Browsing Category

বিজ্ঞান

পৃথিৱীৰ ফালে ধাৱমান ধুমকেতু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : বৰ্তমান পৃথিৱীৰ ফালে তীব্ৰ গতিৰে আহি আছে, কিন্তু পিছত ই চন্দ্ৰৰ ফালে গতিপথ সলাব। C / 2017 K2 নামৰ এই বিশাল ধুমকেতুটো সম্প্ৰতি পৃথিৱীৰ ফালে আহি আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, এই ধুমকেতুটো মাত্ৰ…

গ্ৰহাণুৰ কক্ষপথ সলনিৰ বাবে নাছাৰ পৰীক্ষা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : মহাকাশ বিজ্ঞানত নাছাই আৰু এখোজ আগুৱালে। বৰ্তমান নাছাই ৫০০ কিলোগ্ৰাম ওজনৰ গ্ৰহাণু এটাৰ দিশ সলনি কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে নাছাই গ্ৰহাণুটোৰ দিশ সলনি কৰিবলৈ এখন মহাকাশযানো প্ৰেৰণ কৰিছে। নাছাৰ মতে, এই…

সঁচা-মিছাৰ দোমোজাত মঙল গ্ৰহ যাত্ৰাত কাৰ্ছন !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাই : এলিছা কাৰ্ছনে মংগল গ্ৰহত ভৰি দিবলৈ যাব বুলি বহু পোষ্টত দাবী কৰা হৈছে। বিভিন্ন ঠাইত দাবী কৰা হৈছে যে, ২০ বছৰীয়া এলিছাই নিজকে মংগল অভিযানৰ বাবে সাজু কৰি আছে। মংগল গ্ৰহত উপনীত হোৱাৰ পিছত তেওঁ পৃথিৱীলৈ ঘূৰি…

সফলতাৰ আন এক অধ্যায়ত ইছৰ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : ৩০ জুন বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ইছৰ’ই তিনিটা উপগ্ৰহ প্ৰেৰণ কৰে। এই তিনিটা উপগ্ৰহ PSLV-C53ৰ পৰা উৎক্ষেপণ কৰা হয়। আৰু লগে লগেই ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰই লাভ…

নাছাৰ এলিয়েন সন্ধানঃএইবাৰ ব্যৱহাৰ হ’ব সৰু সৰু ৰবট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : বিজ্ঞানীসকলে অহৰহ নতুন নতুন উদ্ভাৱন আনিবলৈ চেষ্টা কৰি আহিছে যিয়ে তেওঁলোকক এলিয়েনৰ লেখ-জোখ বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰে। নাছাৰ গৱেষকসকলে সৌৰজগতত এলিয়েন বিচাৰি উলিয়াবলৈ ৰবট ব্যৱহাৰ কৰাৰ পৰিকল্পনা…

ৰঙা গ্ৰহত ৰঙা চীন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ চীনে মঙল গ্ৰহৰ প্ৰথমখন সম্পূৰ্ণ ত্ৰিমাত্ৰিক মানচিত্ৰ প্ৰস্তুত কৰা বুলি দাবী কৰিছে। চীনৰ নেচনেল স্পেচ এডমিনিষ্ট্ৰেচন (CNSA)ৰ মতে, টিয়ানৱেন-১ নামৰ মহাকাশযানখনে পূৰ্বনিৰ্ধাৰিত কক্ষপথত ১৩০০ বাৰ ৰঙা গ্ৰহটোক…

সন্ধান পোৱা গ’ল বৃহদাকাৰ বেক্টেৰিয়াৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : বেক্টেৰিয়াৰ কথা ভাবিলে আমি অণুজীৱৰ কথা ভাবোঁ, ইমানেই সৰু জীৱ যে খালী চকুৰে দেখা নাযায়। কিন্তু যোৱা ২৩ জুনত বিজ্ঞানীসকলে ঘোষণা কৰে যে, তেওঁলোকে এনে এটা প্ৰজাতিৰ বেক্টেৰিয়া চিনাক্ত কৰিছে যিটো পূৰ্বৰ আটাইতকৈ…

মহাকাশত প্ৰথমটো সৌৰশক্তি কেন্দ্ৰ হ’ব চীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : চন্দ্ৰৰ পৰা নমুনা সফলতাৰে ঘূৰাই অনা, অৱতৰণ কৰা, প্ৰথম প্ৰচেষ্টাতে মংগলত অভিযান চলাবলৈ সমৰ্থ হোৱাৰ পিছত চীন এইবাৰ মহাকাশত প্ৰথমটো সৌৰশক্তি চালিত উদ্যোগ মুকলি কৰিবলৈ সাজু হৈছে। বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত থকা…

চন্দ্ৰ আৰু মঙলৰ পিছত শুক্ৰলৈ ভাৰতঃ ইছৰ’ৰ নতুন লক্ষ্য ‘শুক্ৰায়ান-১’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : বিগত সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আচৰিত ধৰণে কম খৰচত মহাকাশ অভিযান চলাই বিশ্বক চমক দিছিল। এই পৰম্পৰা অনুসৰণ কৰি ইছৰ’ই এতিয়া শুক্ৰ গ্ৰহলৈ এক অভিযানৰ লক্ষ্য স্থিৰ কৰিছে, যাৰ বাবে মাত্ৰ ৫ বিলিয়নৰ…

প্রতিৰক্ষা গৱেষণাত সাফল্য ভাৰতৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : বৃহৎ সাফল্য ভাৰতৰ প্রতিৰক্ষা গৱেষণা ক্ষেত্রত। উৰিষ্যাৰ চাঁদিপুৰ উপকূলত এখন যুদ্ধজাহাজৰ পৰা ২৪ জুনত ভার্টিকেল-লঞ্চ, স্বল্প-দূৰত্বৰ চাৰফেচ-টু-এয়াৰ মিছাইল VL-SRSAM সফলভাৱে পৰীক্ষা কৰা হয়। প্রতিৰক্ষা মন্ত্রী…