Browsing Category
ভাৰত
ক’ভিডত পিতৃমাতৃক হেৰুৱা তিনিচুকীয়াৰ ৩ শিশুক ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ সাহায্য
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সযোগে শুভাৰম্ভ কৰা ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ অধীনত ক'ভিড-১৯ মহামাৰীত দুয়োগৰাকী অভিভাৱক হেৰুৱা তিনিচুকীয়া জিলাৰ ৩ টি শিশুক উপায়ুক্তই এক…
UPSCৰ ফলাফল : শীর্ষত শ্রুতি শর্মা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে' : সর্বভাৰতীয় চিভিল ছার্ভিচ পৰীক্ষাত অভাৱনীয় ফলাফল নাৰীশক্তিৰ। আজি ৩০ মে'ত UPSC পৰীক্ষাৰ চূড়ান্ত ফলাফল প্রকাশিত হোৱাৰ পিছত দেশজুৰি আলোচনাৰ কেন্দ্রবিন্দু দেশৰ মহিলা পৰীক্ষাৰ্থীসকলৰ সফলতা। প্রথম চাৰিটা স্থানেই…
বিহাৰত সোণৰ বিশাল ভাণ্ডাৰ আৱিষ্কাৰঃ উদ্ঘাটনৰ বাবে সাজু চৰকাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ মে' : মূল্যবান হালধীয়া ধাতু সোণৰ উদ্ঘাটনৰ বাবে সাজু হৈছে বিহাৰ চৰকাৰ। ইতিমধ্যে বিহাৰ চৰকাৰৰ খনি আৰু ভূতত্ত্ব বিভাগে সোণ উদ্ঘাটনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেশ্যনেল মিনাৰেল ডেভলেপমেণ্ট কৰ্পোৰেছনৰ লগত শীঘ্ৰেই…
ৰন্ধন গেছৰ চিলিণ্ডাৰে প্ৰতি ২০০ টকাৰ ভাট্টাঃ কোনে পাব এই সুবিধা?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ মে' : সম্প্রতি ৰন্ধন গেছৰ ওপৰত ভাট্টা দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। যোৱা ২১ মে'ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে ঘোষণা কৰিছিল যে, বছৰত ১২টা গেছ চিলিণ্ডাৰৰ উপভোক্তাক ২০০ টকাকৈ ভাট্টা দিব…
ৰবঃ চাৰধাম যাত্ৰা বিপদ সংকুল হৈ পৰিছে
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : উত্তৰাখণ্ডত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ চাৰি সপ্তাহ নৌহওঁতেই ইতিমধ্যে ৭৮ জন তীৰ্থযাত্ৰীৰ শাৰীৰিক অসুস্থতাত মৃত্যু হোৱা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰ বন্ধ হৈ থকাৰ পাছত যোৱা ৩ মে'…
অভিলেখ পৰিমাণৰ লাভেৰে অইল ইণ্ডিয়া লিমিটেড
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : ভাৰতৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ তেল-গেছ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে ২০২১-২২ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ লাভ অৰ্জন কৰিছে। প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ চি মিশ্ৰই কালি সংবাদ মাধ্যমক…
জ্যোতি য়াৰ্জি ভাৰতীয় এথলেটিক্সৰ চাঞ্চল্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : সম্প্ৰতি নেদাৰলেণ্ডছত চলি থকা De Herry Schulting Gamesৰ ছোৱালীৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ জ্যোতি য়াৰ্জিয়ে ভংগ কৰিছে ৰাষ্ট্ৰীয় অভিলেখ। ১৩.৪ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি তেওঁ নতুন অভিলেখ গঢ়িছে। মাত্ৰ ১৬…
দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : এলআইচিৰ আংশিক বেচৰকাৰীকৰণৰ পিছত এইবাৰ দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত। এই প্রক্রিয়া দ্রুততাৰে সম্পন্ন কৰিবলৈ তৎপৰতা বঢ়াইছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রৰ এক সূত্র উদ্ধৃত কৰি সংবাদ সংস্থা পিটিআয়ে…
লাদাখ সীমান্তৰ ওচৰত চীনৰ দলং নির্মাণঃ নজৰ ৰাখিছে ভাৰতীয় সেনাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : সেনা প্রধান হিচাবে দায়িত্ব গ্রহণৰ পিছতেই লাদাখত ভৰি ৰাখিছিল জেনেৰেল মনোজ পাণ্ডেই। চীনা সেনাৰ অৱস্থান নিৰীক্ষণ কৰি সীমান্তৰ সুৰক্ষা ব্যৱস্থা পর্যালোচনা কৰিছিল সেনা প্রধানজনে। ইয়াৰ মাজতেই খবৰত প্রকাশ যে, চীনে…
এতিয়াৰে পৰা ভাৰতত চিকিৎসকৰ পেছাদাৰী আচৰণ নিৰীক্ষণ কৰা হ’ব
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : এতিয়াৰে পৰা ভাৰতবৰ্ষত চিকিৎসকসকলে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰোঁতে কিছুমান নিৰ্দিষ্ট পেছাদাৰী আচৰণ-বিধি মানি চলিব লাগিব। ইয়াৰ বাবে The Ethics & Medical Registration Boardএ ২৩ মে' তাৰিখে নেশ্যনেল…
