Browsing Category

ব্যৱসায়/উদ্যমিতা

নামেৰীৰ ৰিজ’ৰ্টত পহু মাংসঃ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮আগষ্টঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্গত অঞ্চলত বৰ্তমানেও চলি আছে সুগৰি পহুৰ চিকাৰ আৰু ইয়াৰ মাংস বিক্ৰীৰ ঘটনা৷ কালি পহু মাংসসহ দুজনক বনকৰ্মীয়ে কৰায়ত্ত কৰাৰ পাছতেই পোহৰলৈ অহা তথ্যৰ আধাৰত নামেৰীৰ ৰিহাজুলিত থকা…

লখিমপুৰত পুনৰ নকল সোণ-জাল নোট চক্ৰ সক্ৰিয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ আগষ্টঃ লখিমপুৰত জিলাত কিছু দিনৰ পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে লখিমপুৰ জিলাৰ বঙালমৰাকে ধৰি বিভিন্ন প্ৰান্তত চলি থকা নকল সোণ আৰু জাল নোটৰ বেহা কিছু স্থবিৰ হৈছিল যদিও পুনৰ নকল…

শোণিতপুৰত সঘন বিদ্যুৎ কৰ্টনত অতিষ্ঠ সৰ্বসাধাৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪জুলাইঃ সম্প্ৰতি শোণিতপুৰৰ সকলো অঞ্চলতেই বিদ্যুতৰ সঘন কৰ্টনে ৰাইজক অতিষ্ঠ কৰিছে৷স্মাৰ্ট মিটাৰ সংযোজনৰ লগতে বিদ্যুৎ মাছুল বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ নিয়মীয়াভাবে যোগান ধৰিব নোৱৰাত…

তেজপুৰত ডি আৰ এল,ডি আৰ ডি অ ৰ প্ৰদৰ্শনীঃ আলোচনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জুলাইঃ ডি আৰ ডিঅ’ৰ অধীনস্হ তেজপুৰস্হিত প্ৰতিৰক্ষা গৱেষণাগাৰৰ উদ্যোগত আজি স্হানীয় হেমবৰুৱা ভৱনত এক প্ৰদৰ্শনী আৰু আলোচনা কাৰ্যসূচী অনুষ্ঠিত হয়৷বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকে অংশ গ্ৰহণ…

তেজপুৰৰ পৰা কলকাতালৈ অসামৰিক বিমান সেৱা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জুনঃ তেজপুৰৰ শালনিবাৰী অসামৰিক বিমান বন্দৰৰ পৰা সপ্তাহৰ ছটা দিনত চলিব বিমান৷ কলকাতাৰ পৰা তেজপুৰলৈ আৰু তেজপুৰৰ পৰা কলকাতা সংযোগী এই অসামৰিক বিমান সেৱা আজিৰ পৰা আৰম্ভ হৈছে৷ স্পাইছ জেট কোম্পানীয়ে আৰম্ভ কৰা এই…

 লটাৰী-কাণ্ডত জড়িত তিনিচুকীয়াৰ ২ সাংবাদিক ৰঙাঘৰলৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : দিনচেৰেক পূৰ্বে তিনিচুকীয়াৰ বৈদ্যুতিন মাধ্যমৰ অমিত গগৈ নামৰ এক সংবাদকৰ্মীক আৰক্ষীয়ে খাৰুৱা তেল চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ উপহাৰ কুপনৰ (লটাৰী) নামত প্রবঞ্চনাৰ জাল…

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু আই আই টি, ৰুৰকিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক জীৱিকা নিদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮জুনঃ তেজপুৰৰ নিকটৱৰ্তী কাৱৈমাৰীৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰত চাৰকাৰৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণ আজি বিয়লি অন্ত পৰে৷  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ (Science and Technology,…

তেজপুৰৰ ঔগুৰি পাহাৰ গতালে হোটেল কোম্পানীক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ যিসময়ত ৰাজ্যৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে,সেই সময়তে তেজপুৰৰ ঔগুৰি পাহাৰ গতাই দিয়া হৈছে কোনো ব্যৱসায়িক৷ তেজপুৰীয়া ৰাইজৰ অজ্ঞাতে তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা চৰকাৰী অনুমোদনত এই কাৰ্য কৰা…

তিনিচুকীয়াত পুনৰ অনাঅসমীয়াৰ আক্ৰমণত ধৰাশায়ী খাটি খোৱা খিলঞ্জীয়া যুৱক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুন : তিনিচুকীয়া চহৰত অনাঅসমীয়াৰ দপদপনি এতিয়া আৰু কোনো নতুন কথা হৈ থকা নাই ৷ বিজয়া দশমীৰ দিনা সামান্য অজুহাতত অনাঅসমীয়া গুণ্ডা প্ৰকৃতিৰ লোকে চহৰখনৰ মাজমজিয়াত সহস্ৰাধিক লোকৰ সন্মুখত কৰ্তব্যৰত আৰক্ষী…

স্মাৰ্ট মিটাৰ নিৰাপদ- APDCL

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ উৎকট গৰমে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰাল ভাবে বিদ্যুৎ নাটনি, লুকাভাকু আৰু পৰ্যাপ্ত ভল্টেজ নথকা ঘটনাই ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আজি লখিমপুৰত APDCLএ এক সংবাদমেল অনুষ্ঠিত কৰে। মূলতঃ স্মাৰ্ট মিটাৰ সংযোগ…