Browsing Category

বিদেশ

মাজৰাতিৰ পৰা শ্ৰীলংকাত জৰুৰী অৱস্থা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : মধ্যৰাতিৰ পৰা শ্রীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষে। অর্থনৈতিক সংকটৰ প্রতিবাদত দেশজুৰি চলা ধর্মঘটৰ দিনটোতেই এই সিদ্ধান্ত ললে শ্রীলংকা চৰকাৰে। ১ এপ্রিলৰ পিছত পুনৰদ্বীপৰাষ্ট্রখনত…

ভাৰত- জাৰ্মান সম্পৰ্ক হ’ব পাৰে মাইলৰ খুঁটি

মুক্তামণি ভূমিফুকন  ইউক্রেন যুদ্ধৰ প্রসঙ্গত ইউৰোপৰ সতে ভাৰতৰ মতবিৰোধ চলি থকাৰ সময়তে জাৰ্মানীৰ লগত Inter government consultation (IGC) মাইলৰ খুঁটি হোৱাৰ দিশত আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইউৰোপ ভ্ৰমণৰ মাজতে এই দাবী উত্থাপন…

প্ৰধানমন্ত্ৰী মোদীৰ বছৰৰ প্ৰথমটো বিদেশ ভ্ৰমণ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিলঃ তিনিদিনীয়া ব্যস্ত ভ্ৰমণসূচী লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ মে' তাৰিখে জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সলৈ যাত্ৰা কৰিব। ২০২২ বৰ্ষত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত…

আং চান চ্যু কিক পাঁচ বছৰৰ কাৰাদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিল : ম্যানমাৰৰ প্রাক্তন শাসক আং চান চ্যু কিক দুর্নীতিৰ অভিযোগত আজি ২৭ এপ্ৰিলত পাঁচ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিছে সেই দেশৰ আদালতে। নোবেলজয়ী ৰাজনীতিকগৰাকীয়ে অৱশ্য তেওঁৰ বিৰুদ্ধে উঠা সমস্ত অভিযোগ অস্বীকাৰ কৰিছে।…

শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত বিশ্ব বেঙ্কৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ তীব্ৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকালৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব বেঙ্কে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জনোৱা মতে বিশ্ব বেঙ্কে দুটা কিস্তিত মুঠ…

আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ বাছ সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ ক'ভিড মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সাময়িক ভাৱে স্থগিত ৰখা আগৰতলা - কলকাতা বাছ সেৱা দুবছৰৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব। আগৰতলাৰ কৃষ্ণনগৰত থকা ত্ৰিপুৰা ৰাজ্যিক পৰিৱহণ নিগমৰ আন্তৰ্জাতিক…

সামৰিক ব্যয়ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ দেশ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইন্সটিটিউটে আজি প্ৰকাশ কৰা এখন প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০২১ চনৰ বৰ্ষটোত বিশ্বৰ দেশসমূহে ২,১১৩ বিলিয়ন আমেৰিকান ডলাৰ সামৰিক সাজ-সজ্জাত ব্যয় কৰিছে। যোৱা বছৰটোতকৈ ইয়াৰ…

অসমৰ কৃষকৰ খেতি পৰিদৰ্শন টাইৱানৰ কৃষি বিজ্ঞানীৰ

ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ এপ্ৰিলঃ দেশ তথা ৰাজ্যৰ ২০১৮ চনৰ শ্ৰেষ্ঠ কৃষক বঁটাৰে সন্মানিত মৰিগাঁও জিলাৰ দুৱনি পদুম পুখুৰীৰ সোণাৰাম বনিয়াৰ কৃষি ফাৰ্মত উপস্থিত হল টাইৱানৰ পৰা অহা World Vegetable Cantarৰ কৃষি বিজ্ঞানী ‌‌Dr Paola Sotelo Cardona…

নিষেধাজ্ঞাৰ মাজতে ভাৰতে ৰাছিয়ালৈ আৰম্ভ কৰিলে সামগ্ৰী ৰপ্তানি 

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতেই বিশ্বৰ ভালেসংখ্যক দেশৰ বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ৰাছিয়াক প্ৰকাশ্যে সমৰ্থন নকৰিলেও এই দুৰ্যোগৰ মুহূৰ্ত্তত দেশখনৰ কাষত থিয় দিছে পুৰণি বন্ধু…

H-1B আমেৰিকান ভিজা লাভত ভাৰতীয়ৰ পুনৰ আধিপত্য

 শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ এপ্ৰিলঃ  'দ্য গ্ৰেট এমেৰিকান ড্ৰিম' এই স্বপ্নৰ দৌৰত সফল হৈছে ভাৰতীয়সকল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ'মলেণ্ড চিকিউৰিটিজ বিভাগৰ পৰা অলপতে প্ৰকাশ কৰা তথ্য অনুযায়ী ২০২১ বিত্তীয় বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে…