Browsing Category
পৰ্যটন
চৰাইদেও ৯০+
ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ,
বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱো
নতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে ৯০…
চৰাইদেও ৯০+
ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ
বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱোনতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে…
তিনিচুকীয়াত পৰ্যটন বিভাগ, প্ৰেছ ক্লাব, বেব্লাৰ্ছ ইনৰ উদ্যোগত পৰ্যটন দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলা পৰ্যটন বিভাগৰ উদ্যোগত তথা তিনিচুকীয়া প্ৰেছ ক্লাব আৰু বেব্লাৰ্ছ ইন (বটিক হোমষ্টে) নামৰ প্ৰতিষ্ঠানৰ সহযোগত আজি বিশেষ কাৰ্যসূচীৰে তিনিচুকীয়াত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়।…
চৰাইদেউৰ মৈদামঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া মন্ত্ৰীস্তৰীয় গোটে আজি মৈদাম প্ৰকল্পস্থলী…
গোৱালপাৰাৰ মঘো গাঁৱত পামচু মহোৎসৱ আৰম্ভ
গোৱালপাৰা,৩০ আগষ্ট: ৰাভা লোক-সংস্কৃতিত পৰম্পৰাভাবে ব্যৱহৃত হৈ অহা এবিধ গছ-- পামচু। এই গছজোপাত ৰঙাবৰণৰ ফুল ফুলে।মৃতকৰ আত্মাৰ চিৰ শান্তিৰ বাবে এইবিধ গছজোপাৰ নামেৰে গীত পৰিবেশন কৰা হয়। সেই পৰম্পৰাকে উজ্জ্বীৱিত কৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক…
তেজপুৰৰ ঔগুৰি পাহাৰ গতালে হোটেল কোম্পানীক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ যিসময়ত ৰাজ্যৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে,সেই সময়তে তেজপুৰৰ ঔগুৰি পাহাৰ গতাই দিয়া হৈছে কোনো ব্যৱসায়িক৷ তেজপুৰীয়া ৰাইজৰ অজ্ঞাতে তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা চৰকাৰী অনুমোদনত এই কাৰ্য কৰা…
মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰ অধ্যয়ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ জুন: নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত ‘চিংফৌসকলৰ লোকসংস্কৃতি আৰু পৰ্যটনৰ সম্ভাৱনা’ – শীৰ্ষক এক আলোচনা-সত্ৰ আৰু ক্ষেত্ৰ ভ্ৰমণ কাৰ্যসূচী সম্পন্ন হৈ যায়৷ ৩ জুনৰপৰা ৪জুনলৈ…
মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি অসম পৰ্বতাৰোহণ সন্হাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,৪ জুনঃ বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা সফলতাৰে আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম পৰ্ৱতাৰোহণ সন্থাৰ দলটোক ৰাজ্যৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা হয়৷ ৫৪ দিনীয়া অভিযান সামৰি ৭ জনীয়া অভিযানকাৰী…
ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰোৱা সত্ৰক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব চৰকাৰে
শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ আৰু ঐশ্বৰীয় হাৰ্হি দেৱালয়ক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাবে আকষৰ্ণীয় কৰি অসম চৰকাৰে গঢ়ি তুলিব ।এই মন্তব্য অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।…
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ চৰাইদেউৰ মৈদাম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মে' : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ ৰূপে চৰাইদেউৰ মৈদামক বাচনি কৰা হৈছে। ইউনেস্কৰ বিবেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা জানুৱাৰী মাহত আনুষ্ঠানিক ভাৱে পেৰিছস্থিত ইউনেস্কোৰ কাৰ্যালয়লৈ…
