Browsing Category
ভাৰত
টালি টোপোলা-ভাৰে ভেটিয়ে ৰেলত উঠিলে ভৰিব লাগিব জৰিমনা
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় ৰে'লত এতিয়াৰে পৰা যাত্ৰা কৰিলে লগত এসোপা মান বয়-বস্তু লগত কঢ়িয়াই নিনিব। নিৰ্ধাৰিত হিচাপতকৈ অধিক ওজনৰ সা-সামগ্ৰী কঢ়িয়াই নিলে এতিয়াৰে পৰা জৰিমনা ভৰিব লগা হ'ব পাৰে। বিমান যাত্ৰাত ইতিমধ্যে…
দেশৰ পৰিৱেশৰ বাস্তৱ ছবি ‘ডাউন টু আৰ্থ’ত
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ৫ জুন, বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে দক্ষিণ এছিয়াৰ এখন আগশাৰীৰ পৰিৱেশ সম্পৰ্কীয় বাৰ্তালোচনী 'ডাউন টু আৰ্থ' এ কালি প্ৰকাশ কৰি উলিয়াইছে তেওঁলোকৰ বছৰেকীয়া প্ৰতিৱেদন "State of India's Environment, 2022"।…
ভাৰতত গঢ়ি তোলা হ’ব থলুৱা হাইপাৰলুপ ব্যৱস্থা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুন : ৰে’ল মন্ত্ৰালয়ে আই আই টি মাদ্ৰাজৰ সৈতে এক থলুৱা হাইপাৰলুপ ব্যৱস্থা বিকাশৰ বাবে সহযোগিতা কৰিব আৰু লগতে প্ৰিমিয়াৰ প্ৰতিষ্ঠানটোত হাইপাৰলুপ প্ৰযুক্তিৰ বাবে এটা Centre of Excellence স্থাপন কৰাত সহায় কৰিব। ২০১৭…
দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষস্থানত আন এগৰাকী অসম সন্তান
কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ ,১ জুন:কেন্দ্রীয় চৰকাৰে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত আন এগৰাকী অসমীয়া সন্তানক নিয়োজিত কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এই গৰাকী আই পি এছ বিষয়া হল এছ,এল,থাউছেন। তাহানিৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বৰ্তমানৰ…
ভাৰতত গাড়ীৰ নতুন নম্বৰ প্লেটৰ ব্যৱস্থা
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন ; কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনৰ পঞ্জীয়নৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এই নতুন নিয়ম অনুসৰি গাড়ীখনৰ নম্বৰ প্লেটত প্ৰথমে চমুকৈ থাকিব পঞ্জীয়নৰ বছৰ( ফটোত…
৫৪ বছৰতে থমকিল কেকেৰ সুৰঃ সুৰলোকলৈ যাত্ৰা বিখ্যাত গায়কৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুন : 'হাম ৰহে ইযা না ৰহে কাল, কাল য়াদ আয়েঙ্গে ইয়ে পল'… প্ৰজন্মৰ পিছত প্ৰজন্মৰ কথা আছে তেওঁৰ গানত। গান আছিল তেওঁৰ ধ্যান-গান, আৰু একপ্রকাৰ গান গায় গায়েই গুচি গ'ল তেওঁ। কলকাতালৈ আহিছিল দুখন কলেজৰ…
আত্মনিৰ্ভৰ ভাৰত’ : প্ৰতিৰক্ষা মন্ত্ৰালয়ে কিনিব ৩,০০০ কোটি মূল্যৰ অস্ত্ৰ মিছাইল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ মে' : প্ৰতিৰক্ষা উৎপাদন খণ্ডত আত্মনিৰ্ভৰশীলতাৰ বাবে ভাৰতে চলাই অহা চেষ্টাৰ ফলত এক বৃহৎ সহায়ৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৩১ মে' মঙলবাৰে ভাৰত ডাইনামিকছ লিমিটেড (BDL)ৰ সৈতে ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয়…
৩৫ টকাৰ বাবে পাঁচ বছৰৰ সংগ্ৰাম, উপকৃত ২.৯৮ লক্ষ লোক
শতাব্দ বিশেষ প্ৰতিনিধি, ৩১ মে' : মাত্ৰ ৩৫ টা টকাৰ বাবে পাঁচ বছৰৰ অবিৰাম যুঁজ-বাগৰ ! এগৰাকী উপভোক্তাৰ নিৰৱিচ্ছিন্ন সংগ্ৰামৰ বাবেই এতিয়া সুফল লাভ কৰিব ২.৯৮ লক্ষ লোকে। ঘটনাটো আছিল এনেধৰণৰ -
ৰাজস্থানৰ কোটাৰ এগৰাকী ৩০ বছৰীয়া অভিযন্তা সুজিত…
‘পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন’ আঁচনিৰ পৰা কি কি সুবিধা পাব অনাথ শিশুৱে
দিছপুৰ, ৩০ মে': ক'ভিড-১৯ অতিমাৰীত পিতৃ-মাতৃ উভয়কে হেৰুওৱা দেশৰ অনাথ শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সম্পূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰে এবছৰ পূৰ্বে ঘোষণা কৰা 'পিএম কেয়াৰ্ছ ফ'ৰ চিল্ড্ৰেন' আঁচনিৰ সা-সুবিধাৰাজি শিশুসকললৈ হস্তান্তৰণ…
৩১ মেত বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰে প্রধানমন্ত্রী মোদীৰ দেশজোৰা ভাৰ্চুৱেল মত-বিনিময়
উত্তৰ লখিমপুৰ ৩০ মে' : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত "আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। "আজাদী কা অমৃত মহোৎসৱ" ৰ সৈতে সংগতি ৰাখি প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ…
