Browsing Category
ভাৰত
১০০ গৰাকী শিল্পীয়ে নিৰ্মাণ কৰিলে বৃহৎ অশোক স্তম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চেণ্ট্ৰেল ভিষ্টাৰ মাজমজিয়াত নিৰ্মাণ কৰি থকা হৈছে দেশৰ নৱতম সংসদ ভৱন। এই সংসদ ভৱনৰ ছাদত ১১ জুলাইত স্থাপন কৰা হয় ব্ৰঞ্জেৰে নিৰ্মিত জাতীয় প্ৰতীক অশোক স্তম্ভ। এই স্তম্ভটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
দেশ ‘পুলিচ ষ্টেট’ হ’ব নালাগে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই: মহম্মদ জুবাইৰক আজি ১২ জুলাইত উচ্চতম ন্যায়ালয়ত জামিন প্ৰদান কৰা হয়। কিন্তু পাটিয়ালা হাউছ কোৰ্টৰ আন এক গোচৰৰ শুনানি স্থগিত ৰখাৰ বাবে অভিযুক্ত সাংবাদিকগৰাকী আপাততঃ কাৰাগাৰত থাকিবলগা হৈছে। এনে অৱস্থাত জামিন…
টেলিকমলৈ আদানিৰ আগমন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : ইতিমধ্যে জনা গৈছে যে কোটিপতি উদ্যোগপতি গৌতম আদানী এইবাৰ টেলিকম ব্যৱসায়ত প্ৰৱেশ কৰিছে। জানিব পৰা মতে আদানি গ্ৰুপে ৫জি টেলিকম ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ ওলাইছে। ইতিমধ্যে কোম্পানীটোৱে এই ব্যৱসায়ত প্ৰৱেশৰ বাবে…
দেশৰ সকলোতকৈ বয়সস্থ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : বেতাজ বাদশ্বাহ ৰাজাই বন্দী অৱস্থাত জীৱনৰ অন্ত পেলালে। ভাৰতৰ আটাইতকৈ বয়সস্থ বাঘটো আছিল বন্দী অৱস্থাত থকা ৰাজা। আজি মৃত্যুৰ সময়ত বয়স হৈছিল ২৫ বছৰ। আলিপুৰদুৱাৰৰ দক্ষিণ খৈৰবাৰী বাঘ পুনৰ্বাসন কেন্দ্ৰত নিৰৱ…
আই এন এছ বিক্ৰান্তৰ চতুৰ্থ ট্ৰায়েল সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : ভাৰতীয় নৌসেনাৰ অন্যতম গৌৰৱ আই এন এছ বিক্ৰান্তে সাগৰত চতুৰ্থটো ট্ৰায়েল সম্পূৰ্ণ কৰিলে। উল্লেখ্য যে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত আই এন এছ বিক্ৰান্ত ভাৰতৰ প্ৰথমখন বিমানবাহী জাহাজ। অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ…
ভাৰতলৈ চীনা খেলনাৰ আমদানি ৭০ শতাংশ হ্ৰাস
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই: ‘মেক ইন ইণ্ডিয়া কেম্পেইন’ৰ কথা কেইবছৰমান আগলৈকে কোনেও ভাবিবলৈ সাহস কৰা নাছিল। কিন্তু স্বাধীনতাৰ পিছৰে পৰা ভাৰত চৰকাৰৰ পৰিকল্পনাত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্য নিৰ্দিষ্ট হৈ আহিছিল। গলৱান উপত্যকাত উত্তপ্ত…
ৰাইজৰ বাবে স্বস্তি ! কমিব মূল্যবৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : মুদ্ৰাস্ফীতিৰ বাবে সমগ্ৰ বিশ্ব সাম্প্ৰতিক সময়ত অতি সংকটত পৰিছে। মুদ্ৰাস্ফীতিয়ে এখন দেশৰ অৰ্থনৈতিক আন্তঃগাঁথনিত ব্যাঘাত জন্মাব পাৰে তাৰ এক উদাহৰণ শ্ৰীলংকা আৰু পাকিস্তানৰ শেহতীয়া পৰিস্থিতি। ভাৰতত…
আত্মনিৰ্ভৰঃ ১৩ হাজাৰ কোটি টকাৰ সামৰিক সঁজুলি ৰপ্তানি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ২০২১-২২ চনত ভাৰতে অভিলেখ সংখ্যক প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। বছৰটোত ভাৰতে প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। যিটো বিগত বছৰৰ তুলনাত প্ৰায় ৫৪ শতাংশ বেছি। এগৰাকী শীৰ্ষ…
শত্ৰুৰ আক্ৰমণ ৰোধিবলৈ কৃত্ৰিম বুদ্ধিমত্তা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : কেইবাবছৰ পূৰ্বে আৰম্ভ হৈছিল এই আলোচনা। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই নিজৰ মূল্য প্ৰমাণ কৰিছে যে, পাৰমাণৱিক যুদ্ধতকৈ অনাগত দিনত চাইবাৰ যুদ্ধ অধিক ফলপ্ৰসূ হ’বলৈ গৈ আছে। শত্ৰুৰ চাইবাৰ আক্ৰমণ বন্ধ নকৰিলে…
লাডাখত পুনৰ আক্ৰমণাত্মক ‘ড্ৰেগন’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : লাডাখত পুনৰ আক্ৰমণাত্মক হৈ পৰিছে ‘ড্ৰেগন’। পুনৰ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে চীনৰ যুদ্ধ বিমান। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতীয় বায়ুসেনাই যুদ্ধ বিমান প্ৰেৰণ কৰি আক্ৰমণকাৰীক বাধা দিয়ে। ২০২০ চনত লাডাখৰ গালৱান…
