Browsing Category

ভাৰত

আভিযান্ত্ৰিক আশ্চৰ্য ‘আঞ্জি খাদ দলং’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই: দলংখনক আভিযান্ত্ৰিক আশ্চৰ্য বুলি কোৱা হৈছে। এইখন জম্মু-কাশ্মীৰত নিৰ্মাণ সম্পূৰ্ণপ্ৰায় ভাৰতীয় ৰে’লৱেৰ প্ৰথমখন কেবল ষ্টেড ৰে’ল দলং। উত্তৰ ৰে’লৱেৰ উধামপুৰ-শ্ৰীনগৰ-বৰমুল্লা ৰে’ল লিংক (ইউএছবিআৰএল) অংশৰ অঞ্জি…

ড্ৰাইভিং লাইচেন্স লাভৰ বাবে সহজ পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : এইবাৰ কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব পৰা পদক্ষেপ গ্ৰহণ কৰিছে। যদি আপুনিও ড্ৰাইভিং লাইচেন্স লোৱাৰ কথা ভাবিছে, তেন্তে এই প্ৰতিবেদন নিশ্চিতভাৱে আপোনাৰ বাবে…

বিদেশৰ নহয়, ভাৰতৰে এটা সুন্দৰ পথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে চৰ্চালৈ আনিলে গোৱা-কৰ্ণাটক ঘাইপথৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু মনোমোহা ফটো। তেওঁ এটা টুইটাৰ পোষ্টত উল্লেখ কৰিছে— "কৰ্ণাটকৰ গোৱা/কৰ্ণাটক সীমান্তৰ পৰা…

১০ মহীয়া কেঁচুৱাক ৰে’লৰ চাকৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা এটি ১০ মহীয়া কেঁচুৱা। চত্তিচগড়ত হোৱা এক দুৰ্ঘটনাৰ ফলত শিশুটি অনাথ হৈ পৰে। অৱশ্যে এইবাৰ ৰেলৱেই তেওঁক চাকৰিৰ প্ৰস্তাৱ দিলে। ৰে’লৱেৰ সূত্ৰ অনুসৰি তেওঁক অনুকম্পামূলক কাৰণত চাকৰি…

দুৰ্নীতিৰ অভিযোগত বুলেট ট্ৰেইন প্ৰকল্পৰ মুৰব্বীক অপসাৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : বুলেট ট্ৰেইন প্ৰজেক্টৰ মুৰব্বী সতীশ অগ্নিহোত্ৰীক স্বজন তোষণ, বিত্তীয় দুৰ্নীতি, অবৈধভাৱে ব্লেকলিষ্ট কৰা কোম্পানী এটাৰ উদ্ধৃতি দিয়াকে ধৰি একাধিক অভিযোগত ৰে’লৱেই অপসাৰণ কৰিছে। নতুন দায়িত্ব প্ৰদান কৰা হৈছে…

৯ মাহ নহয়, ৬ মাহতে পাব বুষ্টাৰ ড’জ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : বুষ্টাৰ ড’জৰ ওপৰত কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে ক’ৰনা ভেকচিনৰ দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছে। বুষ্টাৰ ড’জৰ ব্যৱধান ৯ মাহৰ পৰা ছমাহলৈ হ্ৰাস কৰা হৈছে। জানিব পৰা…

বিৰোধীহীন অৰুণাচল প্ৰদেশ! সফল মোদী-শ্বাহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : এসময়ত বিজেপিৰ প্ৰিয় বাক্যাংশ আছিল, ‘কংগ্ৰেছমুক্ত ভাৰত’। কিন্তু লাহে লাহে সেই পৰিস্থিতি সলনি হৈছে। এতিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বাবে মূল লক্ষ্য হৈছে— বিৰোধীমুক্ত ভাৰত। আৰু তাৰ বাবে বিজেপিয়ে…

লক্ষ্য দাক্ষিণাত্য! পিটি উষাকে ধৰি ৪ জন দক্ষিণ ভাৰতীয়ক ৰাজ্যসভালৈ মনোনীত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : মোদীৰ চকুত দাক্ষিণাত্য! তাৰেই প্ৰতিৰূপ দেখা গৈছে সদ্য মনোনীত ৰাজ্য সভাৰ সাংসদৰ ক্ষেত্রত। নৰেন্দ্ৰ মোদী চৰকাৰে দক্ষিণ ভাৰতৰ চাৰিজন লোকক ৰাজ্যসভালৈ মনোনীত কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে…

অৰ্ধ আকাশে শক্তিশালী কৰিব দেশৰ নৌসেনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ইতিমধ্যে ১০ হাজাৰৰো অধিক মহিলাই ভাৰতীয় নৌসেনাত অগ্নিপথ প্ৰকল্পত যোগদান কৰিবলৈ আবেদন কৰিছে। ভাৰতীয় নৌসেনাই ১ জুলাইৰ পৰা অগ্নিপথ বাহিনীৰ পদৰ বাবে আবেদন গ্ৰহণ আৰম্ভ কৰিছে। প্ৰথম পাঁচ দিনত বিপুল সংখ্যক আবেদনৰ…

সাকাৰ হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ঘৰুৱা প্ৰযুক্তিৰ সহায়ত ভাৰতীয় নৌসেনা শক্তিশালী হৈ উঠিছে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ বাবে নৌসেনাই অহা বছৰ কমেও ৭৫ টা নতুন থলুৱা প্ৰযুক্তি আৰু সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 'স্প্ৰিণ্ট'…