Browsing Category
ভাৰত
যদি ল’ৰা-ছোৱালী পুৱা ৭ বজাত স্কুললৈ যাব পাৰে…’, উচ্চতম ন্যায়ালয় সন্দৰ্ভত…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : সাধাৰণতে পুৱা ১০:৩০ বজাৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাম আৰম্ভ হয়। কিন্তু সেই পৰম্পৰা ভংগ কৰি ১৫ জুলাই শুকুৰবাৰে পুৱা ৯:৩০ বজাত ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ সুধাংশু…
গাৰ্ডেনৰিচত নিৰ্মিত নৌসেনাৰ ‘মেঘনাদ’ মুকলি হ’ল হুগলীৰ জলসীমাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কলকাতাই ভাৰতীয় নৌসেনাক ‘মেঘনাদ’ দান কৰিলে। মধুকাবীৰৰ 'গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ'ৰ নিৰ্মিতি এই 'মেঘনাদ'। বাঙালী কবি মাইকেল মধুসুদন দত্তই ৰাৱণপুত্ৰ তথা সেনাপতি ইন্দ্ৰজিতৰ বিষয়ে ‘মেঘনাদ বধ’ কবিতাত লিখিছিল।…
ডিজিটেল মিডিয়াৰ ওপৰত কেন্দ্ৰৰ চকুঃ অচিৰেই আনিব আইন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কেন্দ্ৰীয় চৰকাৰে এইবাৰ ডিজিটেল মিডিয়া নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। সূত্ৰ অনুসৰি, আগন্তুক সংসদৰ অধিবেশনত আইন সংশোধন কৰি বিধেয়কখন দাখিল কৰা হ’ব। এই আইন উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণৰ বাবে ব্যৱস্থা ৰখা হৈছে।…
৩৬০০ কি:মি: অতিক্ৰমি ইৰাণত ৰাছিয়াৰ ৰে’লঃ লক্ষ্য ভাৰত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : অৱশেষত প্ৰথমবাৰৰ বাবে বহু প্ৰত্যাশিত আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (INSTC) ব্যৱহাৰ কৰি মিত্ৰ দেশ ভাৰতৰ বাবে সামগ্ৰী কঢ়িওৱা এখন ৰাছিয়াৰ ৰে’ল ইৰাণত উপস্থিত হয়। জানিব পৰা মতে, সেই সময়ত ৰে’লখনে…
সংকট কালত নতুন বাণিজ্যিক মিত্ৰতাঃ নাম I2U2
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : সমগ্ৰ বিশ্বত বিত্তীয় অনিশ্চয়তাৰ মাজতে I2U2ৰ নতুন মিত্ৰতা ব্যৱহাৰিক সহযোগিতাৰ এক নতুন আৰ্হিত পৰিণত হ’ব পাৰে বুলি ভাৰতৰ বিশ্বাস। ভাৰত, আমেৰিকা, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইজৰাইলৰ মাজত বৃহস্পতিবাৰে ভিডিঅ’…
লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰত
লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰশতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : দেশত পুৰুষ-মহিলাৰ মাজত পাৰ্থক্য স্পষ্ট হৈ পৰিছে। লিংগ সমতাৰ ক্ষেত্ৰত মোদীৰ ভাৰত পিছৰ শাৰীত থাকিল। লিংগ সমতাৰ তালিকাত চলিত বৰ্ষত ভাৰতে ১৩৫ নম্বৰ স্থান…
‘কা’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা যদি নিৰ্বাচিত হয় তেন্তে তেওঁ দেশত নাগৰিকত্ব সংশোধনী আইনখন যাতে কাৰ্যকৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বুধবাৰে গুৱাহাটীত প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে…
পুনৰ মূল্যবৃদ্ধি! ১৮ জুলাইৰ পৰা বাঢ়িব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : বস্তুৰ বৰ্ধিত মূল্য দেখি হতাশ হৈ পৰিছে সাধাৰণ মানুহ। দৈনিক ভাতসাজ খোৱাৰ ক্ষেত্ৰতো অসুবিধা পাইছে। কেৱল খাদ্যই নহয়, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবোৰো দিনক দিনে সাধ্যৰ বাহিৰ হৈ গৈ আছে। কম আয় আৰু বৃদ্ধি…
১০০ গৰাকী শিল্পীয়ে নিৰ্মাণ কৰিলে বৃহৎ অশোক স্তম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চেণ্ট্ৰেল ভিষ্টাৰ মাজমজিয়াত নিৰ্মাণ কৰি থকা হৈছে দেশৰ নৱতম সংসদ ভৱন। এই সংসদ ভৱনৰ ছাদত ১১ জুলাইত স্থাপন কৰা হয় ব্ৰঞ্জেৰে নিৰ্মিত জাতীয় প্ৰতীক অশোক স্তম্ভ। এই স্তম্ভটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
দেশ ‘পুলিচ ষ্টেট’ হ’ব নালাগে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই: মহম্মদ জুবাইৰক আজি ১২ জুলাইত উচ্চতম ন্যায়ালয়ত জামিন প্ৰদান কৰা হয়। কিন্তু পাটিয়ালা হাউছ কোৰ্টৰ আন এক গোচৰৰ শুনানি স্থগিত ৰখাৰ বাবে অভিযুক্ত সাংবাদিকগৰাকী আপাততঃ কাৰাগাৰত থাকিবলগা হৈছে। এনে অৱস্থাত জামিন…
