ তলীৰ মাইক্ৰ'প্লাষ্টিক শোষণ কৰিব পাৰে। মাইক্ৰ’প্লাষ্টিক শোষণ কৰা এই ৰবট মাছে হয়তো এদিন বিশ্বৰ প্ৰদূষিত মহাসাগৰসমূহ পৰিষ্কাৰ কৰাত সহায় কৰিব। এই…

অহা বছৰ মহাকাশলৈ যাব ভাৰতীয় মহাকাশচাৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) জিতেন্দ্ৰ সিঙে বহু প্ৰত্যাশিত গগনযান অভিযানৰ বিষয়ে আশাপ্ৰদ তথ্য প্ৰকাশ কৰিছে । তেওঁ কয় যে মহাকাশযানৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ…

বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপৰ ‘কামাল’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : হঠাতে দেখিলে চকু কপালত উঠিব পাৰে। কিন্তু ঘূৰণীয়া, সমতল, দীঘলীয়া নক্ষত্ৰমণ্ডলৰ লগত অলপ অভ্যস্ত হ’লে এটা এটাকৈ দেখা পোৱা যায় যে, ইয়াৰ প্ৰতিটো বিন্দু স্পষ্টভাৱে ছবিখনত বন্দী কৰা হৈছে। ইয়াৰ কাষতে আছে…

চন্দ্ৰৰ মাটিত সৰু বাগিচা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : চন্দ্ৰৰ মাটিত এখন সৰু বাগিচা। এই বাগিচাত প্ৰথম অংকুৰিত গছবোৰ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ এই প্ৰচেষ্টাই দেখুৱাইছে যে, চন্দ্ৰৰ মাটিত খেতি কৰাটো কঠিন হ’ব পাৰে কিন্তু অসম্ভৱ নহয়। এসময়ত…

বিশ্বৰ একমাত্ৰ চহৰ য’ত নিষিদ্ধ মোবাইল-টিভি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে নতুন নতুন প্ৰযুক্তিৰ বিকাশ অহৰহ হৈ আছে। আজি সমগ্ৰ বিশ্ব ডিজিটেল হৈ পৰিছে। সকলোৰে হাতে হাতে স্মাৰ্টফোন আছেই। ঘৰবোৰতো আছে উন্নত প্ৰযুক্তিৰ সামগ্ৰী। কিন্তু এনে সময়তো এনে এখন চহৰ আছে, য’ত কোনেও…

ফোন আঁতৰাই ৰাখক, জীৱন উপভোগ কৰক- মোবাইলৰ সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : প্ৰথমটো ‘ৱায়াৰলেছ ফোন’ আৱিষ্কাৰ কৰি তেওঁ সমগ্ৰ বিশ্বতে হৈ চৈৰ সৃষ্টি কৰিছিল। যোৱা শতিকাৰ সত্তৰৰ দশকত মটৰ’লা ডাইনেটেক ৬০০০এক্সৰ পৰা আৰম্ভ হোৱা যাত্ৰাই আজিৰ পৃথিৱীখন সলনি কৰি পেলাইছে। সেই মোবাইল ফোনৰ অন্যতম…