Browsing Category
ভাৰত
পুৰণি পেঞ্চন বাহাল কৰা দলেই লাভ কৰিব দেশৰ শাসনভাৰ
এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সভাত শ্ৰমিক নেতা শিৱগোপাল মিশ্ৰই কলে- যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ কৰিব
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,২৩ জুন : তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিঙে যোৱা ২১ জুনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে।ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কালত বিশ্ববিদ্যালয়খনৰ…
ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’বঃ গাডকাৰী
নতুন দিল্লী, ২১ জুনঃ ২০২৫ চনৰ পৰা সকলো ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’ব লাগিব, যাৰ ফলত প্ৰায়ে ১১-১২ ঘণ্টা অসহ্যকৰ গৰমৰ পৰিৱেশত কটোৱা চালকসকলক অতি প্ৰয়োজনীয় আৰাম প্ৰদান কৰা হ’ব। কঠিন পৰিস্থিতি আৰু পথত দীঘলীয়া সময় কটোৱা…
লখিমপুৰত চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় উদ্বোধন মন্ত্ৰী অতুল বৰাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০জুনঃ লক্ষীমপুৰৰ ঘিলামৰাত আজি এখন আদৰ্শ বিদ্যালয় কৃষি, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ…
ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্তৰ দুটাকৈ সোণৰ পদক অৰ্জন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫মে’ঃ দেশৰ পাঞ্জা নিয়ন্ত্ৰণ ব’ৰ্ডৰ দ্বাৰা বাংগালুৰুত আয়োজিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্ত তামুলীয়ে দুটা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিযোগীজনে সোঁ আৰু বাওঁ দুয়োখন হাতৰে খেলি এই…
মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱা সাংসদ ব্ৰীজভূষন শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰত…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মে’ঃ মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ন্যায় বিছাৰি আৰু অভিযুক্ত বিজেপি সাংসদক গ্ৰেপ্তাৰৰ দাবীত আজি দেশযোৰা প্ৰতিবাদৰ অংশ হিচাপে তেজপুৰতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নিখিল ভাৰত…
লখিমপুৰৰ জীয়ৰী ভৱানী দলেৰ চুটি ছবি ‘সক্ষম’ৰ সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চুটি ছবি প্ৰতিযোগিতাত লখিমপুৰৰ জীয়ৰী পৰিচালক ভৱানী দলে টাহু আৰু সহকাৰী পৰিচালক গুৱাহাটীৰ গৌৰী শইকীয়াৰ “সক্ষম’’ (Enabled) নামৰ অসমীয়া ভাষাৰ চুটি ছবিখনে সৰ্ব ভাৰতীয় পৰ্যায়ত…
দেশৰ ভিতৰতে ডিজিটেল বিত্তীয় লেনদেনৰ শীৰ্ষত অসমৰ তিনি মহিলা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩ মে' : দেশৰ গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱাসমূহ প্ৰদান কৰি দেশৰ ভিতৰতে শীৰ্ষৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ অধীনত বৰগাঁৱৰ ধনেশ্বৰী বড়ো৷ ৰাজ্যখনৰ আন…
“ক্ৰিমিয়া ভাৰতৰ বাবে এক শিক্ষা’’— ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন ঝাপৰোভা ভাৰত ভ্ৰমণত ব্যস্ত। তেওঁ ভাৰতলৈ আহি যুদ্ধবিধ্বস্ত ইউক্ৰেইনক মানৱীয় সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতক চুবুৰীয়া দেশৰ আগ্ৰাসী মনোভাৱৰ ওপৰত চকু ৰাখিবলৈও…
বিদ্যুত গ্ৰাহকৰ সৰ্বভাৰতীয় সন্মিলনৰ সামৰণি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯এপ্ৰিলঃ মধ্যপ্ৰদেশৰ ভূপালত আজি বিদ্যুৎ গ্ৰাহক সকলৰ প্ৰথম সৰ্বভাৰতীয় দুদিনীয়া সন্মিলন সমাপ্ত হয়। সন্মিলনত জনবিৰোধী বিদ্যুৎ সংশোধনী বিল -২০২২ , প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰতিস্থাপন , বিদ্যুৎ খণ্ডৰ বেচৰকাৰীকৰণ…