Browsing Category

ভাৰত

২০২৫ৰ ভিতৰত হ’ব ভাৰতীয় সেনাৰ নিজা উপগ্ৰহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : দেশৰ উপগ্ৰহ ব্যৱস্থা কিমান সক্ৰিয় হৈ আছে চাবলৈ সেনাই এই অনুশীলন চলাইছিল। ভৱিষ্যতে কোনো ধৰণৰ সংঘাত হ’লে দেশৰ উপগ্ৰহ সংযোগ ব্যৱস্থা কিমান স্থিতিস্থাপক হ’ব সেয়াও পৰীক্ষা কৰা হৈছে। সেনাৰ এই উপগ্ৰহ যোগাযোগ…

শ্ৰীলংকা বন্দৰৰ দিশে চীনৰ জাহাজঃ বাঢ়িছে ভাৰতৰ উদ্বেগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : ভাৰতৰ আপত্তি থকাৰ পাছতো চীনৰ এখন জাহাজ শ্ৰীলংকাৰ বন্দৰ অভিমুখে আগবাঢ়িছে বুলি সূত্ৰত প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা ১১ বা ১২ আগষ্টৰ ভিতৰত জাহাজখন শ্ৰীলংকাৰ বন্দৰত উপস্থিত হ’ব। ৪০০ৰো অধিক চীনা…

বুষ্টাৰ ড’জ সম্পূৰ্ণ হোৱাৰ পিছতে কাৰ্যকৰী হ’ব CAA

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনোৱা মতে, ক’ভিড-১৯ বুষ্টাৰ ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ পিছত দেশত কাৰ্যকৰী হ’ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই আশ্বাস দিয়ে পশ্চিমবংগৰ…

কিয় বাঢ়িছে পেন্সিলৰ দাম ? ছবছৰীয়া ছোৱালীৰ প্ৰধানমন্ত্ৰীলৈ চিঠি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : মূল্যবৃদ্ধি এতিয়া সাধাৰণ মানুহৰ মূৰৰ বিষৰ প্ৰধান কাৰণ। উপাৰ্জন বৃদ্ধিৰ নাম নাই যদিও দিনক দিনে বাঢ়ি গৈ আছে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি এই মঙহা বজাৰত তেওঁ…

মুকেশ আম্বানীৰ হাতত ৮৮,০৭৮ কোটিৰ ৫জি স্পেকট্ৰম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই সৰ্বাধিক ৫জি স্পেকট্ৰম লাভ কৰিছে বুলি কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। আম্বানীৰ কোম্পানীয়ে ফিফথ জেনেৰেচন বা ৫জি স্পেকট্ৰমৰ ৮৮ হাজাৰ…

যুঁজখন আছিল নিজৰ লগতেই : মীৰাবাই চানু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : অপ্ৰতিদ্বন্দ্বী মীৰাবাই চানুৰ বাৰ্মিংহাম কমনৱেলথ গেমছত যুদ্ধ আছিল নিজৰ লগত। সেই যুঁজত চূড়ান্ত সফল ভাৰতীয় তাৰকাগৰাকী। মহিলা ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত চানুৱে সোণৰ পদক লাভ কৰে, বাকীসকল বহু পিছত। বাকী…

বিদায় আসন্ন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : মিগ-২১ যুঁজাৰু বিমানক বিদায় দিয়াৰ সময় আহি পৰিছে। সূত্ৰ অনুসৰি, চাৰিটা স্ক্ৰোৱাড্ৰনকো ছেপ্টেম্বৰ মাহত বন্ধ কৰি দিয়া হ'ব। বাকী তিনিটা স্ক্ৰোৱাড্ৰনকো অহা তিনি বছৰৰ ভিতৰত অৱসৰ দিয়া হ’ব। সূত্ৰ অনুসৰি, এই…

আঠ বছৰত আবেদন কৰা ২২.০৫ কোটিৰ ভিতৰত ৭.২২ লাখেহে পালে চাকৰি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ এটা চৰকাৰী চাকৰিৰ বাবে নিবনুৱাৰ হাহাকাৰৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ তথ্য। চাকৰিৰ বাবে ২০১৪ চনৰ পৰা এতিয়ালৈকে দেশৰ ২২.০৫ কোটি লোকে আৱেদন জনাইছিল। ইয়াৰ ভিতৰত সংস্থাপন লাভ কৰে মাত্ৰ ৭.২২ লাখ লোকেহে।…

সেনাৰ হাতত উন্নত মানৰ দেশীয় ড্ৰ’ন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : দেশৰ ড্ৰ’ন নিৰ্মাণৰ ইতিহাসত এক নতুন সংযোজন। সেনাৰ ব্যৱহাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হৈছে এবিধ হাইটেক ড্ৰ’ন। এই ড্ৰ’নে অতি ঠাণ্ডা ঠাইত, আনকি মাইনাছ ৩০ ডিগ্ৰী চেলছিয়াছতো কাম কৰিব। লগতে এই শক্তিশালী ড্ৰ’নে ১৫০…

আমেৰিকাৰ পৰা ভাৰত পালেহি MH-60R চপাৰ অধিক শক্তিশালী নৌসেনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২৮ জুলাইত ভাৰতত অৱতৰণ কৰে দুখন MH60R মাল্টি ৰোল হেলিকপ্টাৰে। ভাৰতীয় নৌসেনাত ২৪খন হেলিকপ্টাৰ সংযোজনৰ বাবে স্বাক্ষৰিত চুক্তিৰ ভিতৰত এই হেলিকপ্টাৰসমূহো অন্যতম। এই চপাৰসমূহ ইউ এছ ছি…