Browsing Category
ব্যৱসায়/উদ্যমিতা
নিজে শিক্ষাগ্ৰহণ কৰা তিনিচুকীয়াৰ বিদ্যালয়ত দেশৰ মাষ্টাৰ চেফ নয়নজ্যোতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা নয়নজ্যোতি শইকীয়াক আজি নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা…
পূৱ তেলাহীত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল যোগানত ঠিকাদাৰৰ হেমাহী
এজেণ্টে এতিয়াও কৰ্তন কৰে হিতাধিকাৰীৰ চাউল
টাটাই ৭ হাজাৰ কোটি টকাত কিনিব বিছলেৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : দীৰ্ঘদিন ধৰি শুনা গৈছিল যে টাটা গ্ৰুপে ভাৰতৰ সৰ্ববৃহৎ পেকেজড ৱাটাৰ কোম্পানী বিছলেৰী ইণ্টাৰনেশ্যনেলৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে। অৱশ্যে এতিয়া সেই অপেক্ষাৰ অন্ত পৰিল। জনা যায় যে শেহতীয়াকৈ…
জি.এ.ই.এফ.ৰ উদ্যোগত ‘অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান’ ৰ্শীষক ৱেবিনাৰ
গুৱাহাটী, ৩১ অক্টোবৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, http://www.gaefnortheast.org )ৰ উদ্যোগত ৩০অক্টোবৰ “অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান(Youth Entrepreneurship in Assam – Successes and Challenges)” ৰ্শীষক এখন ৱেবিনাৰ…
লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা প্ৰথম উৰিল “এলায়েন্স এয়াৰ”ৰ বিমান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ অক্টোবৰ ; আজিৰে পৰা লখিমপুৰৰ লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা । উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ', শ্বিলং, ইম্ফল আৰু আইজল…
উত্তৰ লখিমপুৰত দেৱালীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি তৈয়াৰ কৰিব সূতা-সাৰ
উত্তৰ লখিমপুৰ, ২৪ অক্টোবৰঃ দীপাৱলীৰ উপলক্ষে বেছিভাগ হিন্দু পৰিয়ালে নিজৰ ঘৰ, কাৰ্যালয়, দোকান ফুল, চাকি, কল আৰু কলৰ পাতেৰে সজাই তোলে। দোকানৰ সন্মুখত আৰু ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কল গছ ৰখাটো উৎসৱৰ বতৰত শুভ বুলি বিবেচনা কৰা হয়। তাৰ বাবে…
দুখীয়াৰ দুৱাৰত হাজিৰ হ’ব বেংক!ঃ দেশত ৭৫টা ডিজিটেল বেংকিং ইউনিট উদ্বোধন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বাজেটতে ঘোষণা কৰিছিল যদিও কাৰ্যকৰীকৰণত পলম হ'ল। অৱশেষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেংকিং ইউনিট আৰম্ভ কৰে৷…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্লেছমেণ্ট বিষয়ক অভিযান
উত্তৰ লখিমপুৰ: ১৫ অক্টোবৰঃ কোম্পানীত কৰ্পৰেট নিযুক্তিৰ বাবে আদিত্য বিৰলা কেপিটেলছ লিমিটেড (এবিচিএল)ৰ দ্বাৰা লখিমপুৰ কমাৰ্চ কলেজত আজি প্লেচমেণ্ট অভিযানৰ অনুষ্ঠিত কৰা হয়। এই প্লেচমেণ্ট পদক্ষেপৰ আয়োজন কৰে মহাবিদ্যালয়খনৰ কেৰিয়াৰ গাইডেন্স…
কটনিয়ানৰ ধূমায়িত কৰক চাহকাপৰ ভিতৰলৈ জুমি…
অৰিন্দম তালুকদাৰ
বজালী জিলাৰ ভিতৰুৱা অঞ্চলৰ নিমুৱা গাঁৱৰ পৰা দৈনিক ৩৬ কিলোমিটাৰ চাইকেল চলাই অহা-যোৱা কৰি ল'ৰাজনে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক কলা শাখাত অধ্যয়ন কৰি ৮৬ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল। তাৰ পাছত তেওঁ কটন…
সংকল্প অনুসৰি নিজে সজা মন্দিৰত সাত বছৰৰ পাছত প্ৰৱেশ কৰিলে ৰাইজে
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: বিগত সাতবছৰে নিজে স্হাপন কৰা মন্দিৰলৈ নোযোৱাকৈ আছিল তেজপুৰৰ একাংশ লোক৷তেজপুৰৰ তিনিমাইলৰ চটাই চাপৰি অঞ্চলৰ এইসকল লোকে এই আৱাসিক অঞ্চলত সাতবছৰ পূৰ্বে স্হাপন কৰা এখন সুৰাৰ বিপনীৰ বাবেই এনেদৰে আনকি নিজে…