Browsing Category
ভাৰত
আলফা স্বাধীনৰ কূটাঘাতৰ পৰিকল্পনা, কেন্দ্ৰৰ সতৰ্কবাণী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আলফা স্বাধীন সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ️ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা(স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ️কেন্দ্ৰীয় গৃহ…
খাদ্য সুৰক্ষা সূচকাঙ্কৰ তালিকাত শোচনীয়ভাবে অসমৰ স্থান চতুৰ্দশ
শতাব্দ বিশেষ প্ৰতিনিধি, ৮ জুন : যোৱা ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাজ্য সমূহৰ ২০২১-২২ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাঙ্কৰ চতুৰ্থ সংস্কৰণটো মুকলি কৰে। ভাৰতৰ 'খাদ্য সুৰক্ষা আৰু…
গন্তব্যস্থলৰ পূৰ্বেই আপোনাৰ নিদ্ৰা হৰণ কৰিব ভাৰতীয় ৰে’লে
শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : আপুনি যদি ৰে'লত ভ্ৰমণ কৰিছে আৰু আপোনাৰ গন্তব্যস্থল যদি ৰে'লখনে গভীৰ নিশা বা পুৱতি নিশা অতিক্ৰম কৰিব তেন্তে আপোনাৰ মনলৈ এটা চিন্তা নিশ্চয়কৈ আহিব যে, নিশা নিদ্ৰামগ্ন অৱস্থাতে কেনেবাকৈ যদি গন্তব্য ষ্টেচনটো পাৰ…
যোগ দিৱসৰ পূৰ্বে অভিলেখ আইটিবিপিৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : ভাৰত-তিব্বতী সীমান্ত আৰক্ষী চমুকৈ আইটিবিপিৰ দল এটাই উচ্চ উচ্চতাত যোগাভ্যাস কৰাৰ এক নতুন অভিলেখ সৃষ্টি কৰিছে। টুইটাৰত আইটিবিপিৰ অফিচিয়েল হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত পৰ্বতাৰোহীৰ দলটোৱে ২২,৮৫০ ফুট উচ্চতাৰ…
মোদীৰ ৮ বছৰীয়া আমোলৰ বিশাল বিফলতাঃ ডাক বিভাগৰ অৱনতি, লোকচান ৯৭ হাজাৰ কোটি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : নৰেন্দ্র মোদী চৰকাৰৰ আঠ বছৰৰ সাফল্যৰ প্রচাৰ চলিছে সৰ্বত্ৰ। সমান্তৰালভাৱে পালিত হৈছে স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’। সেই ক্ষেত্ৰতো সকলোকে পিছত ৰাখি চৰকাৰৰ ঢাক ঢোল বজোৱাৰ প্রাধান্য।…
নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : লোকসভা নির্বাচন ২০২৪ চনত। তাৰ পূৰ্বেই নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে নৰেন্দ্র মোদী চৰকাৰে। ছুইছ নির্মাণকাৰী সংস্থা ‘জুৰিখ এয়াৰপর্ট ইন্টাৰনেচনেল এজি’-এ নয়দা আন্তর্জাতিক বিমানবন্দৰ…
গিনিজ বুকত নাম উঠিব মহাৰাষ্ট্রৰ ৰাজপথঃ ১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : ৭৫ কিলোমিটাৰ ৰাস্তা মাত্র ১০৮ ঘণ্টা অর্থাৎ চাৰে চাৰি দিনত নিৰ্মাণ হ'ব। মহাৰাষ্ট্রৰ অমৰাৱতীৰ পৰা আকোলা পর্যন্ত নিৰ্মাণ হোৱাৰ পথত আছে এই দূৰত্বৰ হাইৱে। আৰু চাৰে চাৰি দিনত এই কাম সম্পন্ন হ'লে গিনিজ বুক অব…
লিথিয়াম-আয়ন বেটেৰীৰ বিকল্প ‘জিঙ্ক-এয়াৰ’ নামৰ বেটেৰী উদ্ভাৱন ভাৰতত
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজৰ এদল গৱেষকে অলপতে উদ্ভাৱন কৰি উলিয়াইছে বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰিব পৰা আন একপ্ৰকাৰ নতুন বেটেৰী। যান্ত্ৰিক ভাবে ৰিচাৰ্জ কৰিব পৰা 'জিঙ্ক-এয়াৰ' নামৰ এই বেটেৰী…
টালি টোপোলা-ভাৰে ভেটিয়ে ৰেলত উঠিলে ভৰিব লাগিব জৰিমনা
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় ৰে'লত এতিয়াৰে পৰা যাত্ৰা কৰিলে লগত এসোপা মান বয়-বস্তু লগত কঢ়িয়াই নিনিব। নিৰ্ধাৰিত হিচাপতকৈ অধিক ওজনৰ সা-সামগ্ৰী কঢ়িয়াই নিলে এতিয়াৰে পৰা জৰিমনা ভৰিব লগা হ'ব পাৰে। বিমান যাত্ৰাত ইতিমধ্যে…
দেশৰ পৰিৱেশৰ বাস্তৱ ছবি ‘ডাউন টু আৰ্থ’ত
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ৫ জুন, বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে দক্ষিণ এছিয়াৰ এখন আগশাৰীৰ পৰিৱেশ সম্পৰ্কীয় বাৰ্তালোচনী 'ডাউন টু আৰ্থ' এ কালি প্ৰকাশ কৰি উলিয়াইছে তেওঁলোকৰ বছৰেকীয়া প্ৰতিৱেদন "State of India's Environment, 2022"।…
