Browsing Category

বিজ্ঞান

ভীম কলৰ পৰা গুৰ উৎপাদনেৰে লখিমপুৰৰ দুই শিক্ষার্থীৰ চমক

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ২৪ মে' : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দুই শিক্ষার্থী। ইণ্ডিয়ান য়ং ইনভেণ্টৰ্ছ এণ্ড ইনভেণ্টছ চেলেঞ্জত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খেৰাজখাত…

ৰহস্যময় ভুল তথ্য পঠাইছে নাছাৰ যানে ! চিন্তিত বিজ্ঞানী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : সূর্যৰ আওতাৰ বাহিৰত মহাকাশৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল নাছাৰ দুখন মহাকাশ যান। তাৰ ভিতৰত এখনৰ পৰা বিগত বেছ কিছুদিন ধৰি ক্রমাগতভাৱে ভুল তথ্য আহি পাইছে পৃথিৱী। যাক লৈ ৰহস্য ঘনীভূত হৈছে। কাৰণ বিজ্ঞানীসকলে বুজিবই…

মহাকাশত ৫০০ বাৰ কৃষ্ণগহ্বৰ জন্মৰ সাক্ষী ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ৰেডিঅ’ টেলিস্কোপৰ বিশ্বব্যাপী নেটৱৰ্ক ইভেণ্ট হৰাইজন টেলিস্কোপ (EHT)-এ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰৰ প্ৰথমখন ছবি ধৰি ৰখাৰ পিছত ক'ব পাৰি যে, মহাকাশ বিজ্ঞানত ভাৰতীয় বিজ্ঞানীসকল বহু পিছ পৰি…

চলতি বছৰত মহাকাশলৈ নাযায় ‘গগনযান-২০২২’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পিছুৱাই গৈছে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণৰ প্রকল্প। কালি ২০ মে'ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROৰ তৰফৰ পৰা জনোৱা হৈছে যে, নিৰাপত্তাজনিত কাৰণত চলিত বছৰত ‘গগনযান-২০২২’ প্রকল্পৰ চূড়ান্ত ধাপ সম্পন্ন নহ'বও…

হাতীপটিত প্ৰথমবাৰলৈ ফটো উঠিল ব্লেক হলৰঃ উৎফুল্লিত বিজ্ঞানীসকল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : হাতীপটিৰ বুকুত লাগি থকা ব্লেক হল ! দেহত শিহৰণ জগাব পৰা এনে ফটো প্রথমবাৰলৈ উঠি আহিল বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ সমুখলৈ। বহুতেই এই আৱিষ্কাৰৰ উত্তেজনাৰ মাজত কি দেখি পেলাইছে সেয়া বিশ্বাসেই কৰিব পৰা নাছিল !…

যোৰহাটৰ চিএছআইআৰ-নেইষ্টত ‘আই-কানেক্ট’ অনুষ্ঠান

শতাব্দ প্ৰতিনিধি,যোৰহাট, এপ্ৰিল ১২: আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে যোৰহাটস্থিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ অধীনৰ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (চিএছআইআৰ-নেইষ্ট)ত আয়োজন কৰা…

বিপদৰ আগজাননী ! ভয়ানকভাৱে বৃদ্ধি পাব বৈশ্বিক তাপমাত্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : যদি কেতিয়াবা ভয়ঙ্কৰ গৰম তেন্তে কেতিয়াবা খুব ঠাণ্ডা। আকৌ বৰষুণ দিলেও দিয়ে অবিৰাম। পৰিৱেশৰ এই উঠা-নমা কিছু বছৰ ধৰি দেখা গৈছে। এনে হ'ব বুলি অৱশ্যে আগতেই আশঙ্কা প্রকাশ কৰিছিল পৰিৱেশবিদসকলে। বিশ্ব…

চন্দ্ৰায়ন, মঙ্গলায়ন ৰ পাছত এইবাৰ শুক্ৰায়ন

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে' : চন্দ্ৰ, মঙ্গলৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ মন মেলিছে পুৱতি তৰা শুক্ৰগ্ৰহলৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে অলপতে ঘোষণা কৰিছে যে, শুক্ৰ গ্ৰহৰ বিশদ অধ্যয়নৰ বাবে এখন মহাকাশ যান…

মহাকাশ আৱৰ্জনাৰ ফলত বিপজ্জনক বিশৃঙ্খল পৰিস্থিতিৰ উদ্ভৱ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে': মানৱ জাতিৰ একমাত্ৰ বসতিস্থল পৃথিৱীৰ জল-স্থল প্ৰদূষিত কৰি মানুহে এইবাৰ প্ৰদূষণৰ পোহাৰ মেলিবলৈ ওলাইছে মহাকাশ জগতত। পোহাৰ মেলাই নহয়, মহাকাশ ইতিমধ্যেই বিপজ্জনক ভাৱে প্ৰদূষিত হৈ পৰিছে। ১৯৫৭ চনৰ অক্টোবৰ মাহত…