Browsing Category

পৰ্যটন

 ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰত সাজোন-কাচোনঃ  ১৩ মে’ৰ পৰা ঐতিহাসিক ফাটবিহু

ঢকুৱাখনা-১২ মে: আহোম ৰাজত্বৰ সময়ৰে পৰা ঐতিহ্য ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হৈ অহা জাতি জনগোষ্ঠীৰ মহা-মিলনৰ উৎসৱ ফাটবিহু অহা ১৩, ১৪ আৰু ১৫ মে'ত অনুষ্ঠিত হ'ব।ঐতিহাসিক ফাটবিহুলৈ মাজত মাথো কেইটামান ঘণ্টা। মহঘূলি চাপৰিত…

ষ্টেট বেংকক চেৰ পেলালে আই চি আই চি আই বেংকে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ মেঃ দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকৰ বজাৰ মূলধনক (market cap) ২০১৩ চনৰ পাছত দ্বিতীয়বাৰলৈ চেৰ পেলালে দেশৰ তৃতীয় স্থানৰ বেংক প্ৰতিষ্ঠান আই চি আই চি আই বেংকে । বুধবাৰৰ শ্বেয়াৰ বজাৰ সমাপ্তিৰ সময়ত…

গুলপীয়াৰ গ্ৰীষ্ম উদযাপন ! থানেত ফ্লেমিংগোৰ নতুন অভিলেখ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : পানী নহয় যেন এখন গুলপীয়া দলিচা ! প্ৰথম দৃষ্টিত নিলগৰ পৰা তেনেদৰেই ভাবিবলৈ বাধ্য হয় এদিনীয়া দৰ্শক। মহাৰাষ্ট্রৰ থানেত এতিয়া গ্ৰীষ্মৰ সমানে সমানে বাঢ়িছে এই গুলপীয়াৰ গাঢ়তা। যি গুলপীয়াই হাত বাউল দিছে…

১০৮ টা জলস্ৰোতৰে গঠিত চুমি গ্যাটচ জলপ্ৰপাতক পৰ্যটকৰ বাবে প্ৰচাৰ কৰিব সেনাই

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১মে’: অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত থকা পবিত্ৰ জলপ্ৰপাতক উন্নয়নৰে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্যোগ লৈছে দেশৰ সেনাবাহিনীয়ে । উল্লেখযোগ্য যে শতাধিক জলধাৰাৰে জলপ্ৰপাতৰ ৰূপ লোৱা তথা চুমি…

তাজমহলৰ ‘২২টা বন্ধ কক্ষ’ খোলা হওক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : তাজমহলত তলাবন্ধ হৈ থকা ‘২২টা কক্ষ’ খোলাৰ আবেদন জনাই আদালতৰ দ্বাৰস্থ হল বিজেপি। তাৰ লগে লগে এই সৌধত কোনো মন্দিৰ আছিল নে নাই, সেয়া অনুসন্ধান কৰি চাবৰ বাবে সত্যানুসন্ধান দল গঢ়াৰো আর্জি পেছ কৰিছে তেওঁলোকে। ৭…

৭১ কোটিৰো অধিক মূল্যত বিক্ৰী হ’ল মাৰাডোনাৰ জাৰ্চি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : নতুন ৰেকর্ড গঢ়িলে ডিয়েগ' মাৰাডোনাই (Diego Maradona)। এই ৰেকর্ড তেওঁৰ জনপ্রিয়তাৰ সাক্ষী। ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে বিতর্কিত Hand of God গ'ল কৰিছিল তেওঁ। সেইটো গ'ল কৰাৰ সময়ত তেওঁ যিটো…

হৃদপিণ্ডত ফুটা লৈও দেশৰ মঞ্চ কঁপাইছে  গোগামুখৰ কণমানিয়ে

বিজয় বৰি জীৱনত সফলতা লাভ কৰিবলৈ কেৱল সৌভাগ্যকে ফচল বুলি ক’ব নোৱাৰি। কোনো কোনোৱে জীৱনত সন্মুখীন হোৱা দুৰ্ভাগ্যক সফলতাৰ জখলা হিচাপে ব্যৱহাৰ শীৰ্ষ স্থানলৈ আগুৱাই যোৱাৰ অনেক নিদৰ্শন আছে। দৰিদ্ৰতা, ৰূগ্ন স্বাস্থ্যক লৈ জীৱন যুঁজত কৃতকাৰ্যতা…

কলকাতাত নামঘৰৰ আধাৰশিলা স্থাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ লাইখুঁটা স্থাপন হল আজি কলকাতাৰ পিয়ালিৰ খোলাঘাটাত । শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটি অৱ ইণ্ডিয়াৰ দ্বাৰা এই নামঘৰৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটাৰ আধাৰশিলা স্থাপন কৰে…

দেশে-বিদেশে ৮টা ‘তাজমহল’

দাদুল দেৱকৃষ্ণ বৰুৱাতাজমহল। নামটোৰ লগত জড়িত হৈ আছে এটুকুৰা ইতিহাস আৰু হিচাপ কৰিব নোৱৰা ভালপোৱা। বিশ্বৰ সপ্ত আশ্চর্যৰ অন্যতম আশ্চর্য। আগ্ৰা চহৰত যমুনাৰ পাৰত এই ভালপোৱাৰ অমলিন ইতিহাস। মোগল সম্রাট ছাহজাহানে তেওঁৰ প্রিয়তমা মমতাজৰ স্মৃতিত…

নামদাফাত পৰ্যটকৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত এলেকাৰ মাজেদি প্ৰবাহিত হোৱা নোৱা দিহিং নদীত পৰ্যটকসকলৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন কৰা হৈছে। যোৱা দেওবাৰে স্থানীয় মিয়াও সমষ্টিৰ…