Browsing Category

প্ৰযুক্তি

ভাৰতৰ পৰা তেজছ আৰু ব্ৰহ্মছ ৰপ্তানি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ চীনতকৈ ভাৰত মালয়েছিয়াৰ ওচৰত। প্ৰতিৰক্ষা সঁজুলিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত এক বৃহৎ চুক্তি আছে। ফলত ভাৰত মালয়েছিয়ালৈ অস্ত্ৰ ৰপ্তানি কৰা দেশ হিচাপে তালিকাৰ শীৰ্ষত উঠিল। ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ…

মহাকাশত ধ্বংস নাছাৰ উপগ্রহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : ঘূর্ণিবায়ুৰ খবৰ দিয়া দুটা কৃত্রিম উপগ্রহ নষ্ট হ'ল নাছাৰ। ৰকেটৰ পৰা বিচ্ছিন্ন হৈ কক্ষপথত প্রৱেশৰ ঠিক আগেয়েই যান্ত্রিক বিজুতিৰ বাবে মহাকাশত হেৰাই যায় উপগ্রহ দুটা। প্রতি ঘণ্টাত ঘূর্ণিবায়ুৰ নিখুঁত খবৰ মহাকাশৰ…

6G ত বৰ্তমানৰ স্মাৰ্টফ’নটো অকামিলা হৈ পৰাৰ সম্ভাৱনা

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : আৰু মাত্ৰ আঠ বছৰৰ পাছত অৰ্থাৎ ২০৩০ চন মানত আপোনাৰ হাতত থকা স্মাৰ্টফ'নটো অপ্ৰাসঙ্গিক হৈ পৰিব পাৰে। দূৰসংযোগৰ প্ৰযুক্তি কৌশলৰ ফলত তেতিয়ালৈকে উদ্ভাৱন হ'বলগীয়া 6G ৰ বাবে আপুনি এতিয়া ব্যৱহাৰ কৰি থকা…

মঙলত জীৱৰ সন্ধান নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুন : মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত অৱতৰণ কৰাৰ পোন্ধৰ মাহতকৈও অধিক সময়ৰ পাছত অৱশেষত নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰে প্ৰাচীন জীৱনৰ সন্ধান আৰম্ভ কৰিছে। যোৱা ২৮ মে’ত পাৰ্চেভাৰেন্সে ৫ চেণ্টিমিটাৰ বহল এটা বৃত্তাকাৰ শিলৰ টুকুৰা…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত চাইবাৰ একাউণ্ট হেক হোৱা-একাউন্ট হেকৰোধৰ কৌশল প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ: ২৭ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি চাইবাৰ ছিকিউৰিটিৰ এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি কোষৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত নতুন দিল্লীৰ গ্ৰাচিয়া টেকন'লজীৰ বিজু পেগু আৰু বৰুণ পাঠকে…

কোটি কোটি আলোকবর্ষ দূৰত অবাক কৰা ছাঁয়াপথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এখন অবাক কৰিব পৰা ফটো ছেয়াৰ কৰিছে মার্কিন মহাকাশ সংস্থা বা নাছাই। যিখন ফটো দেখি বিস্ময়ত হতবাক হৈ গৈছে ছ'চিয়েল মিডিয়া। অনেকে সেই ফটোখন তুলনা কৰিছে মানুহৰ ৰোগাক্ৰান্ত ৰঙাপৰা চকুৰ সতে। ফটোখন হ'ল whirlpool…

মহাকাশত ৫০০ বাৰ কৃষ্ণগহ্বৰ জন্মৰ সাক্ষী ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ৰেডিঅ’ টেলিস্কোপৰ বিশ্বব্যাপী নেটৱৰ্ক ইভেণ্ট হৰাইজন টেলিস্কোপ (EHT)-এ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰৰ প্ৰথমখন ছবি ধৰি ৰখাৰ পিছত ক'ব পাৰি যে, মহাকাশ বিজ্ঞানত ভাৰতীয় বিজ্ঞানীসকল বহু পিছ পৰি…

চলতি বছৰত মহাকাশলৈ নাযায় ‘গগনযান-২০২২’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পিছুৱাই গৈছে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণৰ প্রকল্প। কালি ২০ মে'ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROৰ তৰফৰ পৰা জনোৱা হৈছে যে, নিৰাপত্তাজনিত কাৰণত চলিত বছৰত ‘গগনযান-২০২২’ প্রকল্পৰ চূড়ান্ত ধাপ সম্পন্ন নহ'বও…

যোৰহাটৰ চিএছআইআৰ-নেইষ্টত ‘আই-কানেক্ট’ অনুষ্ঠান

শতাব্দ প্ৰতিনিধি,যোৰহাট, এপ্ৰিল ১২: আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে যোৰহাটস্থিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ অধীনৰ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (চিএছআইআৰ-নেইষ্ট)ত আয়োজন কৰা…

চন্দ্ৰায়ন, মঙ্গলায়ন ৰ পাছত এইবাৰ শুক্ৰায়ন

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে' : চন্দ্ৰ, মঙ্গলৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ মন মেলিছে পুৱতি তৰা শুক্ৰগ্ৰহলৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে অলপতে ঘোষণা কৰিছে যে, শুক্ৰ গ্ৰহৰ বিশদ অধ্যয়নৰ বাবে এখন মহাকাশ যান…