Browsing Category

ব্যৱসায়/উদ্যমিতা

সংকল্প অনুসৰি নিজে সজা মন্দিৰত সাত বছৰৰ পাছত প্ৰৱেশ কৰিলে ৰাইজে

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: বিগত সাতবছৰে নিজে স্হাপন কৰা মন্দিৰলৈ নোযোৱাকৈ আছিল তেজপুৰৰ একাংশ লোক৷তেজপুৰৰ তিনিমাইলৰ চটাই চাপৰি অঞ্চলৰ এইসকল লোকে এই আৱাসিক অঞ্চলত সাতবছৰ পূৰ্বে স্হাপন কৰা এখন সুৰাৰ বিপনীৰ বাবেই এনেদৰে আনকি নিজে…

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত উদ্যমিতা সজাগতা শিবিৰ

গুৱাহাটী,২৭ আগষ্ট : গুৱাহাটী আজাৰাস্থিত অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উদ্যোগত আৰু অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজিৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহযোগত উদ্যমিতা বিষয়ক এক সজাগতা শিবিৰ ২৭ আগষ্ট…

কেন্দ্ৰই বিক্ৰী কৰিব বিএছএনএলৰ ১৩,৫৬৭ টা টাৱাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : যোৱা ২৫ আগষ্টত ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ ১২ অক্টোবৰৰ পৰা দেশত ৫জি সেৱা আৰম্ভ হ’ব। দেশৰ ব্যক্তিগত টেলিকম অপাৰেটৰসকলে ৫জি সেৱা আৰম্ভ…

মাখিৰ খেতিঃ এক নতুন সম্ভাৱনা

ড° লক্ষীপ্রসাদ হাজৰিকা  প্রতি বছৰত বিশ্বৰ বাঢ়ি অহা জনসংখ্যাৰ তথ্যই সচেতন মহলক চিন্তাত পেলাইছে। কাৰণ এই বাঢ়ি অহা জনসংখ্যাৰ সমান্তৰালকৈ গুণগত খাদ্য উৎপাদন বহাব পৰা নাই। ভােকাতুৰৰ লগতে পুষ্টিহীনতাৰ সংখ্যাই ভাৰতবৰ্ষৰ দৰে দেশকো লাজত পেলাইছে।…

ঢকুৱাখনা ব্যৱসায় সন্থাৰ নতুন সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ অসম চেম্বাৰ্চ অব কমাৰ্চৰ অধীনস্থ ঢকুৱাখনা ব্যবসায় সন্থাৰ এখন সাধাৰণ সভা ১৪ আগষ্টৰ বিয়লি ২.৩০ বজাত সন্থাৰ সভাপতি যোগেশ বৰুৱাৰ সভাপতিত্বত সন্থাৰ ধৰমশালা ভৱনত অনুষ্ঠিত হয়। সাধাৰণ পৰিষদৰ সভাত সন্থাৰ পুৰণি…

বিষয় – প্লাষ্টিক নিষিদ্ধকৰণ

বিনয় কৃষ্ণ তামুলী ফুকন প্লাষ্টিক নিষিদ্ধকৰণ--এই ঘোষণাটো বছৰ চেৰেগ মূৰে মূৰে শুনি থাকোঁ। শেষত একো নহয় গৈ। ঘোষণা কৰা সকলে দায় সাৰে - "এবাৰ ব্যৱহাৰ যোগ্য.. ইমান মাইক্ৰণৰ প্লাষ্টিকৰ ক্ষেত্ৰতহে এই নিষেধাজ্ঞা।" হেৰ' মাছ, শাক-পাচলি, গেলামালৰ…

তৰুণ উদ্যমী মাধৱ ফুকনৰ সফলতাৰ কাহিনী

মুক্তাৰ আলী তেওঁ আছিল ৰাজনীতি বিজ্ঞানৰ স্নাতক। কলেজীয়া শিক্ষা শেষ কৰি প্ৰয়োজনবোধ কৰিছিল এটা চাকৰিৰ। সেই সময়ত নিযুক্তি বন্ধ আছিল।য'তে ,ত'তে আলফা বিচৰাৰ নামত নিৰীহ যুৱকৰ ওপৰত চলিছিল আৰক্ষী , সেনাবাহিনীৰ নিৰ্মম অত্যাচাৰ।তাৰ মাজেৰেই চাকৰিৰ…

৩৯ বাৰ কৰিছিল প্ৰত্যাখ্যানঃ অৱশেষত যুৱকক গুগলৰ চাকৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : উনচল্লিশ বাৰ নাকচ কৰা হৈছিল। কিন্তু হাৰ নামানিলে। ৪০ বছৰ বয়সত গুগলত চাকৰি পালে। এই দাবী এজন আমেৰিকান যুৱকৰ। তেওঁৰ লিংকডইন পোষ্টটো ভাইৰেল হৈ পৰিছে। টাইলাৰ কোহেন নামৰ এজন যুৱকে লিংকডইনত পোষ্ট কৰিছে—…

তিনিচুকীয়ালৈ দক্ষতা বিকাশৰ বাবে আহিল ডি জি পি মহন্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : আজি তিনিচুকীয়াৰ হোলোং নামৰ হোটেলখনৰ প্ৰেক্ষাগৃহত জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত "দক্ষতা বিকাশ আৰু কাৰিকৰী বৃত্তিগত জীৱিকাৰ ওপৰত পৰামৰ্শসভাত মুখ্য পৰামৰ্শদাতাৰূপে অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান…

ভাৰতলৈ চীনা খেলনাৰ আমদানি ৭০ শতাংশ হ্ৰাস

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই: ‘মেক ইন ইণ্ডিয়া কেম্পেইন’ৰ কথা কেইবছৰমান আগলৈকে কোনেও ভাবিবলৈ সাহস কৰা নাছিল। কিন্তু স্বাধীনতাৰ পিছৰে পৰা ভাৰত চৰকাৰৰ পৰিকল্পনাত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্য নিৰ্দিষ্ট হৈ আহিছিল। গলৱান উপত্যকাত উত্তপ্ত…