Browsing Category
বিজ্ঞান
পুনৰ্জন্ম ! সফল গাহৰিৰ ওপৰত কৰা পৰীক্ষাঃ এতিয়া মানুহৰ পাল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : মৃত্যুৰ সিপাৰৰ পৰা কাৰোবাক ঘূৰাই অনাটো সম্ভৱনে? এবাৰ মৃত্যু হ’লে পুনৰ জীৱনলৈ ঘূৰি অহাটো সম্ভৱ? বিজ্ঞানে প্ৰায় এনে এক অসম্ভৱক সম্ভৱ কৰাৰ সম্ভাৱনাৰ ইংগিত দিয়ে। আৰু ইয়াৰ আঁৰত আছে ইয়েল বিশ্ববিদ্যালয়ৰ…
ৰহস্য ! দ্ৰুতগতিত ঘূৰিছে পৃথিৱী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্ট : পৃথিৱীৰ অক্ষত এবাৰ ঘূৰিবলৈ ২৪ ঘণ্টা সময় লাগে বুলি কোৱা হয়। কিন্তু নতুন অভিলেখৰ পিছৰে পৰা বিপৰ্যয়ৰ সৃষ্টি হৈছে। দেখা গ’ল, ইয়াতকৈয়ো আৰু কম সময় লৈছে ঘূৰিবলৈ। ১.৫০ মিলিছেকেণ্ড কম নহয়। পৃথিৱীখন সাধাৰণতকৈ…
চন্দ্ৰত আৰামদায়ক বাসস্থানৰ সন্ধান নাছাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : চন্দ্ৰক লৈ পৃথিৱীবাসীৰ স্বাৰ্থৰ অন্ত নাই। চন্দ্ৰত ঘৰ সাজিবলৈ কিমানযে আগ্ৰহ। সেইবাবেই বহুতে চন্দ্ৰত মাটি কিনিবলৈ আৰম্ভ কৰিছে। কিন্তু চন্দ্ৰটো মানুহৰ বাসস্থানৰ বাবে আচলতে উপযোগীনে? বিজ্ঞানীসকলে এতিয়াও সেই…
এলিয়েনৰ সংস্পৰ্শলৈ ট্ৰাক চালক!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুলাই: এলিয়েনৰ প্ৰতি মানুহৰ আগ্ৰহৰ অন্ত নাই। আনকি বিজ্ঞানীসকলেও বছৰ বছৰ ধৰি এলিয়েনৰ উপস্থিতিৰ বিষয়ে অধিক জানিবলৈ দীঘলীয়া অধ্যয়নত নিয়োজিত হৈ আহিছে। কল্পনাৰ আধাৰত ইতিমধ্যে এলিয়েন সম্পৰ্কীয় বহু কাহিনী…
বিকল হৈ পৰিল জেমছ ৱেব টেলিস্কোপ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুলাইঃ কিছুদিন পূৰ্বে নাছাৰ জেমছ ৱেব টেলিস্কোপে প্ৰেৰণ কৰা মহাকাশৰ ফটোবোৰ দেখি সমগ্ৰ বিশ্ব মুগ্ধ হৈ পৰিছিল। কিন্তু সেই মোহৰ অন্ত ওচৰ চাপি আহিছে নেকি? কাৰণ, এটা গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষৰ বাবে এই…
ব’লক, ফুৰি আহোঁ মহাকাশ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ আজিকালি আমি যেতিয়াই আজৰি সময় আৰু সুযোগ পাওঁ তেতিয়াই ফুৰিবলৈ ওলাই যাওঁ কোনো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই অথবা বিখ্যাত স্থানলৈ। কাৰণ এই গন্তব্যস্থানসমূহলৈ এতিয়া অতি সহজে যাব পাৰি। কিন্তু এতিয়া…
জেমছ ৱেব টেলিস্কোপে ভৱিষ্যতে মানুহক আৰু কি কি দিব পাৰে?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ জেমছ ৱেব টেলিস্কোপে সৃষ্টিৰ প্ৰাৰম্ভিক দিনৰ ফটো সংগ্ৰহ কৰিছে। পৃথিৱীৰ মানুহ আচৰিত, মুগ্ধ, স্তম্ভিত। সৃষ্টিৰ ৰহস্যময় সৌন্দৰ্যত মুগ্ধ হৈ পৰিছে পৃথিৱীৰ সাধাৰণ মানুহৰ পৰা বিজ্ঞানীলৈ। কিন্তু জেমছ ৱেব…
Stephan’s Quintet 5 তাৰকাৰাজ্যৰ ফটো প্রকাশ নাছাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ জেমছ ৱেব স্পেচ টেলিস্কোপে তোলা 'ষ্টেফানছ কুইণ্টেট' নামৰ তাৰকাৰাজ্যৰ গোটটোৰ আগতে কেতিয়াও দেখা নোপোৱা বিৱৰণসহ ফটো প্রকাশ কৰিছে নাছাই। নাছাই জনোৱা মতে, ছবিখনত বিৰল জীৱন্ত কাৰ্য বিশদভাৱে দেখুওৱা হৈছে…
মহাকাশতো জীৱাশ্ম!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ মহাকাশৰ প্ৰতি মানুহৰ কৌতুহলৰ অন্ত নাই। মহাকাশৰ বিষয়ে জানিবলৈ অধ্যৱসায়ৰ অন্ত নাই। বিভিন্ন আৱিষ্কাৰৰ জৰিয়তে মহাকাশৰ বিভিন্ন স্তৰ অহৰহ আমাৰ বাবে নতুনকৈ মুকলি হৈ আহি আছে। এইবাৰ ৰহস্যৰ নতুন খিৰিকী খোল খাইছে।…
চন্দ্ৰ গৱেষণাত চীনক লৈ উদ্বেগ প্ৰকাশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : চীনেও এইবাৰ চন্দ্ৰ দাবী কৰিব পাৰে! চীনা জ্যোতিৰ্বিজ্ঞানীসকলে ক’ব পাৰে যে, তেওঁলোকে চন্দ্ৰ দখল কৰিছে। এনে আশংকাৰ বিষয়ে প্ৰকাশ কৰিছে নাছাৰ মুৰব্বীগৰাকীয়ে। কিন্তু নাছাৰ এই দাবী খণ্ডন কৰা হৈছে। কোৱা হৈছে যে,…