Browsing Category
বিজ্ঞান
এন্দুৰৰ বয়স কমাবলৈ সক্ষম হ’ল বিজ্ঞানী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ বিজ্ঞানৰ অনন্য আৱিষ্কাৰ। বিচাৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে বিজ্ঞানীসকলে! মানুহৰূপী ভগৱানসকলৰ নতুন আৱিষ্কাৰে কিন্তু হাৰ মনাব পাৰে যিকোনো কল্পবিজ্ঞানৰ গল্পকো! শুনিবলৈ অসম্ভৱ যেন লাগিলেও সম্প্রতি গৱেষণাগাৰত এটা…
মহাকাশলৈ চীনৰ তিনি মহাকাশ বিজ্ঞানী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ চীনে আজি (৫ জুন) তিনিজন মহাকাশচাৰী কঢ়িয়াই নিয়া এটা ৰকেট নিক্ষেপ কৰি নিজৰ নতুন মহাকাশ কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অভিযানত আৰু এখোজ আগুৱাইছে। বেইজিঙক মহাকাশ শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চলোৱা…
নাইনিতালত ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক’প
শতাব্দ বিশেষ প্ৰতিনিধি, ৪ জুন : হিমালয়ৰ দাঁতি-কাষৰীয়া ৰাজ্য উত্তৰাখণ্ডত স্থাপন কৰা হৈছে ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক'প। নাইনিতালত থকা 'আৰ্যভট্ট ৰিচাৰ্ছ ইনষ্টিটিউট অৱ অৱজাৰ্ভেছনেল চায়েন্স'ৰ দেৱস্থল…
মঙলত জীৱৰ সন্ধান নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুন : মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত অৱতৰণ কৰাৰ পোন্ধৰ মাহতকৈও অধিক সময়ৰ পাছত অৱশেষত নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰে প্ৰাচীন জীৱনৰ সন্ধান আৰম্ভ কৰিছে। যোৱা ২৮ মে’ত পাৰ্চেভাৰেন্সে ৫ চেণ্টিমিটাৰ বহল এটা বৃত্তাকাৰ শিলৰ টুকুৰা…
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱকৰ তালিকাত অসম কন্যা- উপাসনা
শতাব্দ,ষ্টাফ ৰিপৰ্টাৰ, ২ জুন : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ "International young inventors & Innovators challenge" নিৰ্বাচিত হৈছে অসমৰ উপাসনা বৰুৱা। যোৱা ২৭-২৮ মে'ত গুজৰাটত…
অলীক যেন সভ্যতা ! কৃষ্ণগহ্বৰতো থাকিব মানুহ ! কার্দাচেভ স্কেলৰ কথা…
দাদুল দেৱকৃষ্ণ বৰুৱা
অনেক বিজ্ঞানীয়েই ধাৰণা কৰে, পৰৱর্তী ১০০ বছৰে নির্ধাৰণ কৰিব আধুনিক বিজ্ঞানে মানুহক ধ্বংস কৰিব নে আৰু উন্নত কৰিব। সভ্যতাৰ যি স্তৰত আমি আছোঁ তাতেই থাকিম নে আৰু অগ্রসৰ হ'ব সভ্যতা? আমি এই নক্ষত্রমণ্ডলৰ পৰা অন্য…
ছাত্ৰ-ছাত্ৰীলৈ মহাকাশ বিজ্ঞানৰ এমহীয়া বিনামূলীয়া অনলাইন পাঠ্যক্ৰম
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে' : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দহ বছৰৰ উৰ্ধৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়াকৈ মহাকাশ বিজ্ঞানৰ এটা হস্ৰম্যাদী পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লৈছে। অন-লাইন যোগে অনুষ্ঠিত হ'বলগীয়া এই পাঠ্যক্ৰম অহা ৬ জুনৰ পৰা আৰম্ভ…
৫৪ লাখ টকা উপার্জনৰ সুযোগ দিছে NASAইঃ আজিয়েই কৰক পঞ্জীয়ন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : National Aeronautics and Space Administration (NASA)ই এইবাৰ বিৰাট সুযোগ লৈ আহিছে সকলোৰে বাবে। জনা গৈছে যে, সম্প্রতি NASA-ৰ তৰফৰ পৰা এক নতুন চেলেঞ্জ আৰম্ভ কৰা হৈছে। য'ত এই মার্কিন মহাকাশ গবেষণা সংস্থাই যিজন…
ভীম কলৰ পৰা গুৰ উৎপাদনেৰে লখিমপুৰৰ দুই শিক্ষার্থীৰ চমক
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ২৪ মে' : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দুই শিক্ষার্থী। ইণ্ডিয়ান য়ং ইনভেণ্টৰ্ছ এণ্ড ইনভেণ্টছ চেলেঞ্জত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খেৰাজখাত…
