Browsing Category

বিদেশ

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ। তেওঁ ভাৰতীয় মূলৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি সুনকক কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পৰাস্ত কৰে। লিজ ট্ৰাছে লাভ কৰে ৮১৩২৬টা আৰু তেওঁৰ…

পৃথিৱীৰ সমান পুৰণি ভূত্বকৰ অংশ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰঃ আয়াৰলেণ্ডৰ সমান আকাৰৰ পৃথিৱীৰ ভূত্বকৰ এটা চাৰি মিলিয়ন বছৰ পুৰণি অংশ পশ্চিম অষ্ট্ৰেলিয়াৰ তলত ওপঙি থকা অৱস্থাত আৱিষ্কাৰ হৈছে। যোৱা ১৭ জুনত Terra Nova নামৰ আলোচনীখনৰ অনলাইন সংস্কৰণত প্ৰকাশ পোৱা গৱেষণা…

বিলাহীৰ বাবেই বন্ধ হ’ল আমেৰিকাৰ এটা পথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : আমেৰিকাত সংঘটিত হৈছে এক আচৰিত ঘটনা। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এটা ঘাইপথ ৰঙা। ৰাস্তাত পৰি আছে লাখ লাখ বিলাহী। পৰিস্থিতি এনে এটা স্তৰত উপনীত হৈছে যে আৰক্ষীয়ে যান-বাহনৰ অহা-যোৱা বন্ধ কৰিবলগা হ’ল৷…

বিশ্বত আজব বিভাগৰ মন্ত্ৰীপদ সৃষ্টি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : কামৰ ক্ষেত্ৰখন বৃদ্ধি পাইছে, চোৱাচিতা বা যত্নৰ পৰিসৰো বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে গুৰুত্বপূর্ণ কর্তব্য সম্পাদন কৰাৰ লগতে বিভিন্ন কাম-কাজ চোৱা-চিতা কৰিবলৈ মন্ত্রী নিযুক্ত কৰে৷ কিন্তু…

ইউক্ৰেইন যুদ্ধত নামি বিপদত পুটিন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট: ছমাহতকৈয়ো অধিক সময় ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। প্ৰচণ্ড লোকচান আৰু হতাহতিৰ পিছতো যুদ্ধ এতিয়াও বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। এই পৰিস্থিতিত আমেৰিকাই ৰাছিয়াৰ ওপৰত এক উল্লেখযোগ্য দাবী কৰিছে।…

এসময়ত পৃথিৱী শাসন কৰা দেশ মহা সংকটত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ এসময়ত এইখন দেশত ডুব যোৱা নাছিল বেলি! ইমানেই হৈছিল উন্নতি। পিছে এসময়ত দীৰ্ঘদিন ধৰি ভাৰতকে ধৰি বিশ্বৰ আন আন দেশ শাসন কৰা দেশখনৰ অৰ্থনীতি এতিয়া এক ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে। হয়, আপুনি ঠিকেই অনুমান…

ৰাছিয়াক নিয়ন্ত্ৰণৰ ইউক্ৰেইনৰ মূল অস্ত্ৰ যোগ আৰু আয়ুৰ্বেদ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও অব্যাহত আছে। ইউক্ৰেইনৰ দুৰ্বল বাহিনীয়ে কেইবামাহো ধৰি ৰাছিয়াৰ সৈন্যক প্ৰতিৰোধ কৰি আহিছে। সেই দেশৰ জনসাধাৰণে ইয়াক এক অবিশ্বাস্য সফলতা হিচাপে দেখা পাইছে। কিন্তু ইউক্ৰেইনৰ…

গ্রীনলেণ্ডত উদ্বেগজনকভাৱে গলিছে বৰফ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : পানীৰ ধাৰা নৈৰ দৰে বৈ গৈছে। সেই পানীৰ ধাৰাটোৰ কিছু অংশ বগা। ইয়াৰ পিছত লাহে লাহে নীলা হৈ পৰিছে। কপাৰনিকাছ উপগ্ৰহৰ দ্বাৰা তোলা এই ফটোখন দেখাত এক অতীতৰ প্ৰাকৃতিক দৃশ্যৰ দৰে। নদীৰ প্ৰৱেশ অঞ্চল।…

পৃথিৱীৰ প্ৰাচীনতম চিকাৰী প্ৰাণীৰ জীৱাশ্ম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুলাই : গৱেষকসকলে প্ৰথমটো প্ৰাণী চিকাৰী বুলি বিশ্বাস কৰা ৫৬০ মিলিয়ন বছৰ পুৰণি জীৱৰ এটা জীৱাশ্মৰ নামকৰণ কৰা হৈছে ব্ৰিটিছ প্ৰকৃতিবিদ তথা সম্প্ৰচাৰক ডেভিদ এটেনব’ৰ’ৰ নামেৰে। ২৫ জুলাইত বিজ্ঞানীসকলে জনোৱা মতে, তেওঁলোকৰ…

ইউক্ৰেইনৰ শস্য ৰপ্তানিত ৰাছিয়াৰ সন্মতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই: অৱশেষত ২২ জুলাই শুকুৰবাৰে তুৰস্কৰ ইস্তানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ উপৰি ৰাষ্ট্ৰসংঘ আৰু তুৰস্কই স্বাক্ষৰ কৰা এক চুক্তিত উপনীত হয়। ইস্তানবুলত ৰাছিয়াৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্বোইগুৱে।…