Browsing Category
বিদেশ
কেৱল ডকলাম-গালৱানেই নহয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাইঃ সীমাত পাখি মেলি থকা ‘ড্ৰেগন’। গলৱান উপত্যকাত এতিয়া ডকলামৰ পিছত ৰঙা চীনে দৃষ্টি নিক্ষেপ কৰিছে শিলিগুৰি কৰিডৰত। একে সময়তে ভাৰতে কমিউনিষ্ট দেশখনৰ সৈতে আন এক ক্ষেত্ৰতো যুঁজি আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ…
আমেৰিকান ডাক্তৰৰ বিশ্বাস নাই!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুলাইঃ অসুস্থ মাতৃক চিকিৎসাৰ বাবে এয়াৰ ফ্লাইং এম্বুলেন্স ভাড়াত লৈ ভাৰত পোৱালেহি এজন আমেৰিকান নাগৰিকে। সাধাৰণতে ভাৰতৰ বহু লোক উন্নত চিকিৎসা সেৱাৰ বাবে বিদেশলৈ উৰা মাৰে। ভাৰতৰ বিখ্যাত লোকসকল ইউৰোপৰ কোনো এখন দেশ বা…
আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ আমেৰিকাত পুনৰ আক্ৰমণ চলালে এজন বন্দুকধাৰীয়ে। যোৱা ১৭ জুলাই দেওবাৰে ইণ্ডিয়ানাৰ এটা শ্বপিং মলত আক্ৰমণ কৰে বন্দুকধাৰীজনে। এই গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হয় আন দুজন…
এটা ফুটবলেই জিকালে মৃত্যুৰ বিৰুদ্ধে যুঁজ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ এঘণ্টা দুঘণ্টা নহয় ১৮ ঘন্টা যমৰ লগত যুদ্ধ কৰি জয়ী হ'ল তেওঁ। তেওঁ হৈছে ইউৰোপৰ উত্তৰ মেচিডোনিয়াৰ ইভান। লগৰীয়া আছিল মাত্ৰ এটা ফুটবল। ধুমুহাময় সাগৰত খেৰ-কূটাৰ দৰে সেই ফুটবলটোকে আঁকোৱালি লৈ তেওঁ…
শ্ৰীলংকাৰ পিছত পাকিস্তান, আৰ্জেণ্টিনা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ দেশৰ অৰ্থনীতি ভাঙিলে ঠিক কি হয়, সেয়া শ্ৰীলংকালৈ চালেই বুজিব পাৰি। খাদ্য নাই, তেল নাই— ছিন্নভিন্ন হৈ পৰা ৰাজনৈতিক গাঁথনিয়ে বিশ্বৰ বাবে শিকনীয় হিচাপে শ্ৰীলংকাক চৰ্চালৈ আনিছে। শ্ৰীলংকাৰ লগতে এতিয়া…
পেগাছাছৰ পিছত ড্ৰ’নেৰে সীমান্তত চোৱাচিতা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : ইজৰাইলে পুনৰ নিজৰ বন্ধু ভাৰতক সহায় কৰিবলৈ ওলাইছে। ইজৰাইল চৰকাৰৰ অধীনৰ এটা কোম্পানীয়ে পাকিস্তান সীমান্ত নিৰীক্ষণৰ বাবে ৬৭ খন ড্ৰ’ন প্ৰেৰণ কৰিব। খবৰ অনুসৰি এই ড্ৰ’নবোৰ হেলিকপ্টাৰৰ দৰে দেখা যাব। এই…
ভাৰতত চোৰাংচোৱাগিৰি পাকিস্তানী সাংবাদিকৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ বিগত ভাৰত ভ্ৰমণক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰিছে এজন পাকিস্তানী সাংবাদিকে। সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক চাকিল চৌধুৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নুছৰত মিৰ্জাই কয় যে তেওঁ বহুবাৰ ভাৰত ভ্ৰমণ কৰাৰ পিছত…
মানৱ জাতিৰ উন্নতিৰ ওপৰত গৱেষণা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাইঃ মানৱ জাতিৰ উন্নতিৰ স্বাৰ্থত কৰা গৱেষণাৰ বাবে ভাৰতীয় মূলৰ দুজন লোকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত স্বীকৃতি লাভ কৰিছে। অধ্যাপক অজয় আগৰৱালা আৰু অধ্যাপক পৰমিন্দৰ ৰাইনাই লাভ কৰে কানাডাৰ ৰাষ্ট্ৰীয় বঁটা ‘দ্য…
পুটিন যদি মহিলা হ’লহেঁতেন!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন: নাটোৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন মাদ্ৰিদলৈ ৰাওনা হৈছে। এই প্ৰেক্ষাপটত তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ এক আচৰিত মন্তব্য কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এগৰাকী মহিলা…
সলনি হৈছে ভূ-ৰাজনৈতিক প্রেক্ষাপট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : তালিবান শাসিত আফগানিস্তানৰ লগত পুনৰ এবাৰ কূটনৈতিক সম্পর্ক স্থাপনৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে নতুন দিল্লীয়ে। যদিও আফগানিস্তানৰ তালিবানী শাসনক এতিয়াই স্বীকৃতি দিয়াৰ কোনো পৰিকল্পনা নাই ভাৰতৰ। উল্লেখ্য যে, কিছুদিন…