Browsing Category

পৰ্যটন

উদ্ধত যত শাখাৰ শিখৰে…

দাদুল দেৱকৃষ্ণ বৰুৱা ১৯৩৮ চনত প্ৰকাশিত Daphne du Maurierৰ উপন্যাস Rebeccaৰ নায়িকা ৰেবেকাৰ যৌৱন ৰডোডেনড্রনৰ তপ্তযৌৱনৰ ৰঙেৰে ৰঙা। এই উপন্যাসৰ অৱলম্বনতেই হিচককে নিৰ্মাণ কৰিছিল বিখ্যাত চলচ্চিত্র Rebecca। ৰডোডেনড্রনক ভাৰতীয় সাহিত্যত ভাস্বৰ…

লক্ষীমপুৰৰ কেৰকেৰ ঘাটত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী : 'এম ভি গংগা বিলাস'— বিশ্বৰ আটাইতকৈ দীঘলীয়া (কেৱল নদী) বিলাসী ক্ৰুজ। ভাৰতত নিৰ্মিত এই প্ৰমোদতৰী উত্তৰ প্ৰদেশৰ বাৰাণসীৰপৰা বাংলাদেশ হৈ অসমৰ বগীবিললৈকে যাত্ৰা। প্ৰায় ৩ হাজাৰ ২০০ কিলোমিটাৰ জলপথ অতিক্ৰম…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন বিষয়ক আলোচনা 

উত্তৰ লখিমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন উদ্যোগত আজি নিয়োগৰ সম্ভাৱনাৰ ওপৰত এক দিনজোৰা আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ যুৱ টুৰিজিম ক্লাৱৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰৰ চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ সহযোগত এই…

পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াইছে তেজপুৰৰ ধেনুখন্দা পাহাৰৰ প্ৰস্তৰত খোদিত গণেশ মূৰ্তিয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী : সংস্কৃতিৰ লগতে পৰ্যটকৰ আকৰ্ষণস্থলী ঐতিহাসিক তেজপুৰৰ বহুতো স্হানত পৰ্যটনৰ সম্ভাৱনা বিদ্যমান যদিও উপযুক্ত ব্যৱস্থাৰ অভাৱতে এই স্থলী অৱহেলিত ভাবে পৰি ৰৈছে৷ এনে এক স্থান তেজপুৰ চহৰৰ নাতি দূৰৈত…

কাশীৰ পৰা নদীপথেৰে ডিব্ৰুগড়লৈ দীৰ্ঘতম প্ৰমোদ ভ্ৰমণ

শতাব্দ পৰ্যটন প্ৰতিবেদক, ৩ জানুৱাৰীঃ সুদূৰ কাশীৰ পৰা নদীপথেৰে পশ্চিমবংগ- ঢাকা হৈ ডিব্ৰুগড়লৈ প্ৰমোদ ভ্ৰমণ ! ৩২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল জলপথ অতিক্ৰম কৰিব এই প্ৰমোদ তৰীয়ে। এই দীৰ্ঘ যাত্ৰাকালত জাহাজখনে যাত্ৰী আৰু পৰ্যটকক মুঠ…

গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ

গৌৰীপুৰত থকা কিংবদন্তী গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ হৈছে। ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

বছৰৰ পহিলা দিনটোত তেজপুৰৰ সৌন্দর্য-সুষমা পান দেশী-বিদেশী পৰ্যটকৰ

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১জানুৱাৰী : প্ৰকৃতিৰ অনাবিল সৌন্দর্য-সুষমাৰে ভৰপূৰ তেজপুৰ চহৰ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থল। তেজপুৰ মানেই যেন পৌৰাণিক প্ৰেমৰ মধুৰ সোঁৱৰণৰ তীৰ্থভূমি। ঐতিহ্যমণ্ডিত চহৰখনৰ সৰ্বত্ৰ আজিও নীৰৱে প্রতিধ্বনিত হয়…

নতুন বছৰত গুৱাহাটীত এটি অত্যাধুনিক “আৰ্ট গেলেৰী” নিৰ্মাণ কৰক– বিশিষ্ট চিত্ৰশিল্পী…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৩০ ডিচেম্বৰ : ৰাজ্যখনত সম্প্ৰতি সকলো ক্ষেত্ৰতে উন্নয়নৰ চকুত লগা দৃশ্যই ৰাজ্যবাসীক আহ্লাদিত কৰি তুলিছে যদিও অসমীয়া চিত্ৰকলা শিল্প ক্ষেত্ৰখনৰ পুতৌলগা অৱস্থা প্ৰত্যক্ষ কৰিয়েই কায়িক ভাৱে আমাৰ মাজৰ পৰা প্ৰায় একে…

বৰ্ণাঢ্য ৰূপত দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আৰম্ভ 

শতাব্দ প্ৰতিনিধি, দিচাংমুখ, ২৬ ডিচেম্বৰঃ অসমৰ থলুৱা পৰ্যটন উদ্যোগক গতি প্ৰদান কৰাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দিচাং-ব্ৰহ্মপুত্ৰঃ ২০২২ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিচাং-ব্ৰহ্মপুত্ৰ ইক' টুৰিজিম ডেভেলপমেন্ট কমিটি,…